• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

2 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

3 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

4 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

5 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

7 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

7 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

8 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

9 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

9 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

10 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা

editor by editor
April 24, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ইয়াতেই আছে মহাদেৱ! জানক ৰহস্যময় কৈলাশ পৰ্বতৰ এইকেইটা অজানা কথা
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দুধৰ্মত  কৈলাশ পৰ্বতক ঈশ্বৰৰ বাসভূমি বুলি কোৱা হয়। কৈলাশৰ পৰাই আছে স্বৰ্গ আৰোহণৰ পথ বুলিও লোকবিশ্বাস যুগে যুগে চলি আহিছে। ৰহস্যময় কৈলাশলৈ সেয়ে যুগে যুগে বহু মানুহ আহে। ৰহস্যময় দুৰ্গম পথ পাৰ হৈ আহে বহু পৰ্যটক। উদ্দেশ্যে এটাই এই পৰ্বতৰ বুকুত লুকাই থকা ৰহস্য নিৰীক্ষণ কৰা। কিন্তু এতিয়াও কৈলাশ পৰ্বতৰ বহু তথ্য গোপনেই আছে। তিব্বত মালভূমিৰ পৰা ২২,০০০ ফুট ওপৰত অৱস্থিত এই কৈলাশ পৰ্বত। হিন্দু ধৰ্মাৱলম্বীৰ ওপৰিও বৌদ্ধসকলৰ বাবেও এই মন্দিৰ অত্যন্ত পবিত্ৰ। কিন্তু আজিও কৈলাশৰ সকলো স্থানত পৰ্যটক বা কোনো ঋষি মুনিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কৈলাশৰ বেছিভাগ এলেকাত এতিয়াও মানুহ যোৱা সম্ভৱপৰ নহয়।

কৈলাশ পৰ্বতৰ বৈশিষ্ট্য

কৈলাশ পৰ্বতৰ আকাৰ বহু পৰিমানে পিৰামিডৰ দৰে। এই পাহাৰত আছে বহু প্ৰাচীন গুহা বা গুফা। এই গুহাসমূহত এতিয়াও বহু বৌদ্ধ আৰু হিন্দু সন্যাসীয়ে তপস্যা কৰি থকা দেখা যায়। এই সন্নাসীসকলে লোকচক্ষুৰ পৰা আঁতৰি বছৰ বছৰ ধৰি এই গুহাসমূহত তপস্যা কৰি আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ তীৰ্থযাত্ৰী কৈলাশ আৰু মানস সৰোবহ চাবৰ বাবেই আহে। কিন্তু দুৰ্গম প্ৰাকৃতিক পৰিবেশৰ কাৰণে বহুতে এই যাত্ৰা সম্পূৰ্ণ কৰিবও নোৱাৰে। কৈলাশ পৰ্বতৰ শৃংগ এতিয়াও অৱশ্যে কোনো লোকে আহৰণ কৰিব পৰা নাই। এক নিৰ্দিষ্ট পয়েণ্টৰ ওপৰত আৰু কোনো লোককে যাবলৈ দিয়া নহয়।

কৈলাশ পর্বতৰ ৰহস্য

হিন্দুসকলৰ মতে কৈলাশ পৰ্বত মাউণ্ট মেৰুৰ এটা অংশ। ইয়াৰ পূৰ্বে কৈলাশ পৰ্বতৰ শীৰ্ষলৈ যাত্ৰা কৰিবলৈ পৰ্বতাৰোহীসকলে চেষ্টা কৰিলেও এতিয়ালৈকে কোনোৱে এয়া সম্ভৱ কৰিব পৰা নাই। হিন্দুধৰ্ম অনুসৰি কৈলাশ পৰ্বত যিহেতু মহাদেৱৰ বাসস্থান সেয়ে ইয়াৰ শৃংগ আৰোহন কৰাটো বৈধ নহয়। কৈলাশ পৰ্বতলৈ পদব্ৰজে যোৱাৰ অনুমতি অৱশ্যে আছে। তিব্বতি লোককথা অনুসৰি মিলাৰেপা নামৰ এজন বৌদ্ধ সন্ন্যাসীয়ে এবাৰ কৈলাশ পৰ্বতৰ শীৰ্ষৰ কাষ পাইছিলগৈ। তাৰপৰা তেওঁ ওভতি আহি সকলোকে সাৱধানবাণী দিয়ে যে ঈশ্বৰৰ বাসস্থানৰ কাষলৈ নোযোৱাটোৱেই মংগল।

মানস সৰোবৰ আৰু ৰাক্ষস তাল

কৈলাশ পৰ্বতৰ তলতেই আছে মানস সৰোবৰ আৰু লগতে আছে অপৰূপ সুন্দৰ হ্ৰদ ৰাক্ষস তাল। ১৪,৯৫০ ফুট ওপৰত অৱস্থিত মানস সৰোবৰ হৈছে বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্ৰদ। উল্লেখ্য যে মানস সৰোবৰৰ পানী সকলো সময়তে শান্ত কিন্তু ৰাক্ষসতালৰ পানী সকলো সময়তে অশান্ত।শিৱক প্ৰসন্ন কৰিবৰ বাবে ৰাক্ষসৰাজ ৰাৱণে যি প্ৰখৰ তপস্যা কৰিছিল তাৰ পৰাই ৰাক্ষসতালৰ উত্‍পত্তি বুলি কোৱা হয়। সেয়ে এই হ্ৰদৰ পানী অশান্ত। ৰাক্ষসতালৰ পানীত কোনোধৰণৰ জলজ উদ্ভিদ বা প্ৰাণী দেখা নাযায়।

পৃথিবীৰ কেন্দ্র

কৈলাশ পৰ্বতক পৃথিৱীৰ কেন্দ্ৰ বুলি কোৱা হয়। কৈলাশ পৰ্বত কছমিক অক্সিছ বা ৱাৰ্ল্ড পিলাৰ নামেৰেও পৰিচিত। কৈলাশ পৰ্বতেৰেই স্বৰ্গৰ পথ আছে বুলিও বহুতে দাবী কৰে। বহুতৰে মতে কৈলাশ পৰ্বতৰ পৰা ওভতি আহিলে হঠাত্‍ চুলি আৰু নখ অত্যাধিক দীঘলো হয়। কথিত অনুসৰি এবাৰ এজন ছাইবেৰিয়াল পৰ্বতাৰোহীয়ে কৈলাশ পৰ্বতৰ নিষিদ্ধ এলেকাত প্ৰৱেশ কৰিছিল। সেই স্থানত প্ৰৱেশ কৰাৰ পাছতেই তেওঁৰ বয়স কেইবা দশক বাঢ়ি যায় আৰু এই ঘটনাৰ এবছৰৰ পাছতেই বাৰ্ধক্যজনিত কাৰণত পৰ্বতাৰোহীজনৰ মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
Next Post
‘আছো…’, সৌৰজগতৰ বহু দূৰত জাগি উঠিল ভয়েজাৰ-১

‘আছো…’, সৌৰজগতৰ বহু দূৰত জাগি উঠিল ভয়েজাৰ-১

বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?

বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.