• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

4 years ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

1 hour ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

9 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

10 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

11 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

12 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

13 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

13 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

14 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

14 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

15 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

editor by editor
September 12, 2022
in বিবিধ, ভাৰত
0
পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক পাষাণ মাতৃৰ ভয়ানক কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী মহিলাই নিজৰে আঢ়ৈ মহীয়া কন্যা সন্তানক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে৷ অৱশ্যে চিকিৎসকৰ তৎপৰতাত নৱজাতিকাৰ প্ৰাণৰক্ষা পৰে৷

ঘটনাৰ বিৱৰণীৰ মতে ৰাজস্থানৰ ঝুনঝুণুত এগৰাকী মাতৃয়ে আঢ়ৈ মহীয়া নিজৰ কন্যাক ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলাইছিল। সমগ্ৰ ঘটনাটো চিকিৎসালয়খনৰ চিচিটিভিত বন্দী হয়। এই সমগ্ৰ দৃশ্য চিকিৎসালয়খনৰ চিচিটিভিৰ কেমেৰাত বন্দী হয়৷ মহিলাগৰাকীৰ এনে কাণ্ড প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰাৰ লগতে নৱজাতিকাটিৰ প্ৰাণৰক্ষা কৰে৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত অভিযুক্ত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঝুনঝুনুৰ বুহানাৰ সাংগা গাঁৱৰ বাসিন্দা ২৪ বছৰীয়া মহিলা সুমনে প্ৰায় আঢ়ৈ মাহৰ পূৰ্বে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে৷ ইয়াৰ পাছত কন্যা শ্ৰেয়াৰ শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাত চিকিৎসাৰ বাবে নৰনৌলৰ এখন শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ যোৱা ২ ছেপ্টেম্বৰৰ পৰা মাতৃ সুমনে নৱজাতিকাৰ সৈতে চিকিৎসালয়ত আছিল।

লগতে পঢ়ক ‘সি কোনো হত্যাকাৰী বা অপৰাধী নহয়’ আৰু কি ক’লে ভিক্টৰ দাসৰ মাতৃয়ে?

১০ ছেপ্টেম্বৰত কন্যাটিৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাত মাতৃ সুমনক গাখীৰ খুৱাবলৈ দিয়া হয়। কিন্তু কিছু সময়ৰ পাছতে কন্যাটিৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিল। ইয়াৰ পাছত মহিলাগৰাকীৰ শাহুৱেকে চিকিৎসকক মাতে আনে৷ চিকিৎসকে আহি নৱজাতিকাটিক পৰীক্ষা কৰি দেখে যে হৃদস্পন্দন পুনৰ কমি আহিছে।

নৱজাতিকাৰ স্বাস্থ্য সম্পূৰ্ণ ভাল অহাৰ পিছতো পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত আচৰতি হৈ পৰে চিকিৎসকল৷ চিকিৎসকৰ মনত মাতৃৰ প্ৰতি সন্দেহ উপজাত চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰে৷ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি চিকিৎসকসল হতভম্ব হৈ পৰে৷ ফুটেজত স্পষ্টভাৱে দেখা যায় যে মহিলাগৰাকীয়ে নৱজাতিকাৰ ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰিছিল৷

লগতে  পঢ়ক চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

ইয়াৰ পাছত লগে লগে চিকিৎসক আৰু মহিলাগৰাকীৰ শাহুৱেকে শিশুটিক মাতৃৰ পৰা পৃথক কৰে। ঘটনাৰ সন্দৰ্ভত চিকিৎসকসকলে মাতৃগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে অভিযুক্ত মাতৃগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইফালে জানিব পৰা মতে তিনি বছৰ পূৰ্বে সুমন আৰু চুণুৰ বিয়া হৈছিল। যোৱা ২০ জুনত জন্ম হোৱা ভুক্তভোগী কন্যা সন্তানটি তেওঁলোকৰ প্ৰথম সন্তান৷ মাতৃ সুমনে কন্যা সন্তানৰ পৰিৱৰ্তে পুত্ৰ সন্তানহে বিচাৰছিল৷ আনহাতে কন্যাটিৰ শাৰীৰিক অসুস্থতাইও মাতৃ সুমনক হতাশ কৰি তুলিছিল আৰু ইয়াৰ বাবেই কন্যাটিক ডিঙি চেপি হত্যাৰ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
Next Post
আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

এটা কুকুৰৰ বাবেই দুই দেশৰ মাজত তয়াময়া যুদ্ধ! যুদ্ধৰ পৰিণাম কি হৈছিল?

এটা কুকুৰৰ বাবেই দুই দেশৰ মাজত তয়াময়া যুদ্ধ! যুদ্ধৰ পৰিণাম কি হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.