• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাফাৰ হৈ মাত মতা বলীউডে মোক কৰা আক্ৰমণত নিমাত হৈ আছে, সহকৰ্মীৰ প্ৰতি ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে? অপৰাধীৰ হাতত ধৰাৰ ফল ভুগিব বলীউডেঃ কংগনা ৰানাউট

ৰাফাৰ হৈ মাত মতা বলীউডে মোক কৰা আক্ৰমণত নিমাত হৈ আছে, সহকৰ্মীৰ প্ৰতি ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে? অপৰাধীৰ হাতত ধৰাৰ ফল ভুগিব বলীউডেঃ কংগনা ৰানাউট

2 years ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

32 minutes ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

1 hour ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

2 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

4 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

6 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

19 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ৰাফাৰ হৈ মাত মতা বলীউডে মোক কৰা আক্ৰমণত নিমাত হৈ আছে, সহকৰ্মীৰ প্ৰতি ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে? অপৰাধীৰ হাতত ধৰাৰ ফল ভুগিব বলীউডেঃ কংগনা ৰানাউট

ৰাফাৰ হৈ মাত মতা বলীউডে মোক কৰা আক্ৰমণত নিমাত হৈ আছে, সহকৰ্মীৰ প্ৰতি ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে? অপৰাধীৰ হাতত ধৰাৰ ফল ভুগিব বলীউডেঃ কংগনা ৰানাউট

editor by editor
June 8, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত, লেখা
0
ৰাফাৰ হৈ মাত মতা বলীউডে মোক কৰা আক্ৰমণত নিমাত হৈ আছে, সহকৰ্মীৰ প্ৰতি ইমান নিৰ্দয় কেনেকৈ হ’ব পাৰে? অপৰাধীৰ হাতত ধৰাৰ ফল ভুগিব বলীউডেঃ কংগনা ৰানাউট
0
SHARES
433
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চণ্ডীগড় বিমানবন্দৰত কংগনাই চৰ খোৱা ঘটনাক লৈ কিয় নিৰৱ হৈ আছে বলীউড? ইমান দিন একেলগে কাম কৰা এগৰাকী সহকৰ্মীক কোনোবাই শাৰীৰিকভাৱে অপদস্ত কৰাক লৈ কিয় কোনো ধৰণৰ বিবৃত্তি প্ৰকাশ কৰা নাই বলীউডৰ এজনো লোকে? কংগনাই অপেক্ষা কৰিও বলীউডৰ পৰা কোনো সহাঁৰি নাপায় ক্ষোভতে লিখিছে এটা ফেছবুক পোষ্ট৷

কংগনাই মনত দুখতে লিখিছে, ‘আপুনি যেতিয়া কাৰোবাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক উদযাপন কৰে তেন্তে নিজৰ বাবেও সেই দিন আহিব বুলি নিজকে প্ৰস্তুত ৰাখক৷ বালীলৈ যিপাত সূগ্ৰীবলৈকে একে পাত৷’ এই পোষ্ট শ্বেয়াৰ কৰাৰ কেইঘণ্টামান পাছত বিশেষ পোষ্টটো আকৌ উঠাইয়ো লয় কংগনাই৷

কংগনাক CISF ৰ মহিলা জোৱানে চৰ মৰাৰ ২৪ঘণ্টাৰ পাছতো এজনো বলীউড অভিনেতা থিয় নহ’ল কংগনাৰ পক্ষত৷ বৰং অভিযুক্তৰ পক্ষতহে থিয় হ’ল বলীউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী৷ মুকলিকৈ অভিযুক্ত কুলবিন্দৰ কৌৰৰ কাষত থিয় হ’ল বিশাল দাদলানি৷ প্ৰয়োজনত সেই জোৱানক চাকৰি দিয়াৰ ব্যৱস্থাও কৰিম বুলি মুকলিকৈ জনাইছে বিশাল দাদলানিয়ে৷

উল্লেখ্য যে কংগনাক চৰ মৰাৰ অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কুলবিন্দৰ কৌৰক৷ কুলবিন্দৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁৰ সমৰ্থনত পঞ্জাৱৰ কৃষকে ইনছাফ যাত্ৰা ওলিওৱাৰো হুংকাৰ দিছে৷ কৃষকৰ মত, ঘটনাৰ নিৰপেক্ষ আৰু পূৰ্ণাঙ্গ তদন্ত হওক৷ দেওবাৰে মোহালিত ইনছাফ যাত্ৰা কৰাৰো হুংকাৰ দিছে পঞ্জাৱৰ কৃষক নেতাসকলে৷

ইফালে চণ্ডীগড়ৰ ঘটনাক লৈ এটাৰ পাছত আনটো পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি গৈছে কংগনাই৷ কংগনাই শেহতীয়াকৈ দিয়া পোষ্টত লিখিছে, ‘সকলোৰে নজৰ ৰাফা গেঙৰ ফালেই৷ এই আক্ৰমণ আপোনাৰ লগতে আপোনাৰ সন্তানৰ সৈতে হ’লে আপুনি কি কৰিব? আপুনি যেতিয়া কাৰোবাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক উদযাপনৱ কৰে তেতিয়া সেই দিন নিজলৈকো আহে৷ নিজকে সাজু ৰাখক এনে ঘটনাৰ মুখামুখি আপোনালোকো হ’ব৷’

