• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

5 months ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

4 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

5 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

5 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

6 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

7 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

7 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

7 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

9 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

9 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

10 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?

editor by editor
May 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৬০লিটাৰ স্তনদুগ্ধ দান কৰি চৰ্চাত প্ৰাক্তন বেডমিণ্টন তাৰকা, কিয় তেওঁৰ এই উদ্যোগক জীৱনদায়ী বুলি কৈছে চিকিৎসকে?
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্তান জন্মৰ পাছত এগৰাকী মাতৃয়ে তেওঁৰ শিশুক স্তনদুগ্ধ পান কৰোৱাই সেয়াই স্বাভাৱিক৷ কিন্তু সেই মাতৃদুগ্ধত যদি আৰু এক নৱজাতকৰ প্ৰাণ বাচে তেন্তে? ঠিক সেই মানৱিক উদাহৰণেই দাঙি ধৰিলে প্ৰাক্তন বেডমিণ্টন তাৰকা জ্বালা গুট্টাই৷

সম্প্ৰতি এক্সযোগে কৰা এটা পোষ্টত তেওঁ জনাইছে যে মাতৃত্বৰ প্ৰথম এবছৰত তেওঁ প্ৰায় ৬০ লিটাৰ স্তনদুগ্ধ হায়দৰাবাদ আৰু চেন্নাইৰ চৰকাৰী হাস্পতালত দান কৰিছে৷ তেওঁৰ এই উদ্যোগক কেৱল প্ৰশংসাই কৰা নাই, নতুনকৈ সন্মুখলৈ আনিছে ডনাৰ ব্ৰেষ্টমিল্ক আৰু মিল্ক বেংকৰ গুৰুত্বও৷ জ্বালা গুট্টাই লিখিছে, মাত্ৰ ১০০ মিলিলিটাৰ ড’নাৰ মিল্কে ১ কেজি ওজনৰ অপৰিণত শিশুক কেইবাদিন পৰ্যন্ত পুষ্টি জোগান ধৰিব পাৰে৷ নিওনেটাল কেয়াৰ ইউনিট বা এন আই চি ইউত ভৰ্তি অসংখ্য নৱজাতকৰ বাবে এই গাখীৰ হৈ উঠিব পাৰে জীৱনী শক্তি৷

কিয় ইমান গুৰুত্বপূৰ্ণ ডনাৰ ব্ৰেষ্টমিল্ক?

চিকিৎসকসকলৰ মতে মাতৃদুগ্ধ কেৱল খাদ্যই নহয়, নৱজাতকৰ বাবে একপ্ৰকাৰ প্ৰাকৃতিক প্ৰতিৰোধক৷ ইয়াত থাকে এণ্টিবডি, এনজাইম আৰু নানান ৰোগপ্ৰতিৰোধকাৰী উপাদান, যিয়ে শিশুক সংক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু শৰীৰৰ স্বাভাৱিক বিকাশত সহায় কৰে৷

বিশেষকৈ প্ৰিমেচিউৰ বা অসুস্থ শিশুৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব আৰু বেছি৷ কাৰণ এই শিশুৰ জন্মৰ পাছত নানান জটিলতা থাকে৷ তাৰভিতৰত সকলোতকৈ ভয়ংকৰ এক ৰোগ হৈছে নেক্ৰোটাইজিং এণ্টাৰোকোলাইটিছ৷ এই ৰোগত শিশুৰ অন্ত্ৰত মাৰাত্মক সংক্ৰমণ হব পাৰে৷ যি বহু সময়ত প্ৰাণঘাটিও হৈ উঠে৷

গৱেষণাত দেখা গৈছে যিসমূহ শিশুৱে মাতৃদুগ্ধ বা স্ক্ৰিণিং কৰা ডোনাৰ মিল্ক পায় তেওঁলোকৰ এনইচি হোৱাৰ আশংকা অন্য ফৰ্মূলা মিল্ক খোৱা শিশুৰ তুলনাত বহু কম৷

যেতিয়া মাতৃয়ে শিশুক স্তনপান কৰাব নোৱাৰে

সকলো মাতৃতে সন্তানক জন্মৰ লগে লগে মাতৃদুগ্ধ খোৱাব নোৱাৰে৷ চিজাৰিয়ান ডেলিভাৰি, অত্যধিক শাৰীৰিক দুৰ্বলতা, মানসিক চাপ, প্ৰিমেচিউৰ ডেলিভাৰি বা অন্য জটিলতাৰ কাৰণে বহু সময়ত মাতৃগৰাকীক দুগ্ধ অহাত দেৰি হয়৷ সেই কঠিন সময়ত ডোনাৰ মিল্কেই নৱজাতকৰ বাবে লাইফলাইন হৈ থিয় দিয়ে৷

এইসমূহ অসুবিধাৰ বাবেই বিভিন্ন হাস্পতালত তৈয়াৰ হৈছে হিউমেন মিল্ক বেংক৷ ইয়াত সুস্থ মাতৃসকলে স্বেচ্ছাই স্তনদুগ্ধ বা বুকুৰ গাখীৰ দান কৰে৷ স্বাস্থ্য পৰীক্ষা আৰু নিৰাপত্তাৰ সমস্ত নিয়ম মানি সেই গাখীৰ সংগ্ৰহ পৰি সংৰক্ষণ কৰা হয়৷ তাৰপিছতেই এন আই চিইউত ভৰ্তি শিশুসকলক সেই গাখীৰ দিয়া হয়৷

সচেতনতাৰ অভাৱ ডাঙৰ সমস্যা

ভাৰতত প্ৰতিবছৰে বিপুল সংখ্যক অপৰিণত শিশুৰ জন্ম হয়৷ ফলত নিৰাপদ ডোনাৰ মিল্কৰ প্ৰয়োজনো ক্ৰমশ বাঢ়িছে৷ কিন্তু এতিয়াও বহু মানুহে নাজানে যে বুকুৰ গাখীৰো দান কৰিব পাৰি আৰু ই শিশুৰ জীৱন ৰক্ষা কৰিব পাৰে৷ ৰক্তদানৰ দৰেই বেষ্টমিল্ক দানো এক নিস্বাৰ্থ মানৱিক উদ্যোগ৷

জ্বালা গুট্টাই তেওঁৰ পোষ্টত আবেদন জনাইছে যে যিসকলে স্তনদুগ্ধ দান কৰিবলৈ আগ্ৰহী তেওঁলোকে নিকটবৰ্তী চৰকাৰী হাস্পতাল বা নিবন্ধিত মিল্ক বেংকৰ সৈতে যোগাযোগ কৰিব পাৰে৷ কাৰণ এগৰাকী মাতৃৰ সামান্য দানেই হয়তো আৰু এক সৰু শিশুক প্ৰাণ উপহাৰ দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
Next Post
উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

উত্তৰ প্ৰদেশৰ এখন ট্ৰেইনত উদ্ধাৰ এটা গৰাকীবিহীন ট্ৰাংক, ট্ৰাংক খোলোতেই ওলাল মহিলাৰ দেহ, কেনেকৈ ট্ৰেইনত ঘটিল এই ঘটনা?

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.