• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেৰুৱাবলৈ কংগনাই ভয় নকৰে! কিমান টকা লৈ মুম্বাইত ভৰি থৈছিল কংগনাই…

হেৰুৱাবলৈ কংগনাই ভয় নকৰে! কিমান টকা লৈ মুম্বাইত ভৰি থৈছিল কংগনাই…

3 years ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

25 minutes ago
আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

আজিৰে পৰা ৪ ৰাশিৰ আৰম্ভ ভাল দিন, জানক দৈনিক ৰাশিফল

1 hour ago
কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ

12 hours ago
হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

হাতলৈ আহিব ধন, আজিৰে পৰা মালামাল হ’ব ৪ ৰাশিৰ লোক!

13 hours ago
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

14 hours ago
8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

8th Pay Commission ৰ ডাঙৰ আপডেট, ৩ ৰ সলনি ৫ জনীয়া পৰিয়ালৰ ফৰ্মূলা!

15 hours ago
EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

15 hours ago
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

16 hours ago
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

17 hours ago
পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

পেট খুচি ধৰা আৰু বিষ… ভুলতো আওকাণ নকৰিব এনে লক্ষণ!

18 hours ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

18 hours ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হেৰুৱাবলৈ কংগনাই ভয় নকৰে! কিমান টকা লৈ মুম্বাইত ভৰি থৈছিল কংগনাই…

editor by editor
January 27, 2023
in চিনেমা, বিনোদন, ভাৰত
0
হেৰুৱাবলৈ কংগনাই ভয় নকৰে! কিমান টকা লৈ মুম্বাইত ভৰি থৈছিল কংগনাই…
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তেওঁ কৰ্মঠ মানুহ। এগৰাকী স্পষ্টবাদী নাৰী। অভিনেত্ৰীৰ লগতে এইকেইটা পৰিচয়ো সংপৃক্ত হৈ আছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ সৈতে। প্ৰত্যেক সময়তে কিবা নহয় কিবা এটা বিতৰ্কই খেদিয়েই ফুৰে কংগনাক।

বিগত কেইবাদিন বলীউডত বিশেষভাৱে চৰ্চা হৈ আছে পাঠানৰ কথাই। পাঠানক লৈ পোনতে দাঙি ধৰা প্ৰতিক্ৰিয়াত বিৰক্তিহে প্ৰকাশ কৰিছিল অভিনেত্ৰী কংগনাই। কিন্তু ছবিখন মুক্তিৰ পাছতেই ছবিখন উপভোগ কৰি শেহতীয়াভাৱে কৰা মন্তব্যত ছবিখন ভাল হোৱা বুলি প্ৰকাশ কৰিছে কংগনাই। কংগনাইয়ো দীৰ্ঘ বিৰতিৰ অন্তত দেশবাসীক উপহাৰ দিব এখন বিশেষ ছবি। ইতিমধ্যে কংগনাৰ আহিবলগা ছবিখনৰ শ্বুটিঙৰ কাম সমাপ্ত হৈছে। ‘ইমাৰ্জেন্সি’ ছবিৰ শ্বুটিঙৰ বাবে অসমলৈকো আহিছিল কংগনা।

ছবিখনৰ শ্বুটিঙ শেষ হোৱাৰ পাছতেই নিজা অভিজ্ঞতা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে অভিনেত্ৰী কংগনাই। এই ছবিখনৰ বিষয়ে প্ৰকাশ কৰিবলৈ গৈ কংগনাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে, ‘ছবিৰ শ্বুটিঙত থাকোতে ডেংগুতো আক্ৰান্ত হৈছিলো। প্ৰতি মুহূৰ্ততেই মই চেলেঞ্জ লৈয়েই ভালপাও। ছবিখনৰ বাবেই মই মোৰ মুম্বাইত থকা সম্পত্তিও বন্ধকত দিছো। মোৰ সংগ্ৰাম আজিৰ নহয়। বলীউডত খোজ দিয়াৰে পৰা সংগ্ৰামেই কৰি আছো। মুম্বাইত যেতিয়া ভৰি থৈছিলো তেতিয়া মোৰ হাতত আছিল মাত্ৰ ৫০০ টকা। সেয়ে হেৰুৱাবলৈ মোৰ ভয় নাই। শূন্যত আৰম্ভ কৰা জীৱন হেৰুৱালে আকৌ গঢ়ি লম।’

২০২১ত ইমাৰ্জেন্সি ছবিৰ কথা ঘোষণা কৰিছিল কংগনাই। ছবিখনত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে কংগনাই। ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অনুপম খেৰ, শ্ৰেয়ছ তলপড়, মহিমা চৌধুৰী, মিলিন্দ চুমনে। চলিত বৰ্ষতেই মুক্তিলাভ কৰিব কংগনাৰ ছবিয়েও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন
ভাৰত

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

April 19, 2026
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা
বিনোদন

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

April 18, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
Next Post
৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত...

প্ৰধান শিক্ষকৰ খিচিৰি কেলেংকাৰী! ৰাইজৰ ৰোষত প্ৰধান শিক্ষক অনিল দাস…

প্ৰধান শিক্ষকৰ খিচিৰি কেলেংকাৰী! ৰাইজৰ ৰোষত প্ৰধান শিক্ষক অনিল দাস...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.