• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

2 years ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

17 minutes ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

5 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?

editor by editor
June 8, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
লিখি ৰাখক, ম্যাদ শেষ কৰিব নোৱাৰিব মোদীয়ে! কোনে কৰিলে এই বিস্ফোৰক মন্তব্য?
0
SHARES
916
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ৰ লোকসভা নিৰ্বাচনত মোদীৰ জোঁট NDA সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও কৰোবাত যেন মন সেমেকা মোদীৰ৷ NDA মেজিক নম্বৰ ২৭২ পাৰ কৰিলেও ২০১৯ চনৰ সমান পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে এইবাৰৰ নিৰ্বাচনত৷ বিজেপিয়ে আশা কৰাধৰণে লাভ নকৰিলে একক সংখ্যাগৰিষ্ঠতা৷ নীতিশ-নাইডুক ভৰসা কৰিলেই চৰকাৰ গঠনৰ কুচকাৱাছ চলাইছে বিজেপি দলে৷ আগন্তুক ৫টা বছৰ এইকেইজন নেতাৰ ওপৰত ভৰসা কৰিয়েই আগুৱাই যাব লাগিব নৰেন্দ্ৰ মোদীও৷ এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে ২৪০খন আসন৷ যি মেজিক ফিগাৰৰ পৰা বহু দূৰৈত৷

NDA চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে দুজনকৈ বিৰোধী নেতাই কৰা মন্তব্যই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি৷ দুগৰাকীকৈ কংগ্ৰেছী নেতাই দাবী কৰিছে যে, ম্যাদ শেষ হোৱাৰ পূৰ্বেই এই চৰকাৰ ভাঙি যাব৷ চৰকাৰ গঢ়িব বিৰোধী দলে৷ শনিবাৰে কংগ্ৰেছ কমিটিৰ ৱাৰ্কিং বৈঠকৰ পাছতেই এই মন্তব্য কৰিছে দুগৰাকী জনপ্ৰিয় কংগ্ৰেছ নেতাই৷ যোৰহাটৰ পৰা বিপুল ভোটত নিৰ্বাচনত জয়ী হোৱা কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয়, ‘পাঁচ বছৰ প্ৰধানমন্ত্ৰীৰ গাদীত মোদী থাকিব নোৱাৰিব৷’ অন্যহাতে ছত্তিছগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয়, ‘NDA চৰকাৰ অত্যন্ত দৌদুল্যমান৷ অতি শীঘ্ৰেই এই চৰকাৰৰ পতন হ’ব৷’ ৰাজনন্দগাওঁৰ পৰা এইবাৰ কংগ্ৰেছৰ হৈ যুঁজত নামিছিল ভূপেশ বাঘেল৷ কিন্তু বিজয় সাব্যস্ত কৰিব নোৱাৰিলে বাঘেলে৷ কংগ্ৰেছৰ ৱাৰ্কিং কমিটিত যোগদানৰ পূৰ্বে বাঘেলৰ মন্তব্য, ‘কল আৰু বগৰীৰ কাহানিও মিল নহয়৷ এই চৰকাৰৰ পতন অনিবাৰ্য৷’

অন্যহাতে গৌৰৱ গগৈয়ে বিষয়টোক লৈ কয়,‘প্ৰাপ্ত ভোটৰ নিৰিখত ৰায়বৰেলীত ৰাহুল গান্ধীৰ জয়ৰ ব্যৱধান বাৰাণসীত মোদীৰ প্ৰাপ্ত ভোটৰ ব্যৱধানৰ তুলনাত বহু বেছি৷ মোৰ মনে কয় পাঁচ বছৰ প্ৰধানমন্ত্ৰীৰ আসনত থাকিব নোৱাৰিব নৰেন্দ্ৰ মোদী৷’ গেৰুৱা শিবিৰক চাপ দিবৰ বাবেই কংগ্ৰেছী নেতৃত্বই এনে ধৰণৰ মন্তব্য কৰি আহিছে বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে মন্তব্যও কৰিছে৷ গৌৰৱ, ভূপেশ বাঘেলৰ ওপৰিও কংগ্ৰেছৰ সাংসদ মানিকাম ঠাকুৰে কয়, ‘ক্ৰমশ প্ৰকাশ্য নীতিতেই জোৰ দিছে৷ মোদী ৩.০ চৰকাৰৰ প্ৰতিটো কামত নজৰ ৰাখিব ইণ্ডিয়া জোঁটে৷

লোকসভাত বিৰোধী দলনেতাৰ আসনত দেখা যাব ৰাহুল গান্ধীক৷ এই সন্দৰ্ভত কংগ্ৰেছৰ বৰ্ষীয়ান নেতা বিৰাপ্পা মইলীয়ে স্পষ্টভাৱে কয়, ‘অৱশ্যেই৷ মানুহে ৰাহুল গান্ধীক বিৰোধী নেতা হিচাপে চাবলৈ দেখে ৰৈ আছে৷ কংগ্ৰেছ আৰু ইণ্ডিয়া জোঁটেও ৰাহুলকেই বিচাৰিছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

মুকলিকৈ প্ৰেম কৰা, সন্তান জন্ম দিয়া, আমাৰ পূৰ্ণ সমৰ্থন আছে! চৰকাৰে মুকলি কৰিলে চৰকাৰী ডেটিং এপ

হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.