• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদয়বিদাৰক! পথত মৃতদেহ, ক’ৰোনাৰ ভয়ত ৰাস্তাতে এৰি পলাল পৰিয়াল

হৃদয়বিদাৰক! পথত মৃতদেহ, ক’ৰোনাৰ ভয়ত ৰাস্তাতে এৰি পলাল পৰিয়াল

6 years ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

1 hour ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

15 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

15 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

15 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

16 hours ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

16 hours ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

17 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

17 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

19 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

20 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হৃদয়বিদাৰক! পথত মৃতদেহ, ক’ৰোনাৰ ভয়ত ৰাস্তাতে এৰি পলাল পৰিয়াল

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2020 - Updated on June 7, 2020
in ভাৰত
0
হৃদয়বিদাৰক! পথত মৃতদেহ, ক’ৰোনাৰ ভয়ত ৰাস্তাতে এৰি পলাল পৰিয়াল
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ এনে দিন কাহানিও কোনো পৰিয়াললৈ নাহক৷ বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯য়ে দেশে দেশে উদ্ভৱ কৰিছে অভাৱনীয় পৰিস্থিতিৰ৷ আনকি নিজ পৰিয়ালৰ কোনো সদস‍্য ক’ভিড-১৯ত মৃত‍্যু হ’লে বা তেনে সন্দেহ জাগ্ৰত হ’লে সেই মৃতদেহ চুবলৈয়ে শংকিত হৈছে খোদ পৰিয়ালৰ লোকে৷ উত্তৰপ্ৰদেশত এনে এটা মৰ্মান্তিক দৃশ‍্যই বহুতৰে হৃদয় মোচৰ খোৱাইছে৷ উল্লেখ‍্য যে ৩৫ বছৰীয়া এজন শ্ৰমিকৰ শনিবাৰে দ্ৰুতগতিত স্বাস্থ‍্যৰ অৱনতি ঘটে৷ পৰিয়ালৰ লোকে ততাতৈয়াকৈ প্ৰয়াগৰাজৰ এছ আৰ এন হাস্পতাললৈ লৈ যায়৷ কিন্তু হাস্পতালৰ পৰা উভতি অহাৰ পথতেই মৃত‍্যু ঘটে শ্ৰমিকজনৰ৷ মৃত‍্যুৰ পাছতেই হাহাকাৰ লাগে হাস্পতাললৈ লৈ যোৱা পৰিয়ালৰ আন সদস‍্যসকলৰ৷ ভয়তে  শ্ৰমিকজনৰ মৃতদেহটো পথতে পেলাই পলায়ন কৰে৷ পৰিয়ালৰ লোকসকলৰ এনে নির্দয়তাত হতভম্ব স্থানীয় লোকে আৰক্ষী আৰু স্বাস্থ‍্যকর্মীক খবৰ দিয়ে৷ অৱশেষত প্ৰশাসনৰ হেঁচাত শেষকৃত কৰিবলৈ বাধ‍্য হয় মৃত শ্ৰমিকজনৰ পৰিয়াল-আত্মীয়ই৷ ৰাণীগঞ্জৰ ডিচিপি অতুল অঞ্জন ত্ৰিপাঠীয়ে সংবাদ মাধ‍্যমত জনোৱা মতে, কিছুদিন পূৰ্বে বহিঃৰাজ‍্যৰ পৰা স্ব-গৃহলৈ উভতিছিল শ্ৰমিকজন৷ থার্মাল স্ক্ৰীণিং আৰু স্বাস্থ‍্য পৰীক্ষাৰ পাছত স্ব-গৃহত ২১ দিনৰ কোৱাৰেণ্টাইনত আছিল৷ কিন্তু শ্বাস-প্ৰশ্বাসত কষ্ট আৰু হৃদযন্ত্ৰৰ কিছু সমস‍্যাত ভোগাত শ্ৰমিকজনক স্থানীয় হাস্পতাললৈ নি স্বাস্থ‍্য পৰীক্ষা কৰে৷ হাস্পতালৰ পৰা উভতি অহাৰ পথতেই শ্ৰমিকজনৰ মৃত‍্যু ঘটে৷ ক’ৰোনাত আক্ৰান্ত হৈ মৃত‍্যু হোৱাৰ সন্দেহ কৰি পৰিয়ালৰ লোকেই মৃতদেহটো পথত পেলাই পলায়ন কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coronacovidlabour
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!
ভাৰত

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

October 31, 2026
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ
ভাৰত

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

October 31, 2026
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড
অপৰাধ

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

October 31, 2026
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু
বিনোদন

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

October 31, 2026
Next Post
লামডিং-বদৰপুৰ ৰেলপথত ভূমিস্খলন, ব‍্যাহত ট্ৰেইন চলাচল

লামডিং-বদৰপুৰ ৰেলপথত ভূমিস্খলন, ব‍্যাহত ট্ৰেইন চলাচল

সাৱধান মুম্বাই! আহি আছে ‘নিসর্গ’

সাৱধান মুম্বাই! আহি আছে ‘নিসর্গ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.