• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

4 years ago
ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

ধুৰন্ধৰ ২ৰ সেই বাথৰুমৰ দৃশ্য, ৩ টা নিশা শুৱ নোৱাৰিলে অভিনেতাই

1 hour ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

2 hours ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

3 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

3 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

4 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

5 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

6 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

7 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

8 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

8 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত বহি আশাহত যুৱক-যুৱতী!

editor by editor
September 9, 2022
in Uncategorized
0
জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?
0
SHARES
31.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘সবে ভয় খুৱাই আছিল মইও বোলে ফাছিম, সেইকাৰণে পোষ্ট টো Delete কৰিলোঁ।কিন্তু কথাখিনি সঁচা।110% সঁচা। বুকু দাঠি কম মই।Exam দি ওলাই আহিছোঁ।Exam কেনে হ’ল কিবা কিবি এনেকৈ সুধি থাকোঁতে ল’ৰাজনে তেনেকৈ কলে যেনেকৈ মই পোষ্টটোত কলো।সেইকাৰণে কালিৰ কথাটো শুনি মই কথাটো কলোঁ।কিন্তু কৈছোঁয়ে ক’ৰ ল’ৰা কি মই একোৱে নাজানো। একো প্ৰমাণ নাই মোৰ হাতত।সেইকাৰণে অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনক এনেবোৰক ধৰিব অনুৰোধ জনালো। সি সঁচা কৈছে নে মিছা কৈছে মই নাজানো।কিন্তু মোক যি কৈছে সেইখিনি সঁচা।

কিন্তু এই Poartal বোৰে Screenshot ৰাখি কি ভাবে Share কৰিছে নাজানো।আৰু কিছুমানে কৈ আছে মই Famous হবলৈ এইবোৰ কৰিছো,Exam মোৰ বেয়া হৈছে,গতিকে ঘৰৰ মানুহে গম পাব বুলি এইবোৰ নাটক। মোক পুলিচে ধৰি থব এনে কিবা কিবি বহুত শুনাই আছে।কিন্তু মই চৰকাৰক দোষ দিয়া নাই,আৰু Comment Box ত বহুতেই কৈ আছে যে বহুতেই বোলে এনেকুৱা কথা শুনিছে। বাকীবোৰে যেনেকৈ সুনিছে মইও তেনেকৈয়ে শুনিছোঁ।যদি এনেবোৰ ঘটনা হৈ আছে তেন্তে চৰকাৰে উচিত ব্যৱস্থা লব লাগে তাকে কৈছোঁ।
কিন্তু Portal বোৰে যেনেকৈ Share কৰি আছে মোক ফচাই হে এৰিব যেন পাওঁ। পোষ্ট টো Share কৰি অলপ Help কৰি দিবা 🙏।
বেলেগক ব্যৱহাৰ কৰি চৰকাৰক দোষ দিব নাপায় এনেকৈ,মই চৰকাৰক একো কোৱা নাই,আৰু কেলেংকাৰি হৈছে নে কি এইবোৰ একোৱে কোৱা নাই।
মাত্ৰ কথাটো কৈছিলো, কওঁ কিবা,বনাই দিয়ে কিবা News 🙏।
আৰু মই কোনো ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ লগত জড়িত নহয়। চৰকাৰৰ বিৰুদ্ধে মোৰ Account ত একো পোষ্ট নাপাই।মই কেৱল Dhoni,Kohli Zubeen ৰ তৰ্ক কৰিয়ে বা ধেমেলীয়া পোষ্ট কৰিয়ে Facebook টোত থাকো👍’

(বিঃদ্ৰঃ চাকৰিৰ সম্পৰ্কত ভুক্তভোগী যুৱকে লিখা লিখনিটো অবিকলভাৱে আগবঢ়ালো অসমৰ ৰাইজৰ মাজলৈ। এই লিখনিত ‘অসম LIVE 24’ৰ ফালৰ পৰা কোনোধৰণৰ সংযোজন কৰা হোৱা নাই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.