• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী, প্ৰেয়সীৰ পৰা নহয়, জীৱনৰ শ্ৰেষ্ঠ চুমা দিছিল মোক এইজন মায়াবী পুৰুষে! ব্যক্তিগত জীৱনক লৈ হঠাৎ ডাঙৰ মন্তব্য জন আব্ৰাহামৰ

পত্নী, প্ৰেয়সীৰ পৰা নহয়, জীৱনৰ শ্ৰেষ্ঠ চুমা দিছিল মোক এইজন মায়াবী পুৰুষে! ব্যক্তিগত জীৱনক লৈ হঠাৎ ডাঙৰ মন্তব্য জন আব্ৰাহামৰ

1 year ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

25 minutes ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

1 hour ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

3 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

4 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

4 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

6 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

6 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

7 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

8 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

9 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

9 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পত্নী, প্ৰেয়সীৰ পৰা নহয়, জীৱনৰ শ্ৰেষ্ঠ চুমা দিছিল মোক এইজন মায়াবী পুৰুষে! ব্যক্তিগত জীৱনক লৈ হঠাৎ ডাঙৰ মন্তব্য জন আব্ৰাহামৰ

পত্নী, প্ৰেয়সীৰ পৰা নহয়, জীৱনৰ শ্ৰেষ্ঠ চুমা দিছিল মোক এইজন মায়াবী পুৰুষে! ব্যক্তিগত জীৱনক লৈ হঠাৎ ডাঙৰ মন্তব্য জন আব্ৰাহামৰ

editor by editor
March 24, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
পত্নী, প্ৰেয়সীৰ পৰা নহয়, জীৱনৰ শ্ৰেষ্ঠ চুমা দিছিল মোক এইজন মায়াবী পুৰুষে! ব্যক্তিগত জীৱনক লৈ হঠাৎ ডাঙৰ মন্তব্য জন আব্ৰাহামৰ
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যক্তিগত জীৱন সাধাৰণত গোপনে ৰখাটোৱেই ভাল৷ নিজকে ইণ্ডাষ্ট্ৰিৰ স্পটলাইটৰ পৰা দূৰৈত ৰখা এজন বলীউড অভিনেতা হৈছে জন আব্ৰাহাম৷ সম্প্ৰতি ব্যক্তিগত জীৱনৰ এটা বিশেষ কথা কৈ তেওঁ চৰ্চালৈ আহিছে৷ বহুতেই তেওঁৰ এই স্বীকাৰোক্তিক যুক্তিযুক্ত বুলিও কৈছে৷ জন আব্ৰাহামে শ্বেয়াৰ কৰিছে নিজৰ জীৱনৰ সকলোতকৈ স্মৰণীয় এক চুম্বনৰ কথা৷ সেই চুম্বন তেওঁক পত্নীয়ে দিয়া নাছিল৷ পত্নী প্ৰিয়া ৰঞ্চালৰ পৰাও ইমান আলসুৱা চুমা পোৱা নাছিল বুলি জনাইছে জনে৷ এই চুমা দিছিল এজন বলীউড তাৰকাই৷ কোন জনপ্ৰিয় অভিনেতাই জনক যাচিছিল আলসুৱা চুমা?

ঘটনাটো পাঠাৰ ছবিৰ সাফল্যৰ পাছৰ৷ পাঠানৰ উদযাপন পাৰ্টীত এই ঘটনা৷ ঘটনাটো যেতিয়া ঘটিছিল তেতিয়া শ্বাহৰুখ মঞ্চত আছিল একেসময়তে তেওঁৰ কাষত বহি আছিল দীপিকাও৷ দীপিকাৰ কাষৰ পৰা উঠি গৈ শ্বাহৰুছে স্নেহহনা চুমা আঁকি দিয়ে জনক৷ সেই স্মৃতিত ডুব গৈ জনে কয়, ‘সেয়া আছিল মোৰ জীৱনৰ বেষ্ট চুম্বন৷ কাৰণ সেই চুমা মই শ্বাহৰুখৰ পৰা পাইছিলো৷ কোনো মহিলাৰ পৰা নহয় যদিও এইয়া শ্ৰেষ্ঠ চুমা৷ সম্ভৱত মই যিমান তাৰকাৰ সৈতে পাৰ্টি কৰিছো তাৰ ভিতৰত অন্যতম হৈছে শ্বাহৰুখ৷’

জনে লগতে কয়, ‘কেনে অসাধাৰণ এজন মানুহ শ্বাহৰুখ৷ অত্যন্ত নম্ৰ আৰু মায়াবী৷ ব্যক্তিত্বও একেবাৰে অন্যধৰণৰ৷ এবাৰ মোৰ মেনেজাৰে মোক কৈছিল৷ শ্বাহৰুখেই আমাক প্ৰেম কৰিবলৈ শিকাইছে৷ এক কথাত শ্বাহৰুখ এজন পৰিপূৰ্ণ পুৰুষ৷’

উল্লেখ্য যে পাঠান ছবিত শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম আছিল প্ৰধান তিনিটা চৰিত্ৰ৷ ছবিখন মুক্তি পাইছিল ২০২৩ চনত৷ সেই বছৰৰ অন্যতমভাৱে জনপ্ৰিয় ছবি আছিল পাঠান৷ আদিত্য চোপ্ৰাৰ প্ৰযোজিত আৰু সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত এই চিনেমাত জন আব্ৰাহাম আছিল খলনায়কৰ চৰিত্ৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!
জীৱনশৈলী

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

July 7, 2026
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 7, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

July 7, 2026
Next Post
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

‘হাছবেণ্ড পুৰুষনে…?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়

‘হাছবেণ্ড পুৰুষনে...?’ ৫৪ বছৰীয়া স্বামীক আদালতকৈ লৈ গ’ল পত্নীয়ে, তাৰপিছতেই বোম্বে হাইকৰ্টে দিছে চাঞ্চল্যকৰ ৰায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.