• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

3 years ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

53 minutes ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

2 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

2 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

2 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

2 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

3 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

3 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

4 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

6 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

7 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

7 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

editor by editor
September 5, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়ে জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাখী পুৰ্ণিমাৰ দৰে জন্মাষ্টমীও এইবাৰ দুদিন ধৰি পালন কৰা হ’ব। ৬আৰু৭ ছেপ্টেম্বৰত পালন কৰা হ’ব জন্মাষ্টমী। ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোতেই বিষ্ণুৰ অন্যতম অৱতাৰ শ্ৰী কৃষ্ণই দুষ্টক দমন আৰু শিষ্টক পালন কৰিবলৈ আবিৰ্ভাৱ হৈছিল। শ্ৰীকৃষ্ণ বুলিলেই আমাৰ চকুৰ আগত ভাঁহি উঠে বংশীধৰ শ্ৰী কৃষ্ণৰ এটা প্ৰতিচ্ছবি। বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা। শ্ৰী কৃষ্ণৰ বাঁহী অত্যন্ত প্ৰিয় আছিল। তেওঁৰ বাঁহীৰ সুৰে কেৱল মানুহকেই নহয়, বনৰ পশু-পক্ষীৰো মন হৰণ কৰিছিল।

জন্মাষ্টমীৰ প্ৰাকক্ষণত আমি বাঁহীৰ কথা কোৱাৰ কাৰণ এটাই, শ্ৰী কৃষ্ণক সন্তুষ্ট কৰিবলৈ জন্মাষ্টমীৰ প্ৰাকক্ষণত আপুনিও ঘৰলৈ আনিব পাৰে কৃষ্ণৰ প্ৰিয় বাদ্যযন্ত্ৰ বাঁহী। জন্মাষ্টমীত বাঁহী ঘৰলৈ আনিলে শ্ৰীকৃষ্ণৰ আশীৰ্বাদত ঘৰলৈ সুখ আৰু সমৃদ্ধি আহিব। বাস্তুশাস্ত্ৰ অনুসৰিও বাঁহীৰ বিশেষ মাহাত্ম্য আছে। ঘৰত বাঁহী থাকিলে পজিটিভ এনাৰ্জীৰ শুভ প্ৰভাৱ ঘৰত পৰে। ইয়াৰ ফলত ঘৰৰ নিগেটিভ এনাৰ্জী দূৰ হয়। জন্মাষ্টমীত বাঁহী আনিলে আপোনাৰ সুখ সৌভাগ্য বৃদ্ধি হ’ব।

ব্যৱসায়ত উন্নতি

আপুনি যদি ব্যৱসায়ত দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ আছে তেন্তে জন্মাষ্টমীৰ এই সময়তেই ঘৰলৈ আনক এডাল বাঁহী। জন্মাষ্টমীৰ দিনটোত শ্ৰী কৃষ্ণৰ সৈতে বাঁহীৰো পূজা কৰক। পূজাৰ পাছতেই বাঁহীটো আপোনাৰ দোকান, কাৰ্যালয়ত ৰাখি থ’বলৈ নাপাহৰিব।

দাম্পত্য জীৱনত সুখ
দাম্পত্য জীৱনত যদি সুখ আৰু শান্তি নাথাকে, যদি স্বামী-স্ত্ৰীৰ মাজত অশান্তি চলি থাকে তেন্তে জন্মাষ্টমীৰ দিনা দুডাল বাঁহী ক্ৰয় কৰিবলৈ নাপাহৰিব। জন্মাষ্টমীৰ দিনা দুডাল বাঁহী শ্ৰীকৃষ্ণক নিবেদন কৰক। পূজাৰ পাছতেই এই বাঁহী দুটা একলগ কৰি এডাল ৰঙা সুঁতাৰে বান্ধি ঘৰৰ শুভ স্থানত ৰাখক। ইয়াৰফলত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক উন্নীত হ’ব।

আৰ্থিক পৰিস্থিতি উন্নত কৰে
ঘনাই আৰ্থিক সংকটৰ মুখামুখি হৈ আছে নেকি? যদি ঋণৰ বোজা দিনক দিনে বাঢ়িছে তেন্তে জন্মাষ্টমীত এডাল ৰূপৰ বাঁহী ঘৰলৈ আনক। ইয়াৰফলত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব।

বাস্তুদোষ কেনেকৈ দূৰ কৰিব?
বাস্তুশাস্ত্ৰ অনুসৰি বাঁহীয়ে আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জী দূৰ কৰে। ঘৰৰ পৰা বাস্তুদোষ দূৰ কৰিবলৈ জন্মাষ্টমীত শ্ৰীকৃষ্ণক এডাল বাঁহী নিবেদন কৰক। পূজাৰ পাছত বাঁহীডাল ঘৰৰ কোনো সঠিক স্থানত থৈ দিব। বাঁহীৰ শুভ শক্তিয়ে সকলো নিগেটিভ এনাৰ্জী দূৰ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

ISRO-ৰ বিজ্ঞানীতকৈ বহু বেছি! NASA-ৰ একোজন বিজ্ঞানীৰ দৰমহা কিমান জানেনে?

ডঃ ৰাধাকৃষ্ণণৰ এইকেইটা বাণীয়ে সমাজক জ্ঞানৰ বাৰ্তা দিয়ে… জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

ডঃ ৰাধাকৃষ্ণণৰ এইকেইটা বাণীয়ে সমাজক জ্ঞানৰ বাৰ্তা দিয়ে... জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.