• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ

জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ

2 years ago
২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

9 minutes ago
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

46 minutes ago
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

1 hour ago
SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

SBI ৰ পৰা ১০ বছৰৰ বাবে ২২ লাখ টকা ঋণ ল’ব খোজে? মাহত কিমান টকা EMI দিব লাগিব?

2 hours ago
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

2 hours ago
১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

১৪ এপ্ৰিলৰ পৰা কুবেৰ যোগ, এই ৫ ৰাশিত হ’ব ধনবৰ্ষণ

3 hours ago
চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, বুধবাৰে দুৰ্দান্ত সাফল্যৰ চমক লাগিব কাৰ কাৰ ভাগ্যত?

3 hours ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

12 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

13 hours ago
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

13 hours ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

13 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ

জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ

editor by editor
June 27, 2024 - Updated on July 7, 2024
in জীৱনশৈলী
0
জুলাইত ঘৰ সলনি কৰিব চাৰি গ্ৰহই, সাৱধানে থাকক, অৱসাদ-দুৰ্ভোগ বাঢ়িব এই ৪ৰাশিৰ
0
SHARES
31.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহৰ সূৰ্য আৰু মঙলসহ ৪ টা গ্ৰহৰ গতিপথৰ পৰিবৰ্তন হ’ব৷ মাহৰ আৰম্ভণিতে ৬ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে শুক্ৰই৷ ইয়াৰ পাছতেই সেনাপতি মঙলে ১২ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াত পূৰ্বৰে পৰাই বৃহস্পতি উপস্থিত হৈ আছে৷ গ্ৰহৰ ৰজা সূৰ্যই ১৬ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াত পূৰ্বৰে পৰাই শুক্ৰ আৰু বুধ বিৰাজমান৷ অৱশেষত ১৯ জুলাই গ্ৰহৰ যুৱৰাজ বুধে কৰ্কট ৰাশিৰ পৰা বাহিৰলৈ ওলাই সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ গ্ৰহগতিৰ কাৰণে জুলাই মাহত কোন কোন ৰাশিৰ জাতক সতৰ্ক থাকিব জানক সবিশেষ৷

কৰ্কট ৰাশি

জুলাই মাহত গ্ৰহগোচৰৰ কাৰণে কৰ্কট ৰাশিৰ জাতকে ভাল ফল পাব৷ এই মাহত আপোনাৰ আৰ্থিক জীৱনত চেলেঞ্জ আহিব পাৰে৷ ইয়াৰোপৰি কৰ্মক্ষেত্ৰত বিৰোধীয়ে আপোনাক দুশ্চিন্তত পেলাব পাৰে৷ এই সময়ত স্বাস্থ্যৰ যত্ন লওক কৰ্কট ৰাশিৰ জাতকে৷ জুলাই মাহত অধিক ব্যয়ৰ সম্ভাৱনা আছে৷ ফলত আপুনি আৰ্থিক সংকটত ভূগিব পাৰে৷ পাৰিবাৰিক আৰু দাম্পত্য জীৱনত খামখেয়ালী থাকিব৷ ইয়াৰ ফলত মানসিক অৱসাদৰ স্বীকাৰ হ’ব আপুনি৷ ভাতৃৰ সৈতে মতভেদ হ’ব পাৰে৷

বৃশ্চিক ৰাশি

জুলাইত ৪টা গ্ৰহৰ পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ জাতকলৈ চেলেঞ্জ আনিব৷  জীৱনসংগীৰ সৈতে সংঘাত বাঢ়িব আপোনাৰ৷ সহকৰ্মীৰ কাৰণে দুৰ্ভোগৰ স্বীকাৰ হ’ব পাৰে৷ কোনো বন্ধুৰ মাধ্যমেৰে নতুন চাকৰিৰো সন্ধান কৰিব পাৰে৷ বন্ধুৰ কোনো গোপন কথা কাৰোবাক ক’লে মানহানি হ’ব আপোনাৰ৷ কোনো চুক্তি চূড়ান্ত কৰাৰ পৰিকল্পনা থাকিলে বিৰত থাকক৷ অন্যথা আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ এইমাহত দুৰ্ভোগ বাঢ়িব৷ সহকৰ্মীৰ ৰাজনীতিৰ কাৰণে চিন্তিতও হ’ব৷ নতুন চাকৰি বিচাৰিব পাৰে৷ ব্যৱসায়ীসকলে এই মাহত লোকচানৰ সন্মুখীন হ’ব পাৰে৷ পৰিয়ালৰ কোনো সদস্যৰ সৈতে কথা কটাকটি হ’ব পাৰে৷ ইয়াৰ ফলত পৰিয়ালৰ পৰিবেশ নষ্ট হ’ব৷ পৰিয়ালত কোনো শুভ আৰু মাঙ্গলিক অনুষ্ঠানৰ কাৰণে কামত বাধাৰ সৃষ্টি হ’ব পাৰে৷ এই সময়ত আৰ্থিক লেনদেন নকৰিব৷

মীন ৰাশি

জুলাই মাহ মীন ৰাশিৰ জাতকৰ বাবেও বৰ এটা শুভ নহয়৷ ব্যৱসায়ীসকলৰ এই মাহত লোকচানৰেই সম্ভাৱনা আছে৷ হঠাৎ ক্ষতি হ’ব আপোনাৰ৷ চাকৰিয়াল জাতকৰ ওপৰত কামৰ চাপ বাঢ়িব৷ আপোনাৰ কামত বাধা আহিব৷ সন্তানৰ কোনো বিষয়ত জীৱনসংগীৰ সৈতে বিবাদ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী
জীৱনশৈলী

২ সপ্তাহৰ যুদ্ধবিৰতিত সন্মতি ইৰান আৰু আমেৰিকাৰ, খোলা হৈছে হৰমুজ প্ৰণালী

April 8, 2026
ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ
জীৱনশৈলী

ভুলতো কাৰোপৰা এই ৫ সামগ্ৰী নল’ব, দাৰিদ্ৰতাত ডুবিব পাৰে, হেৰুৱাব পাৰে সম্পদ

April 8, 2026
মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?
জীৱনশৈলী

মন্দিৰৰ পৰা ওলাই অহাৰ সময়ত ভুলতো নবজাব ঘণ্টা, কি ক্ষতি হয়? কি কৈছে বাস্তুশাস্ত্ৰই?

April 8, 2026
SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত
জীৱনশৈলী

SBIৰ ১৮০ দিনৰ FD-ত ৩লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? জানি থওক এক নজৰত

April 8, 2026
Next Post
একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৬ জন আৰক্ষী, কাৰ কি দোষ?

একেদিনাই চাকৰিৰ পৰা নিলম্বিত হ’ল ৬ জন আৰক্ষী, কাৰ কি দোষ?

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ'লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.