• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

1 year ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

9 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

10 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

11 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

11 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

13 hours ago
IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

14 hours ago
নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

নিশা শোৱাৰ সময়ত লালটি ওলোৱা, এয়া কোনো ভয়ংকৰ ৰোগৰ সংকেত নেকি?

14 hours ago
ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

ব্যক্তিগত আৰু পেছাদাৰী জীৱনত কেনেকৈ ভাৰসাম্য বজাই ৰাখিব? 

15 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং পৰিৱৰ্তন… আওকাণ নকৰিব এই লক্ষণ

15 hours ago
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

16 hours ago
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

editor by editor
December 26, 2024
in চিনেমা, জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান খানৰ ৭ বাৰকৈ হৈছিল প্ৰেম, তাৰেই এগৰাকীৰ সৈতে বিয়াৰ কথাও আগবাঢ়িছিল

বলীউডৰ ভাইজান খ্যাত ছলমান খান আজিৰ দিনটো মোষ্ট ৱাণ্টেড বেটছেলৰ। বয়স প্ৰায় ৬০ ওচৰা হলেও আজিয়ো ভাইজানৰ বিবাহৰ বাবে বহু কথা ওলাই থাকে। কোনো অনুষ্ঠান বিশেষ গ’লে আজিয়ো অভিনেতাগৰাকীক সোধা হয়- বিয়া কেতিয়া পাতিব।

পাছে বিয়া নকৰালেও জীৱনলৈ বহুবাৰ প্ৰেম আহিছিল অভিনেতাগৰাকীৰ। বহু কেইগৰাকী অভিনেত্ৰীৰ সৈতে নাম সাঙোৰো খাইছিল ছলমানৰ। এগৰাকী দুগৰাকী নহয় ৭ গৰাকী অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছলমানৰ।

সংগীতা বিজলানীৰ পৰা আৰম্ভ কৰি কেটৰিনা কেইফলৈ বহু কেইগৰাকীৰ নাম আছে এই তালিকাত।

ছলমানৰ প্ৰথম প্ৰেম আছিল মডেল শ্বাহীন জেফ্ৰীৰ সৈতে শ্বাহীন কিয়াৰা আদবানীৰ মাহিয়েক। এই সম্পৰ্কৰ বিষয়ে বিশেষ জানিব পৰা নাযায়।

সংগীতা বিজলানীৰ সৈতে ৮ বছৰ ধৰ সম্পৰ্ক আছিল ভাইজানৰ। দুয়ো বিয়াত বহাৰো কথা আছিল । পাছে বিয়াৰ দিন ঠিক হোৱাৰ মাথো এটা মাহ পূৰ্বে দুয়ো ইজনে সিজনৰ পৰা আঁতৰি যায় আৰু সম্পৰ্কৰ শেষ হয়।

সংগীতাৰ পাছতে ছলমানৰ জীৱনলৈ আহে সোমী আলীৰ। সোমী ছলমানক ১৫ বছৰ বয়সৰ পৰাই ভাল পাইছিল। আৰু ছলমানৰ বাবেই ১৯ বছৰ বয়সত ফ্লোৰিডাৰ পৰা ভাৰতলৈ আহিছিল সোমী। দুয়োৰে মাজত সম্পৰ্ক গাঢ় হয়, কিন্তু কোনো কাৰণত এই সম্পৰ্কৰো যতি পৰে।

১৯৯৯ ৰ জনপ্ৰিয় চবি ‘হাম দিল দে চুকে সনম’ৰ শ্বুটিঙৰ সময়তে কাষ চাপে ছলমান-ঐশ্বৰ্য। ২০০২ চনলৈ দুয়োৰে মাজত সম্পৰ্ক থাকে, কিন্তু ছলমানৰ ক্ৰোধৰ বাবে এই সম্পৰ্কৰো অন্ত পৰে।

২০০৫ চনত কেটৰিনাৰ সৈতে সম্পৰ্কৰ মাজলৈ আহে ছলমান। প্ৰায় ৪ বছৰ ধৰি ডেট কৰে ইজনে সিজনক। কিন্তু এই সম্পৰ্কৰো অন্ত পৰে। অৱশ্যে সম্পৰ্ক শেষ হলেও আজিয়ে দুয়ো ভাল বন্ধু।

বৰ্তমানে ছলমানৰ নাম য়ুলিয়া বন্তুৰৰ সৈতে নাম সাঙোৰ খাইছে। য়ুলিয়া প্ৰায়ে ছলমানৰ পৰিয়াল আৰু ছলমানো য়ুলিয়াৰ পৰিয়ালৰ সৈতে দেখা পোৱা যায়।

অন্য কেইবাগৰাকী যুৱতীৰ আগমণ ঘটিছিল ছলমানৰ জীৱনলৈ পাছে সেই সকলৰ বিষয়ে বিশেষ জানিব পৰা নাযায়। এই তালিকাত নাম আছে- ফাৰিয়া আলম, মেহেক চেহেল, ক্লাউডিয়া কেছলা, ছামান্থা লকউড।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodloveSalman Khan loveSalman Khna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!
জীৱনশৈলী

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

May 29, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

May 29, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

May 29, 2026
Next Post
বুধৰ শনি গ্ৰহত প্ৰৱেশ, ২৪ জানুৱাৰীৰ পৰা ৩ ৰাশিৰ লোকৰ জিলিকি উঠিব ভাগ্য

বুধৰ শনি গ্ৰহত প্ৰৱেশ, ২৪ জানুৱাৰীৰ পৰা ৩ ৰাশিৰ লোকৰ জিলিকি উঠিব ভাগ্য

৪ দিন ধৰি ৭০০ ফুট দ’ গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ

৪ দিন ধৰি ৭০০ ফুট দ' গাঁতত আৱদ্ধ ৩ বছৰীয়া চেতনা, খাদ্য-পানী এৰাৰ ফলত মাতৃয়ো অসুস্থ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.