• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

1 year ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

45 minutes ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

2 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

3 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

4 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

5 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

5 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

22 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

22 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

editor by editor
November 28, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য
0
SHARES
766
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবেই প্ৰেমিকে সংঘটিত কৰে শিহৰণকাৰী ঘটনা, দেশজুৰি চাঞ্চল্য

লিভ-ইনত আছিল এহাল প্ৰেমিক-প্ৰেমিকা। কিন্তু মনোমালিন্য হৈ প্ৰেমিকে প্ৰেমিকাৰ পৰা ৰেহাই পাবৰ বাবে কৰিলে অতিকে ভয়ংকৰ কাণ্ড। ছাগলী-মুৰ্গী কটাৰ দৰে কাটিলে প্ৰেমিকাৰ মৃতদেহ। মুঠ ৫০ টুকুৰা কৰি পেলালে প্ৰেমিকাৰ।

এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। আজি চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ লোৱাৰ সময়তে পোহৰলৈ আহে ভয়ংকৰ ঘটনা। ঝাৰখণ্ডৰ খুঁটি জিলাত এজন ২৫ বছৰীয়া যুৱকে হত্যা কৰে প্ৰেমিকাক। পেছাত কচাই হিচাপে কাম কৰে যুৱকে। যাৰ বাবে প্ৰেমিকাৰ শৰীৰ কাটিবলৈ অকনো কুণ্ঠাবোধ নকৰে প্ৰেমিকে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, হত্যাৰ পূৰ্বে অভিযুক্তই প্ৰেমিকাক ধৰ্ষণ কৰিছিল। পিছত দোপাত্তাৰে ডিঙি চেপি হত্যা কৰি মৃতদেহটো ৫০ টুকুৰা কৰি কাটি পেলাইছিল। ইয়াৰ পিছত যাতে মহিলাগৰাকীক চিনাক্ত কৰিব পৰা নাযায়, তাৰ বাবে অভিযুক্তই মৃতদেহৰ টুকুৰাবোৰ হাবিত বিভিন্ন ঠাইত পেলাই দিছিল।

অভিযুক্তই নিশ্চিত আছিল যে বনৰীয়া জন্তুৱে টুকুৰাবোৰ খাব, যাৰ বাবে মহিলাগৰাকীৰ হত্যাৰ ৰহস্য কেতিয়াও প্ৰকাশ নহ’ব। কিন্তু টুকুৰাবোৰ পেলোৱাৰ ১৫ দিনৰ পাছত এটা কুকুৰে এই হত্যাকাণ্ডৰ ৰহস্য উদঙাই দিয়ে।

এই কুকুৰটোৱে এখন গাঁৱৰ ওচৰত মৃতদেহৰ টুকুৰা এটা মুখত লৈ গৈছিল। ইয়াৰ পিছতে গাঁৱৰ ৰাইজে জড়িয়গড় আৰক্ষীক খবৰ দিয়ে। ২৪ নৱেম্বৰত যেতিয়া আৰক্ষীয়ে ওচৰতে হাবিত তালাচী চলাই তেতিয়া শৰীৰৰ আন টুকুৰাও উদ্ধাৰ হয়।

আৰক্ষীয়ে এটা বেগো উদ্ধাৰ কৰে, য’ৰ পৰা মহিলাগৰাকীক চিনাক্ত কৰা হয়। আৰক্ষীয়ে মহিলাগৰাকীৰ মাতৃৰ কাষতো উপস্থিত হৈ বেগটো নিশ্চিত কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত নৰেশ ভেংৰাৰ ওচৰ পায়গৈ।

ঝাৰখণ্ড আৰক্ষীয়ে জনোৱা মতে, ২৪ বছৰীয়া মহিলাগৰাকী ৰাঞ্চিৰ বাসিন্দা আছিল। নৰেশৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। ইয়াৰ পিছত দুয়োজনে ইভ-ইনত থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু নৰেশে প্ৰেমিকাক এৰি আন এগৰাকী মহিলাক বিয়া কৰায়। সেয়ে প্ৰেয়সীৰ পৰা মুক্তি পাব বিচাৰিছিল।

পূৰ্ব পৰিকল্পিত অনুসৰি অভিযুক্তই মহিলাগৰাকীক প্ৰলোভিত কৰি হাবিলৈ লৈ যায়। প্ৰথমে মহিলাগৰাকীক ধৰ্ষণ কৰি তাৰ পিছত হত্যা কৰে, পিছত মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি পেলায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jharkhandJharkhand Murder Casemurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
কাইলৈ শোভান যোগ আৰু অতিগন্দ যোগৰ বিশেষ প্ৰভাৱ, মা লক্ষ্মীৰো প্ৰিয় দিন, ৫ ৰাশিৰ জীৱনত…

কাইলৈ শোভান যোগ আৰু অতিগন্দ যোগৰ বিশেষ প্ৰভাৱ, মা লক্ষ্মীৰো প্ৰিয় দিন, ৫ ৰাশিৰ জীৱনত...

দৈনিক ৰাশিফল, আজি শোভন যোগৰ ফলত জয়জয় ময়ময় ৫ ৰাশিৰ লোকৰ, কোন কোন এই ৫ ৰাশি

দৈনিক ৰাশিফল, আজি শোভন যোগৰ ফলত জয়জয় ময়ময় ৫ ৰাশিৰ লোকৰ, কোন কোন এই ৫ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.