• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান

আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান

2 years ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

22 minutes ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

50 minutes ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

4 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

14 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

14 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান

editor by editor
December 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰিব বুমৰাহে, এটা অভাৰতে দি দিলে ১৮ ৰান

মেলবৰ্ণ টেষ্টৰ আজিৰ প্ৰথম দিনটো হয়তো কেতিয়াও পাহৰিব নোৱাৰিব জশপ্ৰিত বুমৰাহে। অষ্ট্ৰেলিয়াৰ ১৯ বছৰীয়া ছেম কনষ্টাছে এনেকুৱা কাম কৰিলে যিটো আগতে কোনেও কৰিব পৰা নাই।

বৰ্তমানে অষ্ট্ৰেলিয়াৰ আৰু ভাৰতৰ মাজত টেষ্ট মেছ চলি আছে। সেই টেষ্ট মেছতেই বৰ্তমানে দুয়ো দলে ১-১ ত সমতা স্থাপন কৰি আছে। এখন ভাৰতে সুন্দৰ ভাৱে জয়ী হোৱাৰ বিপৰীতে আন এখনত অষ্ট্ৰেলিয়াই বিজয় সাব্যস্ত কৰে। অষ্ট্ৰেলিয়াৰ খেলুৱৈ সকলৰ মাজত বৰ্তমানে ভাৰতৰ জশপ্ৰিত বুমৰাহ একপ্ৰকাৰৰ ধুমুহা সদৃশ।

এই শৃংখলাৰ আৰম্ভণিৰে পৰাই অষ্ট্ৰেলিয়াৰ বেটছমেনক নিজৰ বলেৰে নিয়ন্ত্ৰণত ৰাখিছে বুমৰাহে। কিন্তু চতুৰ্থ শৃংখলাৰ প্ৰথম দিনাই দেখা গ’ল এক বেলেগ দৃশ্য। বক্সিং ডে’ টেষ্টৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা ১৯ বছৰীয়া ছেম কনষ্টাছে বুমৰাহৰ বলক যোগ্য প্ৰত্যুত্তৰ দিয়ে।

প্ৰথম তিনিখন টেষ্টত ২১টা উইকেট দখল কৰা জশপ্ৰিত বুমৰাহৰ বলক আজিৰ খেলত ছেম কনষ্টাছৰ বেটে কোনো সুযোগ নিদিলে। ইয়াৰ উপৰি বুমৰাহে ক্ৰিকেট কেৰিয়াৰৰ সকলোতকৈ অধিক ৰানৰ অভাৰ খেলে।

চতুৰ্থ টেষ্টৰ প্ৰথম তিনিটা অভাৰত বুমৰাহ পূৰ্বৰ দৰেই মাৰাত্মক হৈ উঠে। কিন্তু তাৰ পিছত হঠাতে গোটেই কাহিনী সলনি হৈ যায়। চতুৰ্থ অভাৰত বুমৰাহে ১৪ ৰান দিয়ে। ইয়াৰ পিছত বুমৰাহে ষষ্ঠ অভাৰত ১৮ ৰান দিয়ে। পূৰ্বে কাহানিও টেষ্ট কেৰিয়াৰত বুমৰাহে এটা অভাৰত ইমান ৰান দিয়া নাছিল।

১৮ ৰানৰ অভাৰটো বুমৰাহৰ টেষ্ট কেৰিয়াৰৰ আটাইতকৈ ব্যয়বহুল অভাৰ। ইয়াৰ পূৰ্বে ২০২০ চনত মেলবৰ্ণৰ খেলপথাৰত বুমৰাহে এটা অভাৰত ১৬ ৰান দিছিল। সেই সময়ত নাথান লায়ন আৰু জোছ হেজলউডে তেওঁৰ বিৰুদ্ধে ১৬ ৰান সংগ্ৰহ কৰিছিল। সেই বছৰতে ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনম টেষ্টত বুমৰাহে এটা অভাৰত ১৬ ৰান দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India Vs AustraliaIndian BallerIndian CricketerJashprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
Next Post
ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

বুধৰ শনি গ্ৰহত প্ৰৱেশ, ২৪ জানুৱাৰীৰ পৰা ৩ ৰাশিৰ লোকৰ জিলিকি উঠিব ভাগ্য

বুধৰ শনি গ্ৰহত প্ৰৱেশ, ২৪ জানুৱাৰীৰ পৰা ৩ ৰাশিৰ লোকৰ জিলিকি উঠিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.