• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭৫ দিনত ১২ টা আক্ৰমণ, ১৪ জন জোৱান শ্বহীদ… সন্ত্ৰাসবাদীৰ কেনেকৈ লক্ষ্য হৈ পৰিছে জম্মু

৭৫ দিনত ১২ টা আক্ৰমণ, ১৪ জন জোৱান শ্বহীদ… সন্ত্ৰাসবাদীৰ কেনেকৈ লক্ষ্য হৈ পৰিছে জম্মু

2 years ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

27 minutes ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

1 hour ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

3 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

18 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭৫ দিনত ১২ টা আক্ৰমণ, ১৪ জন জোৱান শ্বহীদ… সন্ত্ৰাসবাদীৰ কেনেকৈ লক্ষ্য হৈ পৰিছে জম্মু

editor by editor
September 14, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
৭৫ দিনত ১২ টা আক্ৰমণ, ১৪ জন জোৱান শ্বহীদ… সন্ত্ৰাসবাদীৰ কেনেকৈ লক্ষ্য হৈ পৰিছে জম্মু
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭৫ দিনত ১২ টা আক্ৰমণ, ১৪ জন জোৱান শ্বহীদ… সন্ত্ৰাসবাদীৰ কেনেকৈ লক্ষ্য হৈ পৰিছে জম্মু

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে নিজৰ কৌশল সলনি কৰিলে। এতিয়া উপত্যকাৰ সলনি জম্মু সংমণ্ডলত আক্ৰমণ বাঢ়িছে আৰু জোৱানৰ শ্বহীদতাও বৃদ্ধি পাইছে। সেনাই সাহস প্ৰদৰ্শন কৰি সন্ত্ৰাসবাদীক হত্যা কৰিছে।

কিন্তু সাধাৰণতে নিৰাপদ বুলি বিবেচিত জম্মুত আক্ৰমণ বৃদ্ধি পোৱাৰ ফলত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰাপত্তা বাহিনীয়ে নতুন কৌশল ৰচনা কৰিব লাগিব। ১৩ৰ পৰা ১৪ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ আৰু বাৰামুল্লাত সন্ত্রাসবাদীৰ সন্ধানত অভিযান চলাব৷ কিষ্টৱাৰত এই অভিযানত দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে বাৰামুল্লাত সেনাৰ অনুসন্ধান অভিযান চলি আছে।

২০২৪ চনৰ জুন মাহৰ পৰা ১৪ ছেপ্টেম্বৰলৈ জম্মুত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা যদি চাওঁ, ১৫ দিনত ১২টা আক্ৰমণ হৈছে। এই আক্ৰমণত ১৪ জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে ৪ জন সন্ত্ৰাসবাদী নিহত হৈছে। স্পষ্টভাৱে এইটো নিৰাপত্তা সংস্থাসমূহৰ বাবে চিন্তাৰ বিষয়।
২০০৮ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত ধাৰাবাহিকভাৱে আক্ৰমণ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে সন্ত্ৰাসবাদীৰ পৰিৱৰ্তিত কৌশল সন্দৰ্ভত নিৰ্ণায়ক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। প্ৰতিবাৰেই সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি নিৰুদ্দেশ হৈ আছে। বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিয়ে ৰাইজক অশান্তি দিছে।

জম্মু সংমণ্ডলত আক্ৰমণৰ ঘটনা-

১) ১৩ ছেপ্টেম্বৰত কিষ্টৱাৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা মুখামুখিত দুজন জোৱান শ্বহীদ হোৱাৰ লগতে দুজন জোৱান আহত হয়।

২) ৮ ছেপ্টেম্বৰত লাম আৰু নৌশ্বেৰাত সেনাই দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছিল। উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গোলা-বাৰুদ।

৩) ২৯ আগষ্টত জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয়।

৪) ২৪ আগষ্টত জম্মু-কাশ্মীৰৰ সোপোৰত সেনা জোৱান আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ মাজতে এজন সন্ত্ৰাসবাদীক সেনাবাহিনীয়ে হত্যা কৰে।

৫) ১৩ আগষ্টত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে সেনাৰ বৃহৎ মুখামুখি হয়। চাৰিদিনতকৈ অধিক সময় ধৰি চলিছিল এই অপাৰেচন। অনন্তনাগ জিলাৰ কোকাৰনাগত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখিত দুজন সেনা জোৱান আৰু এজন সাধাৰণ নাগৰিক নিহত হয়।

৬) ২৭ জুলাইত জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ মাচিল অঞ্চলত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত এজন সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে এই এনকাউণ্টাৰত শ্বহীদ হয় এজন জোৱান।

৭) ২২ জুলাইত ৰাজৌৰীৰ গুণ্ডা কোৱাছত শৌৰ্য চক্ৰৰে সন্মানিত বিডিচিৰ এজন সদস্যৰ ঘৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল। এই আক্ৰমণত আহত হয় এজন সেনা জোৱান।

৮) ১৬ জুলাইত ডোডাৰ অৰণ্যত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীক অবিৰতভাৱে আক্ৰমণ চলাইছিল। এই আক্ৰমণত চাৰিজন জোৱান শ্বহীদ হয়।

৯) ৮ জুলাইত কথুৱা সন্ত্ৰাসবাদী আক্ৰমণত ৫ জন জোৱান শ্বহীদ হৈছিল।

১০) যোৱা ৭ জুলাইত ৰাজৌৰী জিলাৰ এটা নিৰাপত্তাৰক্ষী চকীত আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত আহত হয় এজন সেনা জোৱান।

১১) ১১-১২ জুনত ডোডা আৰু ভাদেৰৱাহত আৰক্ষী আৰু সেনাৰ অস্থায়ী শিবিৰত আক্ৰমণ কৰা হয়। ইয়াৰ ফলত আহত হয় সাতজন জোৱান।

১২) যোৱা ৯ জুনত ৰিয়াচীৰ শিৱখোডীত এখন যাত্ৰীবাহী বাছত আক্ৰমণ কৰা হৈছিল। ১০ জন যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় ৪০ জন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: india borderindian armyjammuJammu Terroristterroristterrorist attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
Next Post
উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক

উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক

‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

'মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম'- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.