দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী। মা কামাখ্যাৰ আশীর্বাদ লয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। ‘মন্দিৰত ৰাজনীতিৰ কথা নকওঁ’ বুলি মন্তব্য। অসমৰ মংগল কামনা কৰে প্ৰিয়ংকাই।