• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

10 months ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

25 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

48 minutes ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

2 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

2 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

2 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

3 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

3 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

4 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

6 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ যিকোনো দেশৰ সৈতেই সুসম্পৰ্ক বজায় ৰাখিব পাৰে ভাৰতে৷ নতুন দিল্লীৰ এই কৌশলগত স্বাধীনতা আছে৷ তাত আমেৰিকা বা অন্য কোনো দেশেই বাধা দিব নোৱাৰিব৷ ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ যাত্ৰাৰ পাছতেই এই বাৰ্তা দিছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰ৷ বৃহস্পতিবাৰে দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল পুটিন৷ তেওঁৰ সৈতে বৈঠকো কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰশাসনিক সূত্ৰৰ খবৰ অনুসৰি দুই’দেশৰ সম্পৰ্ক মজবুত কৰাক লৈ কথা পাতিছে দুই ৰাষ্ট্ৰপ্ৰধানে৷ আলোচনাত একাধিক গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা হৈছে৷

ডোনাল্ড ট্ৰাম্পে শুল্কযুদ্ধসহ নানান ঘটনা পৰম্পৰাত সম্প্ৰতি ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বহুপৰিমাণে অৱনতিও হৈছে৷ সেই সময়তেই পুটিনৰ এই ভাৰত ভ্ৰমণত কি আকৌ ক্ষুণ্ণ হৈ পৰিছে নেকি আমেৰিকা? সংবাদমাধ্যমৰ অনুষ্ঠানত এই প্ৰশ্ন কৰা হৈছিল জয়শংকৰকো৷ তেওঁৰ উত্তৰত বিদেশমন্ত্ৰীয়ে কয়, ‘বিশ্বত যিমান বেছি সংখ্যক দেশৰ সৈতে ভাৰতৰ সুসম্পৰ্ক বৰ্তি থাকে সিমানেই ভাল৷ ইয়াৰ ফলত আন্তৰ্জাতিক ৰাজনীতিত ভাৰতৰ অৱস্থান আৰু শক্তিশালী হব৷ ৰাছিয়াৰ সৈতে চীন বা ইউৰোপৰ দেশসমূহৰ সৈতে সম্পৰ্ক উন্নীত হৈছে৷ আৰু কেতিয়াবা অবনতিও হৈছে৷ কিন্তু ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক কেতিয়াও বেয়া হোৱা নাই৷ ৰাছিয়াক লৈ ভাৰতবাসীৰ মনত এটা আৱেগ আছে৷’

উল্লেখ্য যে ইউক্ৰেইন যুদ্ধৰ সময়ত ভাৰতে কম দামত ৰুছ তেল ক্ৰয় কৰাক লৈ দীৰ্ঘদিন ধৰি আপত্তি তুলি আহিছিল আমেৰিকাই৷ এই বিষয়টো উল্লেখ কৰিয়েই ভাৰতীয় পণ্য ৫০শতাংশ শুল্ক আৰু জৰিমনাও দিছে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পে৷ যিয়ে দুই দেশৰ সম্পৰ্কত খেলিমেলিৰ সৃষ্টি কৰিছে৷ এই পৰিস্থিতিত ভাৰতে আৰু ৰাছিয়াৰ কাষ চপাক লৈ ৱাছিংটন চিন্তাত পৰিছে বা ইয়াক ভাল চকুৰে তেওঁলোকে চোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.