বৰ্তমান বৃষ ৰাশিত অৱস্থান কৰিছে গুৰুগ্ৰহ বৃহস্পতিয়ে৷ আগন্তুক ২৬ জুলাই বৃহস্পতিবাৰে বৃষ ৰাশি এৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই শুক্ৰৰ সৈতে বৃহস্পতি মিলিত হৈ গজলক্ষ্মী ৰাজযোগ গঠন কৰিব৷ ২১ আগষ্ট পৰ্যন্ত এই শক্তিশালী ৰাজযোগ থাকিব৷ বৈদিক জ্যোতিষ অনুসৰি অত্যন্ত শুভ আৰু প্ৰভাৱশালী এই গ্ৰহি এবছৰত এবাৰ নিজৰ স্থান পৰিবৰ্তন কৰে৷ বৃহস্পতি আৰু শুক্ৰৰ মিলনত যি গজলক্ষ্মী ৰাজযোগ গঠিত হ’ব তাৰ প্ৰভাৱত জীৱনলৈ উন্নতি আহিব তিনি ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















