• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালচক্ৰ পঞ্জিকাই কৈছে, আগন্তুক কেইবাবছৰলৈ বিজেপিৰেই জয়যাত্ৰা অব্যাহত থাকিব…

3 years ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

10 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

11 hours ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

12 hours ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

13 hours ago
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

14 hours ago
ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

15 hours ago
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

16 hours ago
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

1 day ago
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 7, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কালচক্ৰ পঞ্জিকাই কৈছে, আগন্তুক কেইবাবছৰলৈ বিজেপিৰেই জয়যাত্ৰা অব্যাহত থাকিব…

editor by editor
January 24, 2023
in অসম, ৰাজনীতি
0
কালচক্ৰ পঞ্জিকাই কৈছে, আগন্তুক কেইবাবছৰলৈ বিজেপিৰেই জয়যাত্ৰা অব্যাহত থাকিব…
0
SHARES
333
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ ত অনুষ্ঠিত লোকসভা নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে অন্যান্য আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দলসমূহে।

নিৰ্বাচনলৈ মাজত এবছৰ বাকী থকা অৱস্থাত শাসকীয় দল বিজেপিয়েই লোকসভা নিৰ্বাচনৰ জৰিয়তে পুনৰবাৰ শাসনৰ গাদী দখল কৰাৰ ভৱিষ্যতবাণী কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাই। মঙলবাৰে উন্মোচন কৰা পঞ্জীকাখনত উল্লেখ থকা অনুসৰি লোকসভা নিৰ্বাচনত অসমত বৃদ্ধি পাব বিজেপিৰ ভোটাৰৰ সংখ্যা।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ ভূমিকা থাকিব দেশৰ ৰাজনীতত। বিজেপিৰ কাৰণে ভাল দিন যদিও ভাৰত আৰু অসমৰ বাবে কিছু বেয়া দিশ আছে বুলিও কালচক্ৰ পঞ্জিকাখনত প্ৰকাশ পাইছে।

ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পাব, ভাৰতৰ বন্ধু ৰাষ্ট্ৰৰ সৈতে মনোমানিল্য ঘটিব, লগতে চীন-পাকিস্তান একত্ৰিত হৈ ভাৰতক আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে অসমত বানপানীয়ে ভয়ংকৰ ৰূপ ল’ব, চৰকাৰ-আলফাৰ আলোচনাৰ সমাধান নহ’ব বুলিও জনাইছে কালচক্ৰ পঞ্জিকাই। অসম প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ কথা উল্লেখ আছে পঞ্জিকাখনত। গৃহ বিভাগৰ উদ্যম একেই থাকিব। মুখ্যমন্ত্ৰীয়ে নিজৰ গতি অব্যাহত ৰাখিব বুলিও কালচক্ৰ পঞ্জিকাত প্ৰকাশ হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
সীমা-ছুইটী-সৰস্বতীঃ ভোটাৰ তালিকাত ভিন্ন নাম, ছবিত ব্ৰাজিলৰ মডেল, বিজেপি দলৰ বিৰুদ্ধে ডাঙৰ অভিযোগ আনি কি প্ৰমাণ দিছে ৰাহুল গান্ধীয়ে?
জীৱনশৈলী

November 5, 2025
১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি… বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?
ভাৰত

October 31, 2025
Next Post
কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

মুক্তিৰ প্ৰথম দিনাই প্ৰথম দৰ্শনী চালে ডিম্পু বৰুৱাই! ডিম্পুৱে কিয় ভালপায় কিং খানক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন