• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

4 years ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

39 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

58 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

1 hour ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

2 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

3 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

8 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

9 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা

editor by editor
September 11, 2022
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিবাহ বিচ্ছেদ উদযাপন ১৮ পৰুষৰ! নিমন্ত্ৰণী পত্ৰও ছপা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ এদিন পাছতেই কাৰোবাৰ সংসাৰ ছিন্নভিন্ন হৈ পৰে। কিছুমানে বিবাহৰ ৩০ বছৰ পিছতো বিবাহ বিচ্ছেদ কৰিছে। বহুতে বিবাহ বিচ্ছেদৰ আবেদন কৰাৰ পিছতো যুগ যুগ ধৰি বিবাহ বিচ্ছেদ নোহোৱাকৈ অৰ্থাৎ মীমাংসা নোহোৱাকৈ পৰি আছে৷

এনেদৰে দীৰ্ঘদিনীয়া বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়াৰ পাছত বিবাহ বিচ্ছেদ হোৱা কে’বাজনো পুৰুষে ‘বিজয় উৎসৱ’ উদযাপন কৰিলে। এই ঘটনাটো মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে এটা এন জি অ’ৱে ১৮ জন লোকৰ হৈ বিবাহ বিচ্ছেদৰ গোচৰ চলাই আছিল। দীৰ্ঘদিন ধৰি লোককেইজনে আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ সম্পন্ন হোৱাৰ পাছতে বিজয় উৎসৱ ‘উদযাপন’ৰ আয়োজন কৰে।

লগতে পঢ়ক চাইবাৰ প্ৰৱঞ্চনা! ছেৰামৰ এক সঞ্চালকৰ পৰা চাইবাৰ অপৰাধীয়ে লুটিলে ১ কোটি টকা

ভূপালৰ বেচৰকাৰী সংস্থাটোৱে দাবী কৰে যে গোচৰটোৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ১৮ জন লোকে আৰ্থিক, সামাজিক, পাৰিবাৰিক আৰু আৱেগিক অসুবিধাত ভুগিবলগীয়া হৈছে। সংগঠনটোৱে লগতে দাবী কৰে যে, এনে কাৰ্যসূচীৰ জৰিয়তে বিবাহ বিচ্ছেদ হোৱা পুৰুষৰ মানসিক শক্তি বৃদ্ধি পায়।

বেচৰকাৰী সংস্থাটোৰ এজন সদস্যই কয়, “আমাৰ সংগঠনটোৱে এনে পুৰুষৰ বাবে গোচৰৰ যুঁজ দিয়ে। যোৱা ডেৰ-দুবছৰ ধৰি মই ১৮টা বিবাহ বিচ্ছেদৰ গোচৰত যুঁজিছো। আমি হেল্পলাইনৰ জৰিয়তে তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰো। আদালতৰ যুদ্ধ, বিপুল পৰিমাণৰ ধন আদিৰ ফলত আৰ্থিক, সামাজিক আৰু আৱেগিকভাৱে বিধ্বস্ত হৈ পৰিছে। গতিকে এই পদক্ষেপ তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে কৰা হৈছে।”

আমন্ত্ৰণ পত্ৰও সেই সংস্থাই ছপা কৰে। সেই আমন্ত্ৰণ পত্ৰখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ
বাণিজ্য

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

September 19, 2026
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা
বিনোদন

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

September 19, 2026
Next Post
পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

পাষাণ মাতৃ! আঢ়ৈ মহীয়া কন্যাক ডিঙি চেপি হত্যাৰ চেষ্টা! চিকিৎসকৰ তৎপৰতাত প্ৰাণৰক্ষা

আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

আন্তৰ্জাতিক বজাৰত সৰ্বনিম্ন খাৰুৱা তেলৰ মূল্য! দেশত কেতিয়াকৈ কমিব পেট্ৰল-ডিজেলৰ মূল্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.