• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

2 years ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

7 minutes ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

49 minutes ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

2 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

3 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

4 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

4 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

4 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

5 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

6 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

6 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ'লেও চলাব পাৰিব বাইক, ড্ৰিংক এণ্ড ড্ৰাইভতো আৰক্ষীয়ে কাটিব নোৱাৰিব চালান

editor by editor
June 27, 2024
in অসম
0
লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক, ড্ৰিং/ক এণ্ড ড্ৰাইভতো কাটিব নোৱাৰিব চালান
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল৷

সংবাদমেলত কেইবাটাও বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

ৰাজ্যৰ বাইক আৰোহী, অট’ ৰিক্সা, ই-ৰিক্সালৈ সকাহ

এতিয়াৰে পৰা ভৰিব নালাগে ফাইন

আৰক্ষীয়ে মন গলেই যাৱতীয় নথি-পত্ৰ নথকাৰ অভিযোগত কাটিব নোৱাৰিব চালান

লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক

ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতো আৰক্ষীয়ে কাটিব নোৱাৰিব চালান

কেৱল ল’ব পাৰিব আইনী ব্যৱস্থাহে

যাৱতীয় কাগজ-পত্ৰ নাথাকিলে বাইক আৰোহীক হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে

কেৱল জাননী জাৰী কৰিব পাৰিব বাইক আৰোহীক

কেৱল হেলমেট নিপিন্ধিলেহে ল’ব পাৰিব ফাইন

কেবিনেটত লোৱা হ’ল এই বৃহ সিদ্ধান্ত

অটো ৰিক্সা ই-ৰিক্সাৰ ক্ষেত্ৰতো আহি গ’ল নতুন নিয়ম

অপৰাধ কৰিলেই লগে লগে বিহিব নোৱাৰিব জৰিমনা

চাৰি বাৰ অপৰাধ কৰাৰ পাছতহে গ্ৰহণ কৰিব পাৰিব জৰিমনা

আৰক্ষীয়ে নথি-পত্ৰৰ অজুহাত দেখুৱাই  অট’ ৰিক্সা, ই-ৰিক্সাৰ পৰা ল’ব নোৱাৰিব জৰিমনা
অহা ১৫ দিনতেই এই সন্দৰ্ভত প্ৰকাশ পাব SOP।

নলবাৰীত ৩৫০ OBB শিক্ষক আছে, তেওঁলোকৰ বাবে CMAAA এই আচঁনি আনিব ৰাজ্য চৰকাৰে৷

সৰ্বশিক্ষাত ৩৫ হাজাৰ শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ৷
সৰ্বশিক্ষাত কাম কৰি থকা সকলোৱে আবেদন কৰিব পাৰিব।
প্ৰমোচনৰ প্ৰক্ৰিয়া বন্ধ হৈ থকা কাৰণে চৰকাৰৰ এই সিদ্ধান্ত।
ৰেগুলাৰ নোহোৱা বাবে এই পদক্ষেপ চৰকাৰৰ৷

শিলচৰত হোৱা কেবিনেটত কৰিমগঞ্জ আৰু হাইলাকান্দিৰ খোৱা পানীৰ দুটা প্ৰকল্পত কেবিনেটৰ অনুমোদন।
গুৱাহাটীৰ আজাৰত সভাগৃহ আৰু ডিব্ৰুগড়ত ইস্কনক মাটি আবণ্টন।

পঞ্চায়তৰ ইঞ্জিনিয়াৰিঙৰ প্ৰমোচনৰ কাম শিঠিল কৰাৰ সিদ্ধান্ত৷

পঞ্চয়ত পৰ্যায়ত এক কেবিনেট কমিটি গঠনৰো নিৰ্দেশ৷

পঞ্চায়তে বজাৰৰ পৰা ধন উঠোৱাটো বন্ধ কৰিব পাৰি নেকি সেয়াই চাব এই কমিটিয়ে।
মহলদাৰৰ মইমতালি বন্ধ কৰাৰ বাবে এই ব্যৱস্থা।
সমগ্ৰ বজাৰ নিলামত দিয়া ব্যৱস্থা বন্ধ কৰাৰ বাবে চিন্তা কৰা হৈছে।

নলবাৰীৰ ৪ টা ধৰ্মীয় অনুষ্ঠানলৈ ৩ লাখ টকা কৈ অনুমোদন।
এটা প্ৰেক্ষাগৃহ আৰু আৱৰ্ত ভৱন হ’ব নলবাৰীত।
১৯ কিঃমিঃ  নতুন মথাউৰি নিৰ্মাণ কৰা হব নলবাৰীত।
নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ বাবে উৰন সেতু নিৰ্মাণ কৰা হব।
নলবাৰীত হ’ব এখন ষ্টেডিয়াম।
ধমধমাত স্কীল ষ্টেন্টাৰ হ’ব তাক অনুমোদন দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

September 20, 2026
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
Next Post
ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা, সাধাৰণ লোকৰ বাবে মুকলি হ’ব কৰ্মসংস্থাপনৰ পথ

কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা, সাধাৰণ লোকৰ বাবে মুকলি হ’ব কৰ্মসংস্থাপনৰ পথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.