• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ব্যতিক্ৰম ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠান?

কিয় ব্যতিক্ৰম ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠান?

6 years ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

12 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

2 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

2 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

3 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

5 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

13 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

13 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

14 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

15 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কিয় ব্যতিক্ৰম ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠান?

editor by editor
January 21, 2021
in বিশ্ব, ৰাজনীতি
0
কিয় ব্যতিক্ৰম ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপতগ্ৰহণ অনুষ্ঠান?
0
SHARES
403
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বুধবাৰে আমেৰিকাৰ ৪৬ তম ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে জ’ বাইডেনে আৰু ৪৯তম উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ভাৰতীয় মূলৰ কমলা হেৰিছে। এইবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অইনবাৰৰ তুলনাত ব্যতিক্ৰম আৰু অনন্য। জানক কিয় ব্যতিক্ৰম এইবাৰৰ শপতগ্ৰহণ অনুষ্ঠান।

১) ক’ৰোনা জর্জৰিত মার্কিন মুলুকত সংক্ৰমণ বৃদ্ধিৰ বাবে এইবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত হ্ৰাস কৰা হৈছে দর্শকৰ সংখ্যা। কিন্তু দর্শকৰ সেই স্থান পূৰণ কৰিবলৈ ৰখা হৈছে ২ লাখ আমেৰিকান জাতীয় পতাকা। ৱাশ্বিংটন ডিচিত ৩ৰ পৰা ১৩ নম্বৰ পথ পর্যন্ত এই পতাকা লগোৱা হৈছিল। এই ২ লাখ পতাকা ক’ভিড-১৯ত মৃত্যু হোৱা মানুহৰ প্ৰতি শ্ৰদ্ধা জনাই লগোৱা হৈছিল।

২) এণ্ড্ৰ’ জনচনৰ পিছত ড’নাল্ড ট্ৰাম্পেই একমাত্ৰ প্ৰাক্তন ৰাষ্ট্ৰপতি যিগৰাকীয়ে নৱনির্বাচিত মার্কিন ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল।

৩) শেহতীয়া কেপিটেল আক্ৰমণৰ পিছত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল হোৱাইট হাউছৰ চৌদিশে। অইনবাৰৰ তুলনাত এইবাৰ অতিৰিক্ত সেনা মোটায়েন কৰা হৈছিল শপতগ্ৰহণ অনুষ্ঠানত। এলার্ট আছিল FBI।

৪) শপতগ্ৰহণ অনুষ্ঠানৰ সময়ত কেপিটেল হিল আৱৰি আছিল ২০ হাজাৰ নেচনেল গার্ডেৰে। ২৪ ঘণ্টাই নজৰত আছিল মূল মঞ্চ। অপ্ৰীতিকৰ ঘটনাৰ আশংকাত ৱাশ্বিংটন ডিচিত ট্ৰাম্পৰ সমর্থকৰ ওপৰত কঠোৰ দৃষ্টি ৰখা হৈছিল।

৫) ঐতিহ্যবাহী ৰাষ্ট্ৰীয় পেৰেড এইবাৰ দেখা গ’ল ভার্চুৱেলী। আমেৰিকাৰ ৫০ খন ৰাষ্ট্ৰত এই পেৰেড অনুষ্ঠিত হ’ল। দর্শকে এই দৃশ্য প্ৰত্যক্ষ কৰিলে অনলাইনত।

৬) শপতগ্ৰহণৰ বাবে বাতিল কৰা হ’ল একাধিক বিমান। ডেলটা এয়াৰলাইন্সৰ প্ৰতিনিধিয়ে জনায় শপতগ্ৰহণ অনুষ্ঠানৰ পূর্বে ৮৮০ জন যাত্ৰীৰ উৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

৭) এইবাৰ বাতিল কৰা হ’ল ঐতিহ্যময় বল নৃত্যৰ অনুষ্ঠান। সলনি কৰা হ’ল ৯০ মিনিটৰ এক বিশেষ টিভি অনুষ্ঠান। ‘চেলিব্ৰেটী আমেৰিকা’ শীর্ষক অনুষ্ঠানত দেখা পোৱা গ’ল ডেমি লোভাটো, জাষ্টিন টিম্বাৰলেক, জন বল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24jo biden
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

July 27, 2026
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
Next Post
মোদীয়ে ল’ব ক’ভিডৰ টিকা

মোদীয়ে ল’ব ক’ভিডৰ টিকা

শনি গ্ৰহৰ পট পৰিৱৰ্তনে আপোনাৰ ৰাশিচক্ৰত কি প্ৰভাৱ পেলাব?

শনি গ্ৰহৰ পট পৰিৱৰ্তনে আপোনাৰ ৰাশিচক্ৰত কি প্ৰভাৱ পেলাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.