• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

4 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

22 minutes ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

39 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

1 hour ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

2 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

2 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

3 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

5 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

6 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…

editor by editor
January 27, 2023
in জীৱনশৈলী, ভাৰত
0
৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত বোৱাৰীয়েক! অৱশেষত বিবাহৰ সিদ্ধান্ত…
1
SHARES
66.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঘটনাটো গোৰখপুৰৰ। গোৰখপুৰ আৰক্ষীয়ে গোচৰ দেখা মাত্ৰকেই মূৰত হাত দিয়া অৱস্থা। গোৰখপুৰৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে চুবুৰীয়া। ৭০ বছৰীয়া বৃদ্ধই ২৮ বছৰীয়া পূত্ৰবধুৰ সৈতে এটা মন্দিৰত গোপনে বিয়া কৰাই। বৰহলগঞ্জ কোতৱালী অঞ্চলৰ ছাপিয়া উমৰাও গাঁৱৰ বাসিন্দা ৭০ বছৰীয়া কৈলাশ যাদৱৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ বিমোৰত আৰক্ষীও।

৭০ বছৰীয়া শহুৰেকৰ প্ৰেমত কেনেকৈ পৰিল বোৱাৰীয়েক?

কৈলাশ যাদৱে তেওঁৰ পুত্ৰবধু পূজাক মন্দিৰত বিয়া কৰোৱাৰ পাছতেই পোহৰলৈ সকলো ঘটনা। বিবাহৰ পাছতেই পৰিয়ালে গোচৰ তৰাৰ পাছতেই পূজাই কয় যে তেওঁ নিজ ইচ্ছাৰেই শহুৰেকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বৰ্তমান দুয়োৰে এখন সুখৰ সংসাৰ। কৈলাশ যাদৱ বৰহলগঞ্জ আৰক্ষী থানাৰ এজন চকীদাৰ। তেওঁৰ পত্নীৰ ১২ বছৰ পূৰ্বে মৃত্যু হৈছিল। কৈলাশৰ চাৰিটা সন্তানৰ তৃতীয়টো সন্তানৰ পত্নী আছিল পূজা। পূজাৰ স্বামী অৰ্থাৎ কৈলাশৰ তৃতীয় পূত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে। ইয়াৰ পিছত, পূজাক অন্য এজন যুৱকলৈ বিয়াও দিয়া হৈছিল। কিন্তু বোৱাৰীয়েকে নতুন পৰিয়ালটোক ভাল নাপালে। বোৱাৰীয়েক পূজাই সেয় নতুন ঘৰ এৰি কৈলাশৰ সৈতে সংসাৰ আৰম্ভ কৰে।

সামাজিক বাধা আঁতৰাই একেলগে থকাৰ সিদ্ধান্ত

বয়সৰ লগতে সামাজিক বাধা আঁতৰাই তেওঁলোক দুয়োজনে ইজনে সিজনৰ সৈতে থাকিবলৈ সিদ্ধান্ত লৈছে। এই বিবাহ সমগ্ৰ অঞ্চলটোত আলোচনাৰ বিষয় হৈ পৰিছে। সামাজিক মাধ্যমতো দুয়োৰে বিবাহৰ ছবি ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক
জীৱনশৈলী

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

August 21, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

August 21, 2026
Next Post
প্ৰধান শিক্ষকৰ খিচিৰি কেলেংকাৰী! ৰাইজৰ ৰোষত প্ৰধান শিক্ষক অনিল দাস…

প্ৰধান শিক্ষকৰ খিচিৰি কেলেংকাৰী! ৰাইজৰ ৰোষত প্ৰধান শিক্ষক অনিল দাস...

মোদী নে ৰাহুল, লোকসভা নিৰ্বাচনত কোন আগুৱাই থাকিব? সমীক্ষাত প্ৰকাশ হোৱা তথ্যক লৈ দেশজুৰি চৰ্চা…

মোদী নে ৰাহুল, লোকসভা নিৰ্বাচনত কোন আগুৱাই থাকিব? সমীক্ষাত প্ৰকাশ হোৱা তথ্যক লৈ দেশজুৰি চৰ্চা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.