• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

10 months ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

2 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

56 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

1 hour ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

2 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত

editor by editor
December 6, 2025
in জীৱনশৈলী
0
মাত্ৰ ৬০ টকা এদিনৰ ৰুম ভাড়া, নিশা কটাবলৈ কেৱল মানিব লাগিব আপুনি এই চৰ্ত
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুসজ্জিত ঘৰ৷ আছে নিশা কটাব পৰাৰো সুবিধা৷ অথচ ভাৰা নামমাত্ৰ৷ ভাৰতীয় টকাত ৬০ টকাতকৈয়ো কম৷ এই হোটেলত নিশা কটোৱাৰ মূল্য একাপ কফিৰ খৰচতকৈ কম৷ যিসকলে সস্তাত হোটেল বিচাৰি আছে তেওঁলোকৰ বাবে এয়া চন্দ্ৰক হাতত ঢুকি পোৱাৰ দৰে কথা৷

কিন্তু এই টকাত হোটেলত থাকিবলৈ হ’লে মানিব লাগিব এটা বিশেষ চৰ্ত৷ ভাৰতৰ কোনো চহৰত নহয়, প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰত আছে এই হোটেল৷ জাপানী মুদ্ৰাত ১০০ ইয়েন দিলেই থকাৰ সমস্ত বন্দোবস্ত হৈ যাব৷ এই দ্বীপৰাষ্ট্ৰত সকলো মানুহেই খুবেই নিয়মানুবৰ্তিতাৰে চলে৷ জাপান বুলিলেই চকুৰ সন্মুখত ভাহি উঠে চেৰিফুলৰ স্নিগ্ধ সৌন্দৰ্য, ৰঙীন উজ্জ্বল কিমোনো৷ আৰু খাদ্যৰসিক হ’লে সুখী, টেম্পুৰা, ষ্টিকি ৰাইছ, কিমবাপৰ দৰে খাদ্য৷ জাপানৰ অধিকাংশ চহৰেই খুবেই নিখুঁতভাৱে গঢ়ি তোলা৷ আৰু এই চহৰো তেনেকৈয়ে নিখুঁতভাৱে সজাই তোলা হৈছে৷

এই জাপানৰেই এই বিশেষ চহৰৰ নাম হৈছে ফুকুয়োকায়৷ আৰু ইয়াতেই আছে আছি ৰোওকান নামৰ এই বিশেষ হোটেল৷ তাতেই খুবেই সস্তাত ৰুম ভাড়ালৈ দিয়া হয়৷ সস্তাতেই ঘৰ দিছে বুলি ঘৰৰ অৱস্থা বেয়া বুলি নাভাৱিব৷ জাপানী কয়দাৰে সুসজ্জিত সেই ঘৰত আছে বিছনা, টিভি, সৰু কফি টেবুলকে ধৰি প্ৰয়োজনীয় সকলো আচবাবেই৷

অৱশ্যে এই হোটেলত থাকিবলৈ হ’লে যি চৰ্ত মানিব লাগিব সেয়া কিন্তু সহজো নহয়৷ হোটেলৰ ৰুমটো ২৪ ঘণ্টাই কেমেৰাৰ আওঁতাত থাকে৷ সেয়ে সকলো অতিথিয়েই কেমেৰাৰ আওঁতাতেই থাকে৷ হোটেলত যিমান সময় অতিথিসকল থাকিব তেওঁলোকৰ সকলো কাৰ্যকলাপেই লাইভ ষ্ট্ৰিমিং হৈ থাকিব৷ হোটেলখনৰ নিজস্ব এটা ইউটিউব চেনেসৰ নাম ৱান ডলাৰ হোটেল৷ হোটেলখনৰ ভাড়া নামমাত্ৰ ৰখাৰ কাৰণ হৈছে ইউটিউব লাইভষ্ট্ৰিমৰ পৰা অহা অৰ্থৰে নিজৰ উপাৰ্জন কৰে হোটেল কৰ্তৃপক্ষই৷

