অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহক দিছে বিশেষ নিৰ্দেশনা।
১২ বছৰ বয়সলৈকে শিশুসকলক অভিভাৱকৰ সৈতে একেলগে আসন আবণ্টন দিবলৈ বিশেষ নির্দেশনা।
১২ বছৰৰ তলৰ শিশুক অভিভাৱকৰ সৈতে একেলগে আসনত বহিবলৈ নিদিয়াৰ কথা পোহৰলৈ অহাৰ পাছতে এই সিদ্ধান্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