• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

2 years ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

2 hours ago
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

2 hours ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

3 hours ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

4 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

5 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

6 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

7 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

8 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

9 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

9 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?

editor by editor
January 2, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নৱবৰ্ষ জাপানত কটাবলৈ গৈছিলো কিন্তু… ভয়াৱহ ভূমিকম্পৰ মাজত জাপানত আৱদ্ধ জুনিয়ৰ এন টি আৰ বৰ্তমান কেনে আছে?
0
SHARES
603
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাপানত ছুটী কটাবলৈ গৈছিল তেলেগু অভিনেতা জুনিয়ৰ এন টি আৰে। নৱবৰ্ষৰ দিনাই জাপানলৈ গৈছিল অভিনেতাজন। হঠাতেই অঘটন। প্ৰৱল ভূমিকম্পত কঁপি উঠিল দ্বীপৰাষ্ট্ৰ জাপান। মুহূৰ্ততেই সকলোবোৰ তছনছ। নৱবৰ্ষ পালন কৰিবলৈ গৈ মৃত্যুক চকুৰ সন্মুখৰ পৰাই দেখিলে দক্ষিণী জনপ্ৰিয় অভিনেতা জুনিয়ৰ এন টি আৰে। জুনিয়ৰ এন টি আৰ তাত থকাৰ কথা শুনা মাত্ৰকেই কঁপি উঠিছিল বহুতৰে মন। শেহতীয়াকৈ ভক্তসকলক আশ্বস্ত কৰিলে অভিনেতা এন টি আৰে। নিজৰ এক্স হেণ্ডেলযোগে সুস্থ আৰু সুৰক্ষিত থকাৰ কথা জনাইছে জুনিয়ৰ এন টি আৰে।

জাপানৰ আকস্মিক প্ৰাকৃতিক বিপৰ্যয়ক লৈ দুখঃপ্ৰকাশ কৰিছে জুনিয়ৰ এন টি আৰে। নতুন বছৰৰ আৰম্ভণিতেই অহা ভূমিকম্পই আঘাত হানিছে জাপানক। বৰ্তমান পৰ্যন্ত ২০ জনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। দেশত ছুনামীৰ সতৰ্কতা জাৰি হোৱাৰ পাছতেই বেছিভাগ মানুহকেই সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। বছৰটোত কেইবাবাৰো পৰিয়ালৰ সৈতে ছুটী কটাবলৈ বিদেশলৈ যাত্ৰা কৰে জুনিয়ৰ এন টি আৰ। ডিচেম্বৰৰ শেষৰ ফাৰে পত্নী লক্ষ্মী প্ৰণতি আৰু দুই সন্তান অভয়, ভাৰ্গৱক লৈ জাপানলৈ গৈছিল জুনিয়ৰ এন টি আৰ।

খ্ৰিষ্টমাছ আৰু নতুন বছৰৰ আৰম্ভণিও তাতেই কৰিছে অভিনেতাজনে। কিন্তু হঠাতেই জাপানত অঘটন। বিগত ২৪ ঘণ্টাত ১৫৫বাৰ কঁপি উঠিছে জাপান। বিধ্বস্ত জাপানৰ পৰা খৰতকীয়াকৈ অভিনেতাজন দেশলৈ ঘূৰি আহিছে। আহিয়েই এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট, ‘জাপানৰ পৰা উভতি আহিলো। হঠাৎ অহা বৰভূঁইকঁপৰ বাবে আমিও মৰ্মাহত। বিগত এসপ্তাহ মই জাপানত আছিলো। ক্ষতিগ্ৰস্থসকলৰ কথা ভাৱি ভীষণ কষ্ট পাইছো। জাপানৰ মানুহ অত্যন্ত সহনশীল আৰু কৰ্তব্যপৰায়ণ। আশা কৰিছো তেওঁলোকক খুব দ্ৰুততৰভাৱে উদ্ধাৰ কৰক। জাপানবাসীৰ ওচৰত মোৰ এইটোৱে আৱেদন যে, মন ভাঙি নেপেলাব। সকলো পৰিস্থিতিতই মনক শান্ত কৰি ৰাখিহে আগবাঢ়ক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা
বাণিজ্য

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

April 27, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

April 27, 2026
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি
ভাৰত

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

April 27, 2026
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!
জীৱনশৈলী

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

April 27, 2026
Next Post
স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

নতুন পত্নীৰ হেচাঁ নে অন্য কিবাঃ মালাইকাক এতিয়া চাও বুলিও চাব নোৱাৰিব আৰবাজে…

নতুন পত্নীৰ হেচাঁ নে অন্য কিবাঃ মালাইকাক এতিয়া চাও বুলিও চাব নোৱাৰিব আৰবাজে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.