• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

2 years ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

20 minutes ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

3 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

10 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

11 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

12 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

12 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

13 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

13 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

14 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’

editor by editor
June 27, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰূপৰ মন্দিৰ, সোণৰ দেৱতা, অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰত আছে কেইবাটাও চমক, চাওক ভিডিঅ’
0
SHARES
493
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেটমাধ্যমেই হওক বা বিটাউন, সৰ্বত্ৰতে এতিয়া এটাই চৰ্চা৷ আম্বানীৰ সৰু পুত্ৰৰ বিয়া৷ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ মাজত বেছি দিন নাই৷ আগন্তুক ১২ জুলাইত আয়োজিত হ’ব এই বহু চৰ্চিত বিয়াখন৷ ইতিমধ্যেই কাশী বিশ্বনাথ মন্দিৰত গৈ প্ৰথমখন নিমন্ত্ৰণীপত্ৰ মহাদেৱক উৎসৰ্গা কৰিছে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে৷ কাশী বিশ্বনাথত বিয়াৰ চিঠি দিয়াৰ পাছতেই নিমন্ত্ৰণীপত্ৰ প্ৰেৰণৰ কাম আৰম্ভ কৰিছে আম্বানী পৰিয়ালে৷

সামাজিক মাধ্যমত অনন্ত-ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণীপত্ৰখন ভাইৰেলো হৈছে৷ এই বিয়াৰ কাৰ্ড কিন্তু অন্য বিবাহৰ কাৰ্ডৰ দৰে নহয়৷ নিমন্ত্ৰণীপত্ৰখন একেবাৰেই পৃথক৷ এই চিঠি দেখি চকু কঁপালত উঠিছে এতিয়া নেটিজেনৰ৷ বিশেষ চিঠিখন তৈয়াৰ কৰা হৈছে ৰূপেৰে৷

https://x.com/dealztrendz/status/1806029761363538081

ভাইৰেল ভিডিঅ’ত দেখা দিছে ৰঙা ৰঙৰ এটা সৰু আলমাৰিৰ ভিতৰত এটা ৰূপৰ মন্দিৰ৷ আলমাৰি খুলিলেই জ্বলি উছিথে এল ই ডি লাইট৷ লাইটৰ পোহৰত ৰূপৰ মন্দিৰটো জিলিকি উঠে৷ মন্দিৰৰ এটা এটা কক্ষত আছে বিষ্ণু, ৰাধাকৃষ্ণ, দূৰ্গা আৰু গণেশৰ মূৰ্তি৷ মন্দিৰৰ ছাদ সজোৱা হৈছে সৰু সৰু ৰূপৰ ঘণ্টাৰে৷ মন্দিৰৰ সৈতে ৰূপৰ বাকছৰ ভিতৰত আছে বিয়াৰ কাৰ্ড৷ ইয়াৰ সৈতে আছে আন এক ৰূপৰ বক্স৷ বক্সৰ ভিতৰত আছে কেইবাজনো দেৱতাৰ সোণৰ মূৰ্তি৷ অনন্ত ৰাধিকাৰ নাম লিখা এখন মছলিনৰ কাপোৰ৷ অনন্ত ৰাধিকাৰ বিয়াৰ নিমন্ত্ৰণপত্ৰ এখন তাৰ ভিতৰতো আছে৷

সৰুৰে পৰাই পৰস্পৰক চিনি পাই ৰাধিকা অনন্তই৷ ভাল বন্ধু ৰাধিকাৰ সৈতেই বিয়াত বহিবলৈ সাঁজু হৈছে অনন্ত৷ নিউয়ৰ্কৰ পৰা অৰ্থনীতি বিষয়ত ডিগ্ৰীধাৰী  ৰাধিকা৷ ইয়াৰোপৰি ধ্ৰুপদী নৃত্যশিল্পী হিচাপেও তেওঁ জনপ্ৰিয়৷ ৰাধিকা নৃত্যৰ বাবেই শাহুৱেকৰ আৰু অলপ প্ৰিয়৷ কাৰণ নীতা আম্বানীও এগৰাকী ভাল নৃত্যশিল্পী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
Next Post
কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা, সাধাৰণ লোকৰ বাবে মুকলি হ’ব কৰ্মসংস্থাপনৰ পথ

কোটি টকাৰ মাটি পালে ১টকাতেই, বৃহৎ প্ৰকল্প লৈ অযোধ্যাত টাটা, সাধাৰণ লোকৰ বাবে মুকলি হ’ব কৰ্মসংস্থাপনৰ পথ

এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট

এই ৩৫টা স্মার্টফোনত আৰু চলাব নোৱাৰিব Whatsapp, তালিকায় ছেমছাং, এপলৰ ফোনো, জানি থওক লিষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.