• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে

হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে

2 years ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

13 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

60 minutes ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

2 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

3 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

3 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

5 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

5 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

8 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে

editor by editor
June 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি
0
হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে ৰাজহুৱা স্থানত কংগনা ৰানাৱতক চৰ শোধালে জোৱানে

নৱ নিৰ্বাচিত সাংসদ তথা জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতত ৰাজহুৱা স্থানত হঠাতে চৰ শোধালে এগৰাকী মহিলা জোৱানে। লগে লগে আটক কৰা হয় জোৱানগৰাকীক। চণ্ডীগড় বিমানবন্দৰত বিয়লি ৩:৪০ বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

কংগনাক চৰ মাৰি দিয়াৰ অভিযোগ চি আই এছ এফৰ জোৱান কুলৱিন্দৰ কৌৰৰ বিৰুদ্ধে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে চণ্ডীগড়ৰ পৰা দিল্লীলৈ উভতি আহি আহিছিল কংগনা। সেই সময়তে বিমান বন্দৰত এই ঘটনা।

জানিব পৰা মতে, কংগনাই কৃষকক লৈ দিয়া বক্তব্যক লৈ ক্ষুব্ধ মহিলা কনিষ্টবলগৰাকী। যাৰ বাবে আজি বিমান বন্দৰত কংগনাক দেখাৰ লগে লগে ওচৰ চাপি গৈ চৰ শোধাই দিয়ে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশৰ মাণ্ডী আসন বিজেপি প্ৰাৰ্থী বলীউডৰ কুইন কংগনা ৰানাৱটে দখল কৰিছে। কংগনাই জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

মাণ্ডী সংসদীয় সমষ্টিৰ পৰা ১০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সমগ্ৰ দেশৰ মাণ্ডী আসনৰ ওপৰত সকলোৰে দৃষ্টি আছিল। মূল প্ৰতিদ্বন্দ্বিতা আছিল কংগনা আৰু বিক্ৰমাদিত্য সিঙৰ মাজত। কংগনাই মুঠ ৫,৩৭,০২২টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: airportbollywood actressIndian Politicskangana ranautpoliticianSlap
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

September 12, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Next Post
গোপনে কৰক এই ৩ বিধ দান, ভাগ্য সুপ্ৰসন্ন হ’ব আপোনাৰ, পাছে  নকৰিব এই কাম, অন্যথা লাভৰ সলনি হ’ব ক্ষতি

গোপনে কৰক এই ৩ বিধ দান, ভাগ্য সুপ্ৰসন্ন হ'ব আপোনাৰ, পাছে  নকৰিব এই কাম, অন্যথা লাভৰ সলনি হ'ব ক্ষতি

হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা

হোৱাটছএপত ষ্টেটাছ লগাই ভাল পোৱা সকলৰ বাবে আহিছে এক বিশেষ বৈশিষ্ট্য, পূৰ্বতকৈ অধিক পাব মজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.