• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

4 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

6 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

7 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

7 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

9 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

12 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

12 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

13 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

14 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

14 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

15 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

1 day ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

editor by editor
September 11, 2022
in অসম
0
‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?
0
SHARES
152
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম চৰকাৰৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰক্ৰিয়াত এজন প্ৰাক্তন বিধায়কৰ নেতৃত্বত চাকৰিৰ দৰ দাম উঠাৰ বিস্ফোৰক অভিযোগ কৰি গ্ৰেপ্তাৰ বৰণ কৰা ভিক্টৰ দাস নামৰ মাতৃয়ে আজি সংবাদ মাধ্যমৰ আগত নিজৰ পুত্ৰক হত্যাকাৰী অথবা অপৰাধী নহয় বুলি মন্তব্য কৰিছে৷

ভিক্টৰ দাসৰ মাতৃয়ে আৰক্ষীৰ জিম্মাত থকা নিজ পুত্ৰক সাক্ষাৎ কৰি অহাৰ পাছতে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাতৃয়ে কয় যে তেওঁৰ পুত্ৰ ভিক্টৰ দাস কোনো হত্যাকাৰী বা অপৰাধী নহয়৷ কাৰোবাক সহায় কৰিবলৈ গৈ সি আৰক্ষীৰ জিম্মাত থকাৰ কাৰণে মাতৃ হিচাপে মোৰ সদায় দুখ থাকিব৷ কিন্তু তাৰ সেই কষ্টৰ বিনিময়ত কাৰোবাৰ সহায় হ’লে মোৰ কষ্ট লাঘৱ হ’ব বুলিও মন্তব্য কৰে ভাস্কৰৰ মাতৃয়ে৷

লগতে পঢ়ক জ্যোতি ডেকাক কোনে বাধ্য কৰালে প’ষ্ট Delete কৰিবলৈ?

পুত্ৰ ভিক্টৰ দাসে পাব্লিচিটি ষ্টানৰ বাবে এই কাম কৰা নাই৷ সি কোনো পলিটিকেল লিডাৰ নহয় যে ষ্টান কৰিব৷ নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হওক বুলিহে ভিক্টৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলিও ভিক্টৰ দাসৰ মাতৃয়ে কয়৷

‘‘ষ্টান শব্দটো আপোনালোকেও ব্যৱহাৰ নকৰিব৷ ষ্টানৰ বাবে সি এনে কোনো কাম কৰা নাই৷ কেৱল নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ বাবেহে এই কাম কৰিছে৷’’ ভিক্টৰৰ মাতৃয়ে সংবাদ মাধ্যমক উদ্দেশ্য কৰি কয়৷

ইফালে আৰক্ষীয়ে ভিক্টৰ দাসৰ পৰিয়ালক এতিয়ালৈকে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই বুলিও স্পষ্টভাৱে প্ৰকাশ কৰিছে ভিক্টৰ দাসৰ মাতৃয়ে৷ উল্লেখ্য যে ভিক্টৰ দাসে এই বিস্ফোৰক অভিযোগ উত্থপান কৰাৰ পাছতে যোৱা শুকুৰবাৰে নিশা পাণ বজাৰ আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBhaskar Das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.