• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

2 years ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

43 minutes ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

60 minutes ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

1 hour ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

2 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

4 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

5 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

5 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

7 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

8 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

16 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’

editor by editor
June 8, 2024
in অসম, ভাৰত, ৰাজনীতি
0
হাৰ মনা ভকত নহয় মৃণাল শইকীয়া! এইবাৰ এক্সৰ বায়তো লিখিলে, ‘ফ্ৰম আপাৰ আছাম’
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা মন্তব্যই বিপদ মাতিছে বিধায়ক মৃণাল শইকীয়ালৈ৷ ভাৰতীয় জনতা পাৰ্টীৰ মজিয়াত কৰোবাত যেন এলাগী হৈছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া৷ বিলাসীপাৰাত মৃণাল শইকীয়া বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া মৰিয়াকে ধৰি কেইবাটাও সংগঠনে৷

বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু, নাথ যোগী ছাত্ৰ সন্থা, গৰিয়া মৰিয়াকে ধৰি কেইবাটাও দল সংগঠনে এজাহাৰ দাখিল কৰিছে৷ আনহাতে শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদকেও দাখিল কৰিছে এজাহাৰ। অসম বিভাজনমূলক মন্তব্যৰ বাবে এজাহাৰ দাখিল কৰিছে মৃণাল শইকীয়াৰ বিৰুদ্ধে।

বিধায়ক মৃণাল শইকীয়াই কৈছিল সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যত কৈছিল, ‘আমি উজনি অসমৰ মানুহ স্বাভিমানী। আমি নামনিৰ মানুহ নহয়। আমাৰ ইয়াত তেল আছে, চাহপাত আছে, কয়লা আছে, আমিয়েইতো নামনিক চলাই আছো। আমি ইমান Pride থকা জাতি এটাক মাহেকত ১২৫০টা দিছে, আমাক ভোটে দিয়া কৈছে৷ এয়া আমাৰ Prideক আঘাত কৰা হ’ল।’

মৃণাল শইকীয়া ওপৰত দিয়া এজাহাৰৰ খবৰ ভাইৰেল হৈ পৰাৰ পাছতেই বিধায়কগৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ বায় সলনি কৰিছে৷ পূৰ্বে কেৱল মৃণাল শইকীয়া বুলি থকা একাউণ্ট পৰিচয়ত এতিয়া মৃণাল শইকীয়াই সংযোগ কৰিছে From Upper Assam.

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

১৬ ফুট দীঘল অজগৰৰ খাদ্য হ'ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.