ৰাফাত ইজৰাইএ আক্ৰমণ কৰাক লৈ সামাজিক মাধ্যমত প্ৰতিবাদ কৰিছিল আলিয়া ভাট্ট, প্ৰিয়ংকা চোপ্ৰা, কৰিণা কাপুৰসহ বলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে৷ ৰাফাৰ বাসিন্দাসকলৰ প্ৰতি সহমৰ্মিতা জনাই সামাজিকমাধ্যমত ‘অল আইছ অন ৰাফা’ বুলি সামাজিক মাধ্যমত লিখিছিল৷ ৰাফাৰ মানুহৰ বাবে চিন্তা কৰা বলীউডে সহকৰ্মীয়ে চৰ খোৱা ঘটনাক লৈ কোনো মন্তব্য কৰাৰ প্ৰয়োজন আছে বুলি ভৱা নাই যাৰ বাবে ক্ষুদ্ধ হৈ পৰিছে কংগনা৷

ক্ষোভতে কংগনাই শ্বেয়াৰ কৰিছে আন এক পোষ্ট৷ সেই পোষ্টত কংগনাই লিখিছে, ‘আপোনালোকে মোৰ এই ঘটনাক উদযাপন কৰিছে৷ সম্পূৰ্ণ নীৰৱ ভুমিকা লৈ আছে৷ মনত ৰাখিব কাইলৈ আপুনি আপোনাৰ দেশৰ বা বিশ্বৰ কোনো স্থানত নিৰস্ত্ৰ বাবে যাত্ৰা কৰিছে তাতেই আপোনাক আপোনাৰ সন্তানৰ ওপৰত ইজৰাইলী, পেলেষ্টাইনীয়ে আপোনাৰ সন্তানৰ ওপৰত আক্ৰমণ চলাইছে৷ তাৰপিছত দেখিব আমিয়েই আপোনাৰ বাকস্বাধীনতাৰ বাবে যুঁজ দিছো৷’ আৱেগিক লৈ লিখা সকলোবোৰ পোষ্ট পুৱাৰ ভাগলৈ কংগনাই ডিলিট কৰাও পৰিলক্ষিত হৈছে৷

উল্লেখ কৰা প্ৰয়োজন যে CISF কুলবিন্দৰ কৃষক মজদুৰ সংঘৰ্ষ কমিটিৰ সাংগঠনিক সম্পাদক শেৰ সিঙৰ ভনীয়েক৷ কুলবিন্দৰৰ মাতৃ্ও কৃষক ৰাজনীতিৰ সৈতে জড়িত৷ তেওঁ সমৰ্থনত সেয়ে পথত নামিছে কৃষক৷ সন্মিনিত কিষাণ মৰ্চা, কিষাণ মজদুৰ মৰ্চাৰ তৰফৰ পৰা জনোৱা হৈছে যে কুলবিন্দৰৰ কাষত তেওঁলোক আছে৷ সন্মিলিত কিষাণ মৰ্চাৰ এজন নেতা জগজিৎ সিঙ ডাল্লেৱালে কয়, ‘আমি সঠিক তদন্তৰ দাবী জনাইছো৷ মহিলা কনিষ্টবলৰ সৈতে কোনো অবিচাৰ হ’ব নিদিও৷’
ঘটনাক লৈ বলীউডে মাত নামাতিলেও সদ্য ৰাজনীতিত প্ৰৱেশ কৰা কংগনাৰ হৈ মাত মাতিছে কেইবাগৰাকীও ৰাজনৈতিক নেতাই৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কয়, ‘কোনোৱে ভোট দিয়ে কোনোৱে চৰ…৷ কি হৈছে আমি নাজানো৷ কনিষ্টবলে যদি  সঁচা কথা কৈছে, তেওঁৰ মাতৃ যদি কৃষক আন্দোলনত জড়িত আছিল তেন্তে এগৰাকী মাকক অপমান কৰাৰ ক্ষোভ মনত পুঁহি ৰখাটো স্বাভাৱিক৷ কৃষক আন্দোলনৰ সৈতে যি সকল যুক্ত হৈ আছিল তেওঁলোক ভাৰতীয়৷ যদি ভাৰত মাতৃক কোনোৱে অপমান কৰে তাত কোনোবা ক্ষুদ্ধ হৈ চৰ মৰাটো একো বেয়া কথাও নহয়৷ এই বিষয়টোক লৈ ভালধৰণে বিবেচনা কৰাৰ প্ৰয়োজন আছে৷’ কংগনাই চৰ খোৱা ঘটনাক সমালোচনা কৰিছে কংগনাই পৰাস্ত কৰোৱা কংগ্ৰেছী নেতা বিক্ৰমাদিত্যইয়ো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
Next Post
আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ

আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ

ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.