• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?

বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?

2 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

12 minutes ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

3 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

3 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

4 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

5 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

5 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

6 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

7 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

7 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

8 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?

বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?

editor by editor
April 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বুধবাৰে জন্ম যদি আপুনি বুদ্ধিমান, অন্যান্য কি কি গুণৰ অধিকাৰী এইসকল ব্যক্তি?
0
SHARES
18.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বুধবাৰে জন্ম লোৱা ব্যক্তিসকলৰ বুধগ্ৰহৰ সৈতে বিশেষ সংযোগ থাকে। বুধবাৰৰ দিনটো দেৱতাসকলৰ মাজৰ প্রধান দেৱতা গণেশৰ দিন বুলি মনা হয়। গণেশ বুদ্ধিৰ দেৱতা। সেয়ে বুধবাৰে জন্ম লোৱা ব্যক্তিসকল বুদ্ধিয়ক হয় বুলি শাস্ত্ৰজ্ঞসকলে ক’ব খোজে। বুধবাৰে জন্ম হোৱা ব্যক্তিসকলে বুদ্ধিৰ প্ৰয়োগেৰে ধন আহৰণ কৰিব পাৰে।

এই বাৰত জন্ম হোৱা ব্যক্তি বেছিসংখ্যকেই চৰকাৰী চাকৰিয়াল হয়। কিন্তু বুধবাৰে জন্মলোৱা ব্যক্তিসকলে কোনো ঠাইত স্থায়ীভাৱে কাম কৰি থাকিব নোৱাৰে। কিয়নো এই বাৰত জন্ম ব্যক্তিৰ ধন আহৰণৰ তীব্ৰ প্ৰৱণতা থাকে যাৰবাবে ভালকৈ ধন আহৰণ কৰিব পৰা কাম তেওঁলোকে অনবৰতেই বিচাৰি থাকে। সোনকালেই প্ৰমোছন আৰু ইনক্ৰিমেণ্ট লাভ কৰিব পৰা চাকৰিৰ প্ৰতিহে তেওঁলোক আগ্ৰহী।

বন্ধুত্বৰ সম্পৰ্ক তেওঁলোকে ভালকৈ ধৰি ৰাখিব পাৰে

বুধবাৰে জন্ম লোৱা ব্যক্তিসকলৰ এটা কথা খুবেই অদ্ভুত যে এওঁলোকে বন্ধুত্বৰ সম্পৰ্ক সুচাৰুৰূপে জীয়াই ৰাখিব জানে। মনে নিমিলা মানুহৰ সৈতেও এই বাৰত জন্ম ব্যক্তিয়ে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে। এওলোকৰ বন্ধুত্বৰ তালিকাত ভাল আৰু বেয়া দুইধৰণৰ ব্যক্তিয়েই থাকে।

বৈবাহিক জীৱন কেনে হয়?
বুধবাৰে জন্ম হোৱা ব্যক্তিৰ বৈবাহিক জীৱন মসৃণ হয় বুলি জ্যোতিষসকলে দাবী কৰে। এই বাৰত জন্ম ব্যক্তি গুণবান হোৱাৰ লগতে বৈবাহিক জীৱন এওঁলোকৰ খুবেই মসৃণ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা

ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা

কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.