• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?

সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?

2 years ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

13 minutes ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

1 hour ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

1 hour ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

2 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

3 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

4 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

18 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

18 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?

সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?

editor by editor
June 7, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
সাংসদ মানে ক্ষমতাই নহয়, টকাও আহিব নভৱা অংকত! এজন সাংসদৰ হাতলৈ মাহত কিমান ধন আহে?
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাংসদে প্ৰতিমাহে লাভ কৰিব ১ লাখ টকা দৰমহা
লাভ কৰিব প্ৰতিমাহে ৭০,০০০ টকা সমষ্টি ভাট্টা
কাৰ্যালয়ৰ খৰচৰ বাবেও প্ৰতিমাহে ৬০,০০০ টকা লাভ কৰিব সাংসদে
অন্তৰ্ভুক্ত থাকিব ষ্টেচনেৰী, টেলিফোন বিল, কৰ্মচাৰীৰ দৰমহা
সংসদৰ অধিৱেশন আৰু সমিতিৰ বৈঠকৰ সময়ত দিল্লীত থকা খৰচ লাভ কৰিব সাংসদে
প্ৰতিদিনে ২০০০ টকাকৈ লাভ কৰিব ভাট্টা
ভ্ৰমণৰ বাবেও সাংসদসকলে লাভ কৰে ভ্ৰমণ ভাট্টা
লাভ কৰিব নিজৰ আৰু পৰিয়ালৰ বাবে বছৰি ৩৪টা বিনামূলীয়া ঘৰুৱা বিমান যাত্ৰাৰ টিকট
লাভ কৰিব প্ৰথম শ্ৰেণীৰ বিনামূলীয়া ৰে’ল যাত্ৰাৰ সুবিধা
নিজৰ সমষ্টিত ভ্ৰমণৰ বাবেও লাভ কৰিব ভ্ৰমণ ভাট্টা
থাকিব দিল্লীত বিনামূলীয়া চৰকাৰী আবাসৰ সুবিধা
চৰকাৰী আবাস ব্যৱহাৰ নকৰিলে প্ৰতিমাহে লাভ কৰিব ২ লাখ টকাৰ গৃহ ভাট্টা
সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসা বিনামূলীয়া
ইয়াৰোপৰি আছে পেঞ্চনৰো সুবিধা
এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰাৰ পিছত লাভ কৰিব প্ৰতিমাহে ২৫ হাজাৰ টকাৰ পেঞ্চন
প্ৰতিটো অতিৰিক্ত বছৰৰ বাবে মাহে ২ হাজাৰ টকাকৈ বৃদ্ধি
সাংসদসকলৰ ফোন আৰু ইণ্টাৰনেট সেৱাও বিনামূলীয়া
লাভ কৰিব বছৰি ডেৰ লাখ বিনামূলীয়া টেলিফোন কল
বাসগৃহ আৰু কাৰ্যালয়ত বিনামূলীয়াকৈ দ্ৰুতবেগী ইন্টাৰনেট সংযোগ লাভ
সাংসদসকলে বছৰি ৫০ হাজাৰ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ
৪ হাজাৰ কিলোলিটাৰ পৰ্যন্ত বিনামূলীয়া পানীও প্ৰদান
সাংসদসকলৰ কাম হৈছে জনতাৰ হৈ সদনত মাত মতা
আইন প্ৰণয়ণ কৰা, চৰকাৰৰ কাম-কাজৰ ওপৰত নজৰ ৰখা
চৰকাৰক পৰামৰ্শ দিয়া
সাংসদসকলৰ থাকে আইন প্ৰণয়ণৰ সপক্ষে বা বিপক্ষে ভোট দিয়াৰ অধিকাৰ
সদনৰ বিতৰ্কত অংশ ল’ব পাৰে
চৰকাৰী বিষয়াক জবাবদিহি কৰিব পাৰে
সাংসদসকলে লাভ কৰে বিশেষাধিকাৰ
অধ্যক্ষৰ বিনা অনুমতিত সদনৰ ভিতৰত কোনো আইনী চমন দিব নোৱাৰিব
অধ্যক্ষৰ বিনা অনুমতিত সদনৰ ভিতৰত গ্ৰেপ্তাৰো কৰিব নোৱাৰিব
সাংসদক গ্ৰেপ্তাৰৰ বাবে লোকসভা অথবা ৰাজ্যসভাৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ কাৰণ জনাব লাগিব

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
Next Post
শনি যোগত কাইলৈ ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ! জানি থওক শনিৰ কৃপা কাৰ কাৰ ওপৰত থাকিব?

শনি যোগত কাইলৈ ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ! জানি থওক শনিৰ কৃপা কাৰ কাৰ ওপৰত থাকিব?

৫ দিনত ৮৭০ কোটিৰ মালিক হ’ল কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ পৰিয়াল

৫ দিনত ৮৭০ কোটিৰ মালিক হ’ল কিং মেকাৰ চন্দ্ৰবাবু নাইডুৰ পৰিয়াল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.