• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আই মোক ক্ষমা কৰি দিবি, তোক ন্যায় দিয়াব নোৱাৰিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ, কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী মাতৃৰ

আই মোক ক্ষমা কৰি দিবি, তোক ন্যায় দিয়াব নোৱাৰিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ, কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী মাতৃৰ

2 years ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

13 minutes ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

1 hour ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

2 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

10 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

11 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

12 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

13 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

14 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

14 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

15 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

15 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আই মোক ক্ষমা কৰি দিবি, তোক ন্যায় দিয়াব নোৱাৰিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ, কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী মাতৃৰ

editor by editor
May 16, 2024
in অসম, জীৱনশৈলী
0
আই মোক ক্ষমা কৰি দিবি, তোক ন্যায় দিয়াব নোৱাৰিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ, কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী মাতৃৰ
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ক্ষমা কৰিবি আই৷ মোৰ কিবা ভুল ভ্ৰান্তি হ’লে ক্ষমা কৰি দিবি৷ তই ন্যায় নাপাবি বুলি ভৱাই নাছিলো৷’ জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ’ল৷ কাহিলীপাৰাস্থিত নিজা বাসভৱনত আজি আয়োজন কৰা হৈছে জোনমণি ৰাভাৰ বছৰেকীয়া শ্ৰাদ্ধ৷ জোনমণিৰ মাতৃয়ে কন্যাৰ ফটোৰ সন্মুখত দিছে শ্ৰদ্ধাঞ্জলী৷ কন্যাৰ ফটোত শ্ৰদ্ধাঞ্জলী দিবলৈ গৈ আকৌ এবাৰ উচুপি উঠিল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভা৷

মাতৃয়ে উচুপনিৰ মাজেৰে কয়, ‘মই যিমান পাৰো কৰি আছো৷ তাইৰ মৃত্যুত তৰা গোচৰ মই উঠাই ল’বলৈ বাধ্য হ’লো৷ অকলে কিমান দৌৰিম? ইমান সোনকালে দুয়োটা সন্তানক হেৰুৱাম বুলি ভৱা নাছিলো৷ আই মোক ক্ষমা কৰি দিবি৷ তোক এবছৰতো মই ন্যায় দিয়াব নোৱাৰিলো৷’

উল্লেখ্য যে, বিগত বৰ্ষত ১৬মেৰ পুৱতি নিশা আহিছিল এই হৃদয় বিদাৰক খবৰটো৷  হেৰাই যোৱাৰ এয়া সময় নাছিল। কোনেও ভৱাও নাছিল।  মৃত্যুৰ খবৰ এনেকৈ হঠাতেই আহিব বুলি৷ ১৬ মেৰ দুভাগ এটা দুৰ্ঘটনাই থিতাতে শেষ কৰি দিছিল এটা সম্ভাৱনাময় জীৱন। জোনমনি গুচি গৈছিল উভতি নহাৰ বাটেৰে। জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লৈছিল SI জোনমণি ৰাভাই।

ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষ হৈছিল জোনমনি ৰাভাৰ মাৰুতি বাহনৰ। নিশা নিজা মাৰুটি এছপ্ৰেছ’ বাহনেৰে উজনিৰ দিশেৰে গৈ থাকোতেই সংঘটিত হৈছিল এই দুৰ্ঘটনাৰ। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP-78UT4518 বাহনত খুন্দা মাৰে জোনমনিৰ বাহনখনে। খুন্দা মৰাৰ ফলতেই থিতাতে মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Next Post
ICU ত ৰোগী থৈ চিকিৎসক আহিল IPL চাবলৈ! ICU তে মৃত্যু ৰোগীৰ

ICU ত ৰোগী থৈ চিকিৎসক আহিল IPL চাবলৈ! ICU তে মৃত্যু ৰোগীৰ

আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ

আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.