• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী

কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী

2 years ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

18 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী

কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী

editor by editor
June 7, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
কিয় পূৰ্ণহতীয়া চৰ খালে কংগনা ৰানাওটে? সাংসদ হৈ শপত ল’বলৈ নৌপাওতেই চৰ্চাত কংগনাৰ ২০২০চনৰ এক কাহিনী
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাণ্ডি লোকসভা কেন্দ্ৰৰ পৰা সদ্য সাংসদ হৈছে কংগনা ৰানাওট৷ সাংসদ নিৰ্বাচিত হৈ শপত ল’বলৈ নৌপাওঁতেই চৰ খাই সংবাদ শিৰোনামত অভিনেত্ৰী কংগনা৷ বৃহস্পতিবাৰে তেওঁক চৰ মৰাৰ অভিযোগ উঠিছে এগৰাকী মহিলা CISF জোৱানৰ বিৰুদ্ধে৷ চণ্ডীগড় বিমানবন্দৰত এই ঘটনা৷ চণ্ডীগড়ৰ এই ঘটনা এতিয়া সংবাদ শিৰোনামত৷ চণ্ডীগড় বিমান বন্দৰৰ সেই ঘটনা এতিয়া মোবাইলে মোবাইলে ভাইৰেল৷

দিল্লী যাবৰ বাবে চণ্ডীগড় বিমানবন্দৰৰ পৰা ভিস্তাৰা বিমান ধৰিবলৈ সেই বিমান বন্দৰত উপস্থিত হৈছিল কংগনা৷ ছিকিউৰিটি ছেকিঙৰ সময়ত তেওঁক এটা পূৰ্ণহতীয়া চৰ দিয়ে CISF জোৱান কুলবিন্দৰ কৌৰে৷ পৰবৰ্তীসময়ত নিজেই এই কামক লৈ ছাফাইয়ো দিয়ে কুলবিন্দৰ কৌৰে৷ উপস্থিত প্ৰত্যক্ষদৰ্শীৰ উদ্দেশ্যে কুলবিন্দৰ কৌৰে কয়, ‘২০২০চনত কংগনা ৰানাউটে এটা বিবৃতি দিছিল৷ সামাজিক মাধ্যমত সেই বিবৃত্তি ময়ো পঢ়িছিলো৷ দিল্লীত কৃষকে তেতিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল৷ তেতিয়াই কংগনাই কৃষকক অসন্মান কৰি দিছিল বিশেষ পোষ্ট৷ ১০০-২০০ টকাৰ বাবে কৃষকে এই আন্দোলনত ছামিল হৈছিল বুলি মন্তব্য কৰিছিল৷ সেই সময়ত মোৰ মায়েও কৃষক আন্দোলনত ভাগ লৈ ধৰ্ণা দি আছিল৷’

কংগনাক চৰ মৰাৰ অভিযোগত CISFৰ সেই জোৱানৰ বিৰুদ্ধে ইতিমধ্যেই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে মাণ্ডীৰ সাংসদ কংগনাই৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে CISFজোৱান গৰাকীক৷ CISFৰ পৰাও ছাছপেন কৰা হৈছে কুলবিন্দৰ কৌৰক৷

কিহক লৈ ইমান ক্ষোভ CISF কুলবিন্দৰ?

ঘটনাৰ সূত্ৰপাত ২০২০ চনত৷ তিনিখন কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল দেশৰ কৃষক৷ কৃষকে পদযাত্ৰা কৰি দিল্লীৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ সেই সময়তেই কংগনা ৰানাওটে এটা বিশেষ পোষ্ট ফেছবুকত শ্বেয়াৰ কৰিছিল৷ এগৰাকী বৃদ্ধা মহিলাক বিলকিছ বানু বুলি চিহ্নিত কৰি তেওঁ লিখিছিল, ‘শ্বাহিন বাগৰ পৰিচিত মুখ এওঁ বিলকিছ বানু৷ এওঁলোকক ১০০টকাতেই পোৱা যায়৷’ কংগনাৰ এই পোষ্টক তেতিয়া বহুতেই সমালোচনাও কৰিছিল৷ বিতৰ্কৰ শেষত সেই বিশেষ পোষ্টটোৰেই পোটক তুলিলে এইগৰাকী কৃষক কন্য কুলবিন্দৰ কৌৰে৷ অৱশ্যে বৰ্তমান কংগনা ৰানাউটৰ একাউণ্টত সেই পোষ্টটো নাই৷ সেই সময়ত কোনোৱে মাৰি থোৱা এখন স্ক্ৰিণশ্বটহে ভাইৰেল হৈছে৷ সেই পোষ্টৰ বাবেই পাঞ্জাৱী গায়ক দিলজিৎ দোছাঞ্জ আৰু কংগনাৰ মাজত তৰ্কাতৰ্কিও হৈছিল৷ পোষ্ট ডিলিট কৰিবলৈ একাধিক আইনী চিঠিও পাইছিল কংগনাই৷ কৃষকক অপমান কৰাৰ বাবে ক্ষমা খোজাৰো দাবী তোলা হৈছিল কংগনাৰ বিৰুদ্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?

সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?

শনি যোগত কাইলৈ ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ! জানি থওক শনিৰ কৃপা কাৰ কাৰ ওপৰত থাকিব?

শনি যোগত কাইলৈ ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ! জানি থওক শনিৰ কৃপা কাৰ কাৰ ওপৰত থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.