• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

4 years ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

1 hour ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

1 hour ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

2 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

2 hours ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

2 hours ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

4 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

6 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

6 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

7 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

8 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

9 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

editor by editor
December 2, 2022
in ক্ৰীড়া, বিশ্ব
0
১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্বকাপ ফুটবলৰ জ্বৰ বিশ্ববাসীৰ। চৌদিশে কেৱল ফুটবলৰেই চৰ্চা। কিন্তু একোজন সাধাৰণ লোকক ধৰি ফুটবলৰ কথা সোধা হয়, বা ফুটবলত কোনজন খেলুৱৈ আপোনাৰ প্ৰিয় বুলি প্ৰশ্ন কৰা হয় তেন্তে পোনতেই সৰহসংখ্যকেই নাম লয় পেলে, মাৰাডোনা নতুবা মেছিৰ। আটাইকেইজনে কেলত প্ৰৱেশ কৰোতে পৰিধান কৰে একেই নম্বৰৰ জাৰ্চী। ফুটবল বুলিলেই ১০ নং জাৰ্চীৰে আছে বহুতৰে আৱেগ। এই নম্বৰৰ জাৰ্ছী পৰিধান কৰাসকলে ফুটবলত নাম-খ্যাতি যশ সকলো লাভ কৰিবলৈ সক্ষম হৈছে। এই জাৰ্ছী শ্ৰেষ্ঠ জনকহে দিয়া হয়। এই নম্বৰৰ জাৰ্ছী ফুটবলৰ ইতিহাসত আটাইতকৈ সন্মানজনক বুলি বহুতেই ধাৰণা কৰে।

কিয় ১০ নম্বৰ জাৰ্ছীকেই সকলোতকৈ আগত ৰাখে?
১০ নম্বৰ জাৰ্চী প্ৰথম চৰ্চালৈ আনিছিল পেলেই। ব্ৰাজিলৰ হৈ বিশ্বকাপত ভাগ লোৱা পেলে পোনতে পৰিধান কৰিছিল ১০ নম্বৰ জাৰ্চী। তাৰপাছতেই আৰ্জেণ্টিনাৰ মাৰাডোনাই উজ্বলাই তুলিছিল ১০ নং জাৰ্চীক। নতুন প্ৰজন্মৰ খেলুৱৈসকলৰো মুল আকৰ্ষণৰ কেন্দ্ৰ ১০ নং জাৰ্চী। বৰ্তমান ১০ নং জাৰ্চী পৰিধান কৰি সকলোৰে মাজত চৰ্চিত আৰ্জেণ্টিনাৰ খেলুৱৈ লিওনেল মেছি। বহুতেই মেছিক একক অনন্য বুলিও দাবী কৰে। কিন্তু মেছিয়েও কিয় ১০ নম্বৰ জাৰ্চীকেই বাচি ল’লে সেই প্ৰশ্ন বহুতেই উত্থাপন কৰে।

মেছিয়ে কিয় পৰিধান কৰে ১০ নং জাৰ্ছী?
বহুতৰে মনত প্ৰশ্ন, মেছিয়ে কিয় ১০ নম্বৰ জাৰ্ছীকেই বাছি লৈছে? মেছিয়ে কাৰোবাক অনুপ্ৰেৰণা হিচাপে লৈয়েই এই নম্বৰ বাছি লৈছে নেকি? মেছিয়ে ফুটবল খেলিবলৈ আৰম্ভ কৰাৰ প্ৰাৰম্ভিক কালত ১০ নং জাৰ্ছী পৰিধান কৰা নাছিল। মেছিয়ে পোনতে বাৰ্ছিলোনাৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিল। প্ৰথম দলৰ হৈ খেল আৰম্ভ কৰোতে মেছিৰ জাৰ্ছী নং আছিল ৩০। কিন্তু কেইবছৰমান পাছত ৰোনাল্ডিহোনে দল ত্যাগ কৰে। দল ত্যাগ কৰাৰ সময়ত তেওঁৰ জাৰ্ছী নম্বৰ আছিল ১০। ৰোনাল্ডিনহোৰ সৈতে প্ৰায় একেই পাৰদৰ্শিতা খেলত দেখুওৱাৰ বাবে মেছিকেই ৰোনাল্ডিনহোৰ ঠাই দিলে দলটোৱে। তেতিয়াৰে পৰাই মেছিৰ জাৰ্ছী নম্বৰ হৈ পৰিল ১০।

পেলে, মাৰাডোনা, মেছিক বাদ দি আৰু কোনে কোনে পিন্ধে ১০ নং জাৰ্ছী?
পেলে, মাৰাডোনা, মেছিক বাদ দিও বহুতেই ১০ নং জাৰ্ছী পিন্ধে। ১০ নং জাৰ্ছী পিন্ধা ব্যক্তিসকলৰ ভিতৰত অন্যতম হৈছে, জুয়ান ৰোমান ৰিকলম, মিশেল প্লেটিনি, জোহান ক্ৰুইফ, ফেৰেন্স পুছকাৰ, জিনেডিন জিদান, ৰিভাল্ডো, ওয়েন ৰুনি, আলেছান্দ্ৰো দেল পিয়েৰো, ফ্ৰান্সেছকো টোট্ৰি, ছাৰ্জিও আগুয়েৰো, নেইমাৰ, ফিলিপে কুতিনহো, ৰবাৰ্তো বাজ্জিয়োসহ কেইবাজনো খেলুৱৈয়ে।

কিন্তু ১০ নং জাৰ্ছী পিন্ধিলেই সৰ্বাধিক চৰ্চিত হ’ব এনে নহয়। ১০ নং জাৰ্ছী পৰিধান কৰাসকলেই ভাল খেলুৱৈ হ’বই তেনে কথাও নহয়। ১০ নং জাৰ্ছী পৰিধান কৰাসকল ভাগ্যৱান তেনে কথাও নহয়। উদাহৰণস্বৰূপে ১০ নং জাৰ্ছী ৰিয়েল মাদ্ৰিকৰ বাবে ১০ নম্বৰ জাৰ্ছী ‘অভিশাপ’ হৈ পৰিছিল। কেৱল ফুটবলেই নহয় ক্ৰিকেটতো দেখা যায় ১০ নম্বৰ জাৰ্ছী। ক্ৰিকেটত ১০ নম্বৰ জাৰ্ছী পৰিধান কৰা খেলুৱৈসকলৰ ভিতৰত নাম ল’ব লাগিব শচীন তেণ্ডুলকাৰৰ। ইয়াৰোপৰি পাকিস্তানৰ শহিদ আফ্ৰিদী আৰু দক্ষিণ আফ্ৰিকাৰ এলেন ডোনাল্ডোৰ দৰে খেলুৱৈয়েও পৰিধান কৰে ১০ নম্বৰ জাৰ্ছী।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
Next Post
‘আৱেগ বুজিবলৈ সিদ্ধাৰ্থ নাই’, সিদ্ধাৰ্থ শুক্লাক সুঁৱৰি আকৌ উচুপি উঠিল শ্বেহনাজ গীল…

'আৱেগ বুজিবলৈ সিদ্ধাৰ্থ নাই’, সিদ্ধাৰ্থ শুক্লাক সুঁৱৰি আকৌ উচুপি উঠিল শ্বেহনাজ গীল...

ছিৰিত বাগৰি পৰি আঘাতপ্ৰাপ্ত জুবিন! ততাতৈয়াকৈ হাস্পতালত ভৰ্তি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক

ছিৰিত বাগৰি পৰি আঘাতপ্ৰাপ্ত জুবিন! ততাতৈয়াকৈ হাস্পতালত ভৰ্তি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.