• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

1 year ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

20 minutes ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

56 minutes ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

2 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

3 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

3 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

4 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

4 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

5 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

6 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

7 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

editor by editor
January 1, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত
0
SHARES
543
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ পহিলা দিনটোতে পুনৰ এক ৰেকৰ্ড বুমৰাহৰ, ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত

ক্ৰিকেতৰ জগতত ৰেকৰ্ডৰ উপৰি ৰেকৰ্ড ভাৰতৰ দ্ৰুত বলাৰ জশপ্ৰীত বুমৰাহৰ। ২০২৫ বৰ্ষৰ আজিৰ পহিলা দিনটোতে আন এক ৰেকৰ্ডৰ অধিকাৰী হয় বলাৰ গৰাকী। তাকো এনে ৰেকৰ্ড কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় বুমৰাহ।

আজি জানুৱাৰীৰ ১ তাৰিখ বুধবাৰে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল (ICC)য়ে সদৰি কৰে শ্ৰেষ্ঠ বলাৰৰ তালিকা। এই তালিকাত ভাৰতীয় দ্ৰুত বলাৰ বুমৰাহে লাভ কৰে শীৰ্ষ ৰেংকিং। মুঠ ৯০৭ পইণ্টেৰে শীৰ্ষ স্থানত থাকে বুমৰাহে।

লগতে সৰ্বাধিক পইণ্টেৰে তালিকাৰ শীৰ্ষত উঠা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় বুমৰাহ। ইয়াৰ পূৰ্বে ৰবিন্দ্ৰন অশ্বিনে ৯০৪ পইণ্টেৰে শীৰ্ষত উঠিছিল। এতিয়া বুমৰাগে অশ্বিনক পিছ পেলাই ৯০৭ পইণ্ট লাভ কৰে।

বুমৰাহৰ উপৰি আন এগৰাকী খেলুৱৈয়েও এই তালিকাত লাভ কৰে শীৰ্ষ ১০ ৰ ভিতৰত স্থান। সেইগৰাকী খেলুৱৈ হৈছে – ৰবিন্দ্ৰ জাদেজা। ৭৫০ পইণ্টেৰে তালিকাৰ ১০ নম্বৰত ৰবিন্দ্ৰ ।

প্ৰকাশ পোৱা তালিকা অনুসৰি শীৰ্ষ ১০ –
১- জশপ্ৰিত বুমৰাহ- ভাৰত- ৯০৭
২- জছ হেজেলউড- অষ্ট্ৰেলিয়া- ৮৪৩
৩- পেট কুমিনছ – অষ্ট্ৰেলিয়া- ৮৩৭
৪- কেগিছ’ ৰাবাডা- দক্ষিণ আফ্ৰিকা- ৮৩২
৫- মাৰ্কো জেনিছ – দক্ষিণ আফ্ৰিকা – ৮০৩
৬- মেট হেনৰী- নিউজিলেণ্ড – ৭৮২
৭- নাথন লেয়ন – অষ্ট্ৰেলিয়া- ৭৭২
৮- প্ৰবাথ জয়সূৰ্যা- শ্ৰীলংকা- ৭৬৮
৯- নমান আলী- ৭৫১
১০- ৰবিন্দ্ৰ জাদেজা – ৭৫০

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baller of the yearICC Baller RankingIndian CricketerJasprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
Next Post
নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

নতুন বছৰৰ উলাহৰ মাজতে আমেৰিকাত শোকাৱহ ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ১২ গৰাকী লোকে

কাইলৈ ২ জানুৱাৰী, বিশেষভাৱে সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ ভাগ্য

কাইলৈ ২ জানুৱাৰী, বিশেষভাৱে সলনি হৈ পৰিব ৫ ৰাশিৰ লোকৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.