যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এইবাৰ ঠিকা বিতর্ক। দুর্নীতিৰ বিভিন্ন অভিযোগ অনা কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈৰ বিৰুদ্ধে মুখ খুলিলে jistৰ অধ্যক্ষই।