• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকলি আকাশৰ তললৈ জেচিকাৰ হত্যাকাৰী

মুকলি আকাশৰ তললৈ জেচিকাৰ হত্যাকাৰী

6 years ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

3 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

4 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

4 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

6 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

6 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

7 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

8 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

9 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

9 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

10 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

11 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুকলি আকাশৰ তললৈ জেচিকাৰ হত্যাকাৰী

চাঞ্চল্যকৰ জেচিকা লাল হত্যাকাণ্ডত কাৰাৰুদ্ধ অপৰাধী মনু শর্মা মুকলি আকাশৰ তললৈ আহিল৷ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত মনু শর্মাই শাস্তি সম্পূর্ণ হোৱাৰ তিনি বছৰ পূর্বেই মুকলি হ’ল দিল্লীৰ তিহাৰ জে’লৰ পৰা৷

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2020 - Updated on June 7, 2020
in অপৰাধ, ভাৰত, ৰাজনীতি
0
মুকলি আকাশৰ তললৈ জেচিকাৰ হত্যাকাৰী
0
SHARES
38
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ চাঞ্চল্যকৰ জেচিকা লাল হত্যাকাণ্ডত কাৰাৰুদ্ধ অপৰাধী মনু শর্মা মুকলি আকাশৰ তললৈ আহিল৷ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত মনু শর্মাই শাস্তি সম্পূর্ণ হোৱাৰ তিনি বছৰ পূর্বেই মুকলি হ’ল দিল্লীৰ তিহাৰ জে’লৰ পৰা৷ লগতে মুকিল হ’ল আন ১৮ জনকৈ অপৰাধী৷ কাৰাগাৰত কৰা সন্তুষ্টিমূলক আচৰণৰ বাবে মুকলি হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিনোদ শর্মাৰ পুত্ৰ মনু শর্মা৷ ‘দিল্লী ছেণ্টেন্স ৰিভিউ বোর্ড’ৰ প্ৰস্তাৱ মর্মে দিল্লীৰ লেফটেনেণ্ট গৱর্ণৰ অনিল বাইজালে এক পত্ৰত স্বাক্ষৰ কৰাৰ পাছতে মুকলি আকাশৰ তললৈ আহিল জেচিকাৰ হত্যাকাৰী মনু৷ ১৯৯৯ চনৰ ৩০ এপ্ৰিলত দিল্লীৰ ‘টামাৰিণ্ড ক’র্ট ৰেষ্টুৰেণ্ট’ত জেচিকাক গুলীয়াই হত্য কৰিছিল মনু শর্মাই৷ এপিয়লা সুৰা যাচিবলৈ প্ৰত্যাখ্যান কৰাৰ বাবেই মনুয়ে হত্যা কৰিছিল জেচিকাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jessicamurder
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
Next Post
হৃদয়বিদাৰক! পথত মৃতদেহ, ক’ৰোনাৰ ভয়ত ৰাস্তাতে এৰি পলাল পৰিয়াল

হৃদয়বিদাৰক! পথত মৃতদেহ, ক’ৰোনাৰ ভয়ত ৰাস্তাতে এৰি পলাল পৰিয়াল

লামডিং-বদৰপুৰ ৰেলপথত ভূমিস্খলন, ব‍্যাহত ট্ৰেইন চলাচল

লামডিং-বদৰপুৰ ৰেলপথত ভূমিস্খলন, ব‍্যাহত ট্ৰেইন চলাচল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.