• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

2 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

3 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

3 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

4 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

4 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

4 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

5 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

7 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

8 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

8 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

9 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

10 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ

editor by editor
May 3, 2024
in Uncategorized
0
MBBSৰ পৰীক্ষাত উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়, শীৰ্ষ ২০টা স্থানৰ ভিতৰত JMCHৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্থান লাভ
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সদ্য ঘোষিত MBBSৰ চূড়ান্ত পৰীক্ষাত উজ্বলি উঠিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়৷ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভিতৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে উৎকৃষ্ট ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS চূড়ান্ত পৰীক্ষাত শীৰ্ষ ২০টা স্থানৰ ভিতৰত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে।

সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল হৈছে ক্ৰমে বিক্ৰম সূত্ৰধৰ (মেডিচিন,চাৰ্জাৰী), মধুসূদন কলিতা (চাৰ্জাৰী), বিদিশা ৰয় (চাৰ্জাৰী),  ইভলীনা যোগী (চাৰ্জাৰী), আৰমান আহমেদ (মেডিচিন), ৰক্তিম হাজৰিকা (মেডিচিন , চাৰ্জাৰী) আৰু জ্ঞানদীপ চহৰীয়া (চাৰ্জাৰী)।

উল্লেখ্য যে, বিক্ৰম সূত্ৰধৰে মেডিচিন আৰু চাৰ্জাৰী বিষয়ত সন্মানসহ দ্বিতীয় স্থান আৰু মধুসূদন কলিতাই ছাৰ্জাৰী বিষয়ত সন্মানসহ তৃতীয় স্থান দখল কৰি মহাবিদ্যালয়খনলৈ আৰু যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এই সফলতাত যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্তগৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আটাইকেইগৰাকী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
Next Post
তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

তিল তিলকৈ শেষ হ’ব শত্ৰু দেশৰ সৈনিক! প্ৰথম বিশ্বযুদ্ধত ব্যৱহাৰ কৰা বিষাক্ত গেছ ব্যৱহাৰ কৰিছে ৰাছিয়াই 

কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.