• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

2 years ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

7 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

27 minutes ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

1 hour ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

2 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

3 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

4 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

5 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

6 hours ago
ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

ইব’লা ভাইৰাছৰ ভেকচিন উপলব্ধ, কিন্তু কিয় ই হৈ পৰিছে মাৰাত্মক?

7 hours ago
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

editor by editor
June 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?
0
SHARES
473
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে৷ দেশৰ বিভিন্ন প্ৰান্তত কেতিয়াবা যদি খোজ কাঢ়ি যাত্ৰা কৰিছিল কেতিয়াবা আকৌ বাছেৰে যাত্ৰা কৰিছিল৷ অশান্ত জৰ্জৰ মণিপুৰত শাসক দলৰ নেতাই যাবলৈ সাহস নকৰিলেও ৰাহুল গান্ধীয়ে সেই মণিপুৰৰ পৰাই আৰম্ভ কৰিছিল ন্যায় যাত্ৰা৷ নিৰ্বাচনী ফলাফল প্ৰকাশিত হোৱাৰ পাছতেই এইবাৰ নতুন যাত্ৰাৰ কথা ঘোষণা কৰিছে কংগ্ৰেছ দলে৷

উত্তৰপ্ৰদেশত ধন্যবাদ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে৷ ৰাহুলৰ সৈতে থাকিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব৷ উত্তৰপ্ৰদেশৰ নিৰ্বাচনী ফলাফল দেখিয়েই এই সিদ্ধান্ত লৈছে কংগ্ৰেছ দলে৷ আগন্তুক ১১ ৰ পৰা ১৫জুন পৰ্যন্ত উত্তৰপ্ৰদেশত, ‘ধন্যবাদ যাত্ৰা’ৰ আয়োজন কৰিছে কংগ্ৰেছ দলে৷দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰিও কৰ্মী আৰু সমৰ্থকেও এই কাৰ্যসূচীত ভাগ ল’ব৷ উত্তৰপ্ৰদেশত মুঠ ৪০৩ খন বিধানসভা আসন আছে৷ প্ৰতিখন বিধানসভা সমষ্টিতেই এই যাত্ৰা চলাব ৰাহুলে৷

কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা অনুসৰি এই যাত্ৰাৰ মূল উদ্দেশ্য হৈছে উত্তৰপ্ৰদেশৰ জনতাক ধন্যবাদ জনোৱা৷ কংগ্ৰেছে জনোৱা অনুসৰি উত্তৰপ্ৰদেশৰ বিভিন্ন প্ৰান্তত ১১ জুনৰ পৰা ১৫ জুন পৰ্যন্ত এই যাত্ৰা চলিব৷ এই যাত্ৰা কালত উত্তৰপ্ৰদেশৰ বাসিন্দাৰ হাতত তুলি দিয়া হ’ব ভাৰতৰ সংবিধানৰ একোখন প্ৰতিলিপি৷ এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিক ধাক্কা দিছে উত্তৰপ্ৰদেশে৷ যি স্থানত ৰামমন্দিৰ নিৰ্মাণ কৰা হৈছে সেই স্থানতেই বিজেপিক বেয়া পাইছে জনতাই৷ উত্তৰ প্ৰদেশৰ ৮৮আসনৰ মাজত মাত্ৰ ৩৩খন আসনহে লাভ কৰিছে বিজেপি দলে৷ কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী জোট ইণ্ডিয়াই পাইছে ৪৩খন আসন৷ তাৰমাজতেই কংগ্ৰেছৰ ৬খন আসন আৰু সমাজবাদী পাৰ্টীয়ে পাইছে ৩৭খন আসন৷

উত্তৰপ্ৰদেশত ২০১৯ চনৰ পৰা ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলত আকাশপাতাল পাৰ্থক্যও আছে৷ বিগত নিৰ্বাচনত সেই ৰাজ্যত ৬২খন আসন বিজেপিয়ে অকলেই লাভ কৰিছিল৷ সেইবাৰ সমাজবাদী পাৰ্টীয়ে লাভ কৰিছিল ৫খন আসন আৰু কংগ্ৰেছে লাভ কৰিছিল এখন আসন৷ এইবাৰ অংক সলনি হৈছে৷ বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয়লাভ কৰিলেও ব্যৱধান কমিছে৷ মাত্ৰ ডেৰ লাখ ভোটৰ ব্যৱধানত জয়ী হৈছে নৰেন্দ্ৰ মোদী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?
জীৱনশৈলী

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
Next Post
অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.