• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

2 years ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

16 minutes ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

56 minutes ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

2 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

2 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

4 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

4 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

14 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

14 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

14 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

editor by editor
April 24, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৫ এপ্ৰিলত মেষ ৰাশিত তৈয়াৰ হৈছে গজলক্ষ্মী যোগ। জ্যোতিষ অনুসৰি শুক্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত এই যোগ তৈয়াৰ হৈছে। ২৫ এপ্ৰিল মেষ ৰাশিত শুক্ৰই প্ৰৱেশ কৰিব। ইয়াতেই ভ্ৰমণ কৰিছে বৃহস্পতিয়ে। যাৰ ফলত মঙলত মঙলৰ আধিপত্য যুক্ত মেষ ৰাশিত দৈত্য আৰু দেৱগুৰু দ্বয়ৰ যুঁটি হ’ব।

এই যুঁটিৰ কাৰণেই অতিশুভ গজলক্ষ্মী ৰাজযোগৰ সৃষ্টি হ’ব। ১ মে বৃহস্পতিৰ ৰাশি পৰিবৰ্তনৰ সৈতে শুভ যোগ ভংগ হ’ব। জ্যোতিষ গণনা অনুসৰি তিনি ৰাশিৰ জাতকৰ বাবে গজলক্ষ্মী ৰাজযোগ অত্যন্ত শুভ। তালিকাত কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ লগ্ন স্থানত গজলক্ষ্মী ৰাজযোগ তৈয়াৰ হ’ব। এই ৰাশিৰ জাতকৰ জীৱনত আনন্দ আহিব। সমস্ত ক্ষেত্ৰত সাফল্য অৰ্জন কৰা সম্ভৱ হ’ব। সমাজত মান-সন্মান বৃদ্ধি পাব এই ৰাশিৰ জাতকৰ। পদ-প্ৰতিষ্ঠা বাঢ়িব। ব্যৱসায়ীসকলেও লাভাম্বিত হ’ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব। নিজৰ লক্ষ্য লাভত সফল হ’ব এই ৰাশিৰ জাতক। পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব।

মকৰ ৰাশি

গজলক্ষ্মী যোগ মকৰ ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়। এই ৰাশিৰ জাতকে সুখ লাভ কৰিব। লক্ষ্মীৰ আৰাধনা কৰিলে প্ৰতি ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব।  পদোন্নতিৰ প্ৰৱল সুযোগ আছে। শহুৰৰ ঘৰৰ পৰা আৰ্থিক সাহায্য অৰ্জন কৰিব পাৰে। কেৰিয়াৰত উন্নতি হ’ব। কামত মনোনিৱেশ কৰিব। ইয়াৰ ফলত লক্ষ্য লাভ কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে। কৰ্মক্ষেত্ৰত পদোন্নতি সম্ভৱ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

কুম্ভ ৰাশি

জ্যোতিষ অনুসৰি গজলক্ষ্মী যোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে লাভজনক। জীৱনৰ প্ৰতিটো চেলেঞ্জ দূৰ হ’ব। লক্ষ্মীৰ আশীৰ্বাদত ভাগ্যৰ সংগ পাব। সমস্ত কামত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে। সামান্য পৰিশ্ৰম কৰিলেই শুভ ফল পাব। পৰিয়ালৰ সৈতে ভাৱল সময় কটাব। চাকৰিয়াল জাতকৰ বাবে এই ৰাজযোগ অত্যন্ত শুভ। লক্ষ্মীৰ আশীৰ্বাদত আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি সঞ্চয় কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!
জীৱনশৈলী

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

May 26, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

May 26, 2026
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!
অসম

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

May 26, 2026
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
Next Post
শিশু বিমান যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা! এতিয়াৰে পৰা পিতৃ-মাতৃৰ সৈতে একেলগে আসন দিব লাগিব শিশুকো

শিশু বিমান যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা! এতিয়াৰে পৰা পিতৃ-মাতৃৰ সৈতে একেলগে আসন দিব লাগিব শিশুকো

‘১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

'১২ বছৰে ডাঙৰ অমৃতাক মই ছেইফৰ বাবে কেনেকৈ আনো!’ ছেইফ-অমৃতাৰ বিচ্ছেদৰ কাৰণক লৈ কি কয় শৰ্মিলা ঠাকুৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.