২৭ বছৰৰ তৰুণ ইউটিউবাৰ টেটুছুয়া ইনয়ুয়ে এই হোটেল চোৱাচিতা কৰে৷ কিন্তু এই হোটেলৰ মালিক তেওঁৰ আইতাক৷ ইউটিউব চেনেলটোৰ মালিক টেটুছুয়া৷ আছি ৰোওকানৰ পৰিচালনাৰ ভাৰ যেতিয়া তৃতীয় প্ৰজন্মৰ হাতলৈ আহে তেতিয়া নতুন কিছু উপায়েৰে ব্যৱসায়ত উন্নতি কৰিব খুজিছে টেটুছুয়াই৷

ইণ্টাৰনেট ব্যৱহাৰ কৰি নতুন দৰ্শক আৰু নতুন আয়ৰ উৎস তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিল ২০১৯ চনত৷ এক ব্ৰিটিছ পৰ্যটকে এই হোটেলত থকাৰ সময়ত লাইভষ্ট্ৰিম কৰাৰ পাছত জাপানি যুৱকৰ মূৰলৈ আহে এই বিষয়টো৷ আছি ৰোওকানলৈ অহা অতিথিৰ ওচৰত তেওঁ প্ৰস্তাৱ ৰাখে যে যদি তেওঁলোকে লাইভষ্ট্ৰিম কৰাত সন্মতি প্ৰদান কৰে তেন্তে মাত্ৰ ১০০ ইয়েন ভাৰা দিয়েই এই হোটেলত সময় কটাব পাৰিব৷

ঘৰটোত লগোৱা আছে একাধিক কেমেৰা৷ সেই কেমেৰাত উঠা দৃশ্য লাইভষ্ট্ৰিম হৈ থাকে বিশেষ ইউটিউব চেনেলত৷ অৱশ্যে ঘৰৰ বাথৰুমৰ অংশ কেমেৰাৰ বাহিৰত আছে বুলি জনাইছে হোটেল কৰ্তৃপক্ষই৷ অতিথিসকলৰ কথোপকথন আৰু ফোনালাপ ৰেকৰ্ড কৰা নহয়৷ কেৱল ভিডিঅ’সমূহ সম্প্ৰচাৰ কৰা হয়৷ এই কথা জনাইছে হোটেল কৰ্তৃপক্ষই৷

অতিথিসকলে পোহৰৰ ব্যৱস্থা অন অফ নিজ ইচ্ছাৰেই কৰিব পাৰে৷ অতিথিসকলৰ ব্যক্তিগত নথি যেনে পাছপোৰ্ট আৰু ক্ৰেডিট কাৰ্ডৰ তথ্য কেমেৰাৰ সম্মুখত অনা নহয়৷ লাইভ ষ্ট্ৰিমিঙৰ সময়ত নগ্নতা কঠোৰভাৱে নিষিদ্ধ৷ ইয়াৰোপৰি কোনোধৰণেই লাইভৰ কেমেৰাও বন্ধ কৰিব নোৱাৰিব৷ সেয়ে সেই হোটেলত থাকোতে নগ্নতা একেবাৰেই নিষিদ্ধ৷

অৱশ্যে হোটেলখনৰ এটা মাত্ৰ কক্ষতেই এই ধৰণৰ লাইভ ষ্ট্ৰিমিঙৰ বাবে কেমেৰা লগোৱা হৈছে৷ হোটেলৰ ৮ নম্বৰ ঘৰটোত যিসকল থাকিব তেওঁলোকে কম ভাড়াতেই এই সুবিধা পাব৷ টেটুছুয়াই জনাইছে যে কম ভাড়াৰ বাবে হোটেলৰ অতিথিসকলে তেওঁলোকৰ গোপনীয়তা ত্যাগ কৰাটো পছন্দ নকৰে৷ হোটেলৰ ইউটিউব চেনেলত ২৪ ঘণ্টা লাইভষ্ট্ৰিমত থাকিবলৈকো তেওঁলোক সন্মত হয়৷ চেনেলটোৰ কেইবাহাজাৰৰো বেছি গ্ৰাহক আছে৷ প্ৰথমবাৰ চাৰিজন অতিথিয়ে এই পৰিসেৱা ল’বলৈ সন্মত হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ
জীৱনশৈলী

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

October 3, 2026
Next Post
২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.