• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

3 months ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

22 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

48 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

1 hour ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

2 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

editor by editor
January 16, 2026
in জীৱনশৈলী
0
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিয়ে ৰাশি পৰিবৰ্তন কৰিবলৈ গৈ আছে৷ এই গোচৰৰ ফলত তৈয়াৰ হব হংস মহাপুৰুষ যোগ৷ ২০২৬ চনৰ ২ জুনৰ নিশা বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ যিয়ে তিনিটা ৰাশিৰ জাতকৰ সৌভাগ্য বৃদ্ধি কৰিব৷ দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ ইতিবাচক ফল পাব তেওঁলোকে৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি হংস মহাপুৰুষ যোগ হৈছে বৃহস্পতিৰ দ্বাৰা সৃষ্ট এক শক্তিশালী ৰাজযোগ৷ বৃহস্পতিয়ে তাৰ নিজস্ব ৰাশি মীন বা ধনু অথৱা তাৰ আৰোহী গৰত অৰ্থায কৰ্কট ৰাশিৰ প্ৰথম, চতুৰ্থ বা সপ্তম ঘৰত অৱস্থান কৰিলে তৈয়াৰ হয় হংস মহাপুৰুষ যোগ৷ ই বৃহস্পতিৰ সৈতে সম্পৰ্কিত৷ গুৰুগ্ৰহ জ্ঞান, ধৰ্ম, পবিত্ৰতাৰ প্ৰতীক৷ হংস বা ৰাজহংস পবিত্ৰতাৰ প্ৰতীক৷ সেয়ে এই যোগক নাম হংস মহাপুৰুষ যোগ৷ হংস মহাপুৰুষ যোগৰ প্ৰভাৱত এজন ব্যক্তিয়ে জ্ঞান, সম্পদ, সন্মান আৰু নম্ৰ স্বভাৱৰ অধিকাৰী হয়৷

কোন তিনি ৰাশি লাভৱান হ’ব?

কন্যা ৰাশি

বৃহস্পতিৰ মহাপুৰুষ ৰাজযোগৰ কাৰণে কন্যা ৰাশিৰ জাতকে অতিৰিক্ত আয়ৰ সুবিধা পাব৷ যিহেতু বৃহস্পতি আপোনাৰ ৰাশিচক্ৰৰ পৰা একাদশ ঘৰত গমন কৰিছে সেয়ে এই সময়ত আপোনাৰ আয় উল্লেখযোগ্যভাৱে বৃদ্ধি পাব পাৰে৷ আপুনি নতুন নতুন উৎসৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰে৷ শ্বেয়াৰ বজাৰ বা লটাৰীৰ পৰা লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব৷ কেৰিয়াৰৰ গ্ৰাফ ঊৰ্ধ্বগামী হব৷ ব্যৱসায়ীয়ে বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ কন্যা ৰাশিৰ জাতকে তেওঁলোকৰ সন্তান সম্পৰ্কিত সুসংবাদ পাব৷

তুলা ৰাশি

হংস মহাপুৰুষ ৰাজযোগ গঠনৰ ফলত তুলা ৰাশিৰ জাতকো উপকৃত হব৷ এই ৰাজযোগে আপোনাৰ কমিউনিকেছন স্কিল আৰু উন্নত কৰিব৷ এই সময়ত কৰ্মজীৱনত উল্লেখযোগ্য অগ্ৰগতি দেখা পাব৷ চাকৰিয়ালে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা পাব৷ এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীয়ে তেওঁলোকৰ ঊৰ্ধ্বতনসকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ এই সময় ভৱিষ্যতৰ পৰিকল্পনাসমূহ সুসংগঠিতভাৱে সম্পন্ন কৰিব পাৰিব৷ বন্ধুৰ পৰাও সহায় পাব৷ এই সময়ত ব্যৱসায়ীয়ে উল্লেখযোগ্য আৰ্থিক লাভ পাব পাৰে৷ নতুন উদ্যোক্তাসকলে ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় শুভ৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ বাবে হংস মহাপুৰুষ ৰাজযোগে ইতিবাচক ফল কঢ়িয়াই আনিব৷ এই ৰাজযোগে আপোনাৰ ৰাশিচক্ৰৰ নৱন ঘৰত প্ৰভাৱ পেলাব৷ মঙ্গলৰ অৱস্থান শক্তিশালী হব আৰু এই সময়ত আপুনি যি কৰিব তাৰ পৰা সাফল্য আহিব৷ আপুনি কিছু ধৰ্মীয় বা শুভ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব পাৰে৷ এই সময়ত আধ্যাত্মিক আৰু ব্যক্তিগত বিকাশৰ বাবে অনুকূল হব৷ আপুনি সৃজনশীল কামত আৰু শৈল্পিক সাধনাত সাফল্য পাব৷ এই সময়ত নতুন সম্পৰ্কৰ সুযোগ আহিব৷ জীৱনলৈ দুৰ্দান্ত সাফল্য আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
Next Post
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.