• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা

ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা

2 years ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

16 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

47 minutes ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

1 hour ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

2 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

3 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

3 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

4 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

5 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

6 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

8 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

8 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা

ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা

editor by editor
April 24, 2024
in বিবিধ, ভাৰত
0
ভাল খবৰ… এতিয়াৰে পৰা মাত্ৰ ২০-২৫টকাতেই পাব পানীৰ লগতে খাদ্যও, ভাৰতীয় ৰেলৱে আৰম্ভ কৰিছে বিশেষ সেৱা
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গ্ৰীষ্মকালত যাত্ৰীসকলক সুলভ মূল্যত খাদ্যৰ যোগান ধৰিব ভাৰতীয় ৰেলৱেই। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৮টাকৈ ষ্টেচনত এই আহাৰৰ কাউণ্টাৰ উপলব্ধ। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ পক্ষৰ পৰা যাত্ৰীসকলক সুলভ মূল্যত আহাৰ আৰু পানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ ৮টা ষ্টেচন ক্ৰমে গুৱাহাটী, কামাখ্যা, ৰঙিয়া, নিউ কোচবিহাৰ, কাটিহাৰ, নিউ তিনিচুকীয়া, নাহৰলগুন আৰু নিউ আলিপুৰদুৱাৰত এই পৰিসেৱা উপলব্ধ হ’ব। ইয়াৰ ফলত যাত্ৰীসকলে ভ্ৰমণৰ সময়ত গুণমানসম্পন্ন পৰিসেৱা কম টকাতেই লাভ কৰিব। এই পদক্ষেপৰ মাধ্যমেৰে জেনেৰেল ছেকেণ্ড ক্লাছ আৰু শ্লিপাৰ ক্লাছ কোচসমূহত পানীৰ বটল ৰখাৰ ওপৰিও ভাৰতীয় ৰে’লৱেৰ পক্ষৰ পৰা জেনেৰেল কোচৰ যাত্ৰীসকলে ২০ টকাতেই লাভ কৰিব আহাৰ। ৫০ টকাতেই লাভ কৰিব স্নেকচ।

IRCTC ভেণ্ডৰৰ লোকে পেকেটজাত আহাৰ আৰু পানীৰ ট্ৰে লৈ কোচৰ কাষে কাষে আহিব। ইয়াৰোপৰি কম দামতেই তেওঁলোকে যোগান ধৰিব উন্নত গুণসম্পন্ন আহাৰ। বিগত বছৰত প্ৰায় ৫১টা ষ্টেচনত এই পৰিসেৱা আৰম্ভ হৈছে। এই সাফল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰেলৱেই এই যোগান সম্প্ৰসাৰিত কৰিছে। বৰ্তমান ভাৰতীয় ৰেলৱেৰ ১০০ ৰ পৰা ১৫০ টা কাউণ্টাৰত আৰম্ভ হৈছে এই সেৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
Next Post
কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

কাইলৈ মেষ ৰাশিত গজলক্ষ্মী ৰাজযোগ! ধন উপাৰ্জনৰ পথ মুকলি হ’ব ৩ ৰাশিৰ জাতকৰ

শিশু বিমান যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা! এতিয়াৰে পৰা পিতৃ-মাতৃৰ সৈতে একেলগে আসন দিব লাগিব শিশুকো

শিশু বিমান যাত্ৰীক লৈ বিশেষ নিৰ্দেশনা! এতিয়াৰে পৰা পিতৃ-মাতৃৰ সৈতে একেলগে আসন দিব লাগিব শিশুকো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.