• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

1 year ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

56 minutes ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

4 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

5 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

6 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

21 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

21 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

22 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

23 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

23 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

editor by editor
October 17, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত সত্য প্ৰকাশ জাষ্টিন ট্ৰুড’ ৰ, নিজ্জৰ ঘটনাৰ সঠিত প্ৰমাণ দিয়া নাছিল ভাৰতৰ হাতত

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে বাৰে বাৰে পুনৰ কয় যে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত আছিল। ট্ৰুডোৰ এই অভিযোগৰ বাবেই ভাৰত আৰু কানাডাৰ সম্পর্ক সম্প্ৰতি এক উত্তেজনাৰ সময়ছোৱাৰ মাজেৰে পাৰ হৈ আছে।

কানাডাই ভাৰতৰ ওপৰত এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন কৰিছিল, যাৰ বাবে দুয়োখন দেশৰ মাজত সংঘাতৰ কাৰণ হৈ পৰিছিল যদিও প্ৰথম অৱস্থাত এই সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাছিল। বিদেশী হস্তক্ষেপ আয়োগৰ সন্মুখত দিয়া সাক্ষ্যতত ট্ৰুডোৱে নিজেই স্বীকাৰ কৰিছে যে যেতিয়া তেওঁ প্ৰথমে এই বিষয়টো উত্থাপন কৰিছিল তেতিয়া কানাডাৰ চৰকাৰৰ হাতত ভাৰতৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ নাছিল।

জাষ্টিন ট্ৰুডোৱে আয়োগৰ সন্মুখত স্বীকাৰ কৰে যে নিজ্জাৰ হত্যাকাণ্ডৰ গোচৰত তেওঁৰ চৰকাৰে ভাৰতক কোনো সুনিৰ্দিষ্ট প্ৰমাণ প্ৰদান কৰা নাই। ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে আমি ভাৰতক কৈছিলো যে আমি এই বিষয়ত আপোনাৰ সহযোগিতা বিচাৰো, গতিকে যেতিয়া তেওঁলোকে প্ৰমাণ বিচাৰিছিল, সেই সময়ত প্ৰমাণ ভাৰতক দিয়া হোৱা নাছিল, কেৱল গোচৰৰ সৈতে জড়িত তথ্যহে শ্বেয়াৰ কৰা হৈছিল।

ট্ৰুডোৱে কয় যে যোৱা বছৰ জি-২০ অধিৱেশনৰ পিছত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছিলো। আমি তেতিয়া এই বিষয়টো উত্থাপন কৰি ভাৰতক লজ্জিত কৰাৰ সুযোগ পাইছিলোঁ, কিন্তু আমি তেনে নকৰিলোঁ৷ মই প্ৰধানমন্ত্ৰী মোডীক ক’লো যে আমি জানো যে এই বিষয়ত ভাৰত চৰকাৰ জড়িত।

এই সন্দৰ্ভত ট্ৰুডোই কয় যে কানাডাত এনে লোক আছে যিয়ে নিজৰ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছে আৰু প্ৰতিবাদকাৰীসকলে বিচাৰে যে সঠিক প্ৰমাণৰ সৈতে অপৰাধীক গ্ৰেপ্তাৰ কৰা হওক।

ট্ৰুডোৱে লগতে ইয়াকো কয় যে ভাৰতীয় সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে কানাডা আৰু কানাডিয়ানসকলক লক্ষ্য কৰি লৈছিল। এনে পৰিস্থিতিত ছেপ্টেম্বৰ মাহত অৱশেষত কানাডা চৰাকৰে আগবাঢ়ি আহি সেই সকলোবোৰ ক’বলগীয়া হয়৷কানাডা চৰকাৰে বিচাৰিছিল যে কানাডাৰ জনসাধাৰণে এই বিষয়ত কানাডা চৰকাৰৰ কাৰ্যক বিশ্বাস ৰাখক।

উল্লেখ্য যে, যোৱা কেইমাহমানৰ পৰা কানাডা আৰু ভাৰতৰ সম্পৰ্কত উত্তেজনা সৃষ্টি হৈছে। খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰত জড়িত থকাৰ অভিযোগ কানাডা চৰকাৰে উত্থাপন কৰাৰ বাবেই দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ২০২৩ চনৰ জুন মাহত ছাৰেত নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছত ছেপ্টেম্বৰ মাহত জাষ্টিন ট্ৰুডোৱে কৈছিল যে এই হত্যাকাণ্ডত ভাৰতৰ হাত আছে। শেহতীয়াকৈ পুনৰ ট্ৰুডোৱে এই অভিযোগ পুনৰাবৃত্তি কৰিছে। ইয়াৰ ওপৰত ভাৰতে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CanadaCanada India ConflictCanada India Relationindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
Next Post
দীপাৱলীৰ পূৰ্বেই ভয়ংকৰ ভাৱে বিষাক্ত হৈ পৰিছে ৰাজধানীৰ বায়ু

দীপাৱলীৰ পূৰ্বেই ভয়ংকৰ ভাৱে বিষাক্ত হৈ পৰিছে ৰাজধানীৰ বায়ু

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

লক্ষ্মী পূৰ্ণিমাতেই তুলা সংক্ৰান্তি, কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.