• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

2 years ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

13 minutes ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

53 minutes ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

1 hour ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

19 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

20 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

21 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

22 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

23 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

editor by editor
January 2, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?
0
SHARES
603
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাপানত ছুটী কটাবলৈ গৈছিল তেলেগু অভিনেতা জুনিয়ৰ এন টি আৰে। নৱবৰ্ষৰ দিনাই জাপানলৈ গৈছিল অভিনেতাজন। হঠাতেই অঘটন। প্ৰৱল ভূমিকম্পত কঁপি উঠিল দ্বীপৰাষ্ট্ৰ জাপান। মুহূৰ্ততেই সকলোবোৰ তছনছ। নৱবৰ্ষ পালন কৰিবলৈ গৈ মৃত্যুক চকুৰ সন্মুখৰ পৰাই দেখিলে দক্ষিণী জনপ্ৰিয় অভিনেতা জুনিয়ৰ এন টি আৰে। জুনিয়ৰ এন টি আৰ তাত থকাৰ কথা শুনা মাত্ৰকেই কঁপি উঠিছিল বহুতৰে মন। শেহতীয়াকৈ ভক্তসকলক আশ্বস্ত কৰিলে অভিনেতা এন টি আৰে। নিজৰ এক্স হেণ্ডেলযোগে সুস্থ আৰু সুৰক্ষিত থকাৰ কথা জনাইছে জুনিয়ৰ এন টি আৰে।

জাপানৰ আকস্মিক প্ৰাকৃতিক বিপৰ্যয়ক লৈ দুখঃপ্ৰকাশ কৰিছে জুনিয়ৰ এন টি আৰে। নতুন বছৰৰ আৰম্ভণিতেই অহা ভূমিকম্পই আঘাত হানিছে জাপানক। বৰ্তমান পৰ্যন্ত ২০ জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। দেশত ছুনামীৰ সতৰ্কতা জাৰি হোৱাৰ পাছতেই বেছিভাগ মানুহকেই সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। বছৰটোত কেইবাবাৰো পৰিয়ালৰ সৈতে ছুটী কটাবলৈ বিদেশলৈ যাত্ৰা কৰে জুনিয়ৰ এন টি আৰ। ডিচেম্বৰৰ শেষৰ ফাৰে পত্নী লক্ষ্মী প্ৰণতি আৰু দুই সন্তান অভয়, ভাৰ্গৱক লৈ জাপানলৈ গৈছিল জুনিয়ৰ এন টি আৰ।

খ্ৰিষ্টমাছ আৰু নতুন বছৰৰ আৰম্ভণিও তাতেই কৰিছে অভিনেতাজনে। কিন্তু হঠাতেই জাপানত অঘটন। বিগত ২৪ ঘণ্টাত ১৫৫বাৰ কঁপি উঠিছে জাপান। বিধ্বস্ত জাপানৰ পৰা খৰতকীয়াকৈ অভিনেতাজন দেশলৈ ঘূৰি আহিছে। আহিয়েই এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট, ‘জাপানৰ পৰা উভতি আহিলো। হঠাৎ অহা বৰভূঁইকঁপৰ বাবে আমিও মৰ্মাহত। বিগত এসপ্তাহ মই জাপানত আছিলো। ক্ষতিগ্ৰস্থসকলৰ কথা ভাৱি ভীষণ কষ্ট পাইছো। জাপানৰ মানুহ অত্যন্ত সহনশীল আৰু কৰ্তব্যপৰায়ণ। আশা কৰিছো তেওঁলোকক খুব দ্ৰুততৰভাৱে উদ্ধাৰ কৰক। জাপানবাসীৰ ওচৰত মোৰ এইটোৱে আৱেদন যে, মন ভাঙি নেপেলাব। সকলো পৰিস্থিতিতই মনক শান্ত কৰি ৰাখিহে আগবাঢ়ক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
Next Post
স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

নতুন পত্নীৰ হেচাঁ নে অন্য কিবাঃ মালাইকাক এতিয়া চাও বুলিও চাব নোৱাৰিব আৰবাজে…

নতুন পত্নীৰ হেচাঁ নে অন্য কিবাঃ মালাইকাক এতিয়া চাও বুলিও চাব নোৱাৰিব আৰবাজে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.