• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমৰান যোৱাৰ পিছতে…পাকিস্তানত বিপদত চীনৰ নাগৰিক

4 years ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

10 minutes ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

36 minutes ago
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

50 minutes ago
পৰস্পৰৰ পৰা ৬০ ডিগ্ৰী কোণত আহিছে সূৰ্য-শনি, লাভ দৃষ্টি যোগত আহিছে আচ্ছে দিন, এই ৫ৰাশিৰ লাভেই লাভ

1 hour ago
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

2 hours ago
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?

3 hours ago
ৰজাৰ দৰে জীৱন, আছে ৰাজপ্ৰাসাদো, ১০০ কোটিৰ FD, প্ৰতিদিনে সুদেই আহে ২লাখ, জানক থালাপতি বিজয়ৰ পাহাৰসম সম্পত্তিৰ তালিকাত কি কি আছে?

বিধায়ক হ’ল আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃ ৰত্না দেৱনাথ, নতুন চৰকাৰ আহিলে কিয় জে’লত যাব পাৰে মমতা আৰু অভিষেক বেনাৰ্জী? আৰ জি কৰৰ নিৰ্যাতিতাৰ মাতৃয়ে দিছে হুংকাৰ

4 hours ago
সমগ্ৰ দেশত দুদিনীয়াকৈ বেংক ধৰ্মঘট!  কি কি সেৱাত পৰিব প্ৰভাৱ?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

5 hours ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইমৰান যোৱাৰ পিছতে…পাকিস্তানত বিপদত চীনৰ নাগৰিক

editor by editor
April 28, 2022
in বিশ্ব, ৰাজনীতি
0
ইমৰান যোৱাৰ পিছতে…পাকিস্তানত বিপদত চীনৰ নাগৰিক
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে এক আত্মঘাতী আক্ৰমণ সংঘটিত হৈছিল পাকিস্তানত৷ কৰাচী বিশ্ববিদ্যালয়ত হোৱা এই আক্ৰমণত ৩ জন চীনা নাগৰিকসহ ৪ জন লোকৰ মৃত্যু হৈছিল৷ ইয়াৰ ভিতৰত এজন চীনৰ সন্মানীয় শিক্ষাবিদো আছিল৷ আত্মঘাতী আক্ৰমণৰ পাছত কাউণ্টাৰ টেৰ’ৰিজম ডিপাৰ্টমেণ্ট আৰু চোৰাংচোৱাই ইয়াৰ আঁৰত বালুচিস্তান লিবাৰেচন আৰ্মীৰ হাত থকাৰ প্ৰমাণ পাইছে৷

আত্মঘাতী লোকজন মহিলা আছিল

CTD অৰ্থাৎ কাউণ্টাৰ টেৰ’ৰিজম ডিপাৰ্টমেণ্টৰ উদ্ধৃতিৰে আত্মঘাতী লোকজন মহিলা আছিল বুলি পাকিস্তানৰ ‘ডন’ত সংবাদ পৰিবেশন কৰা হৈছে৷ মহিলাগৰাকী বিবাহিতা আছিল৷ দুটি সন্তানো আছিল৷

আত্মঘাতী মহিলাগৰাকীৰ পতিৰ নাই সন্ধান

বিস্ফোৰণৰ এসপ্তাহ পূৰ্বে ঘৰৰ পৰা ওলাই আহিছিল পতি-পত্নী৷ তেতিয়াৰে পৰা মহিলাগৰাকীৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই পাকিস্তান প্ৰশাসনে৷ কৰাচী বিশ্ববিদ্যালয়ত মহিলাগৰাকীয়ে যে অধ্যয়ন কৰা নাছিল সেইকথাও ধৰা পৰিছে৷ বালুচিস্তানত শিক্ষা শেষ কৰি এখন চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰীৰূপে নিযুক্তি পাইছিল মঙলবাৰে কৰাচী বিশ্ববিদ্যালয়ত আত্মঘাতী বিস্ফোৰণ ঘটোৱা মহিলাগৰাকী৷

আঁৰত বিদেশী শক্তি!

চীন আৰু পাকিস্তানৰ মাজত সম্পৰ্ক বেয়া কৰিবলৈ বালুচিস্তান আৰ্মীক ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে পাকিস্তানে৷ কৰাচী বিশ্ববিদ্যালয়ত চীনা নাগৰিকক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণ কৰা বালুচিস্তান আৰ্মী চীন বিৰোধী বুলি সততে জনজাত৷ কিয়নো চীন আৰু পাকিস্তানৰ মাজত হোৱা চুক্তিৰ বেছিভাগ প্ৰকল্পৰে কাম চলি আছে বালুচিস্তানত৷ সাধাৰণ বালুচি লোকে এই প্ৰকল্পসমূহক পাকিস্তান আৰু চীনৰ আগ্ৰাসী মনোভাৱ বুলি অভিযোগ কৰি আহিছে৷ দীৰ্ঘদিন ধৰি এখন স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি পাবলৈ সংগ্ৰাম কৰি আহিছে বালুচিস্তানৰ লোকসকলে৷ বালুচ আৰ্মীয়ে বিভিন্ন সময়ত পাকিস্তানী আৰ্মীৰ ওপৰত ভয়াৱহ আক্ৰমণ কৰাৰো নজিৰ আছে৷ সমান্তৰালভাৱে কৰাচীৰ ঘটনাৰ পূৰ্বেও চীনৰ লোকসকলকো পাকিস্তানত টাৰ্গেট কৰে এই নিষিদ্ধ ঘোষিত সংগঠনটোৱে৷

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamchinaCHINA CITIZENS ARE IN TROUBLE IN PAKISTANcurrent affairspakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?
জীৱনশৈলী

May 5, 2026
সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?
জীৱনশৈলী

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

May 5, 2026
থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?
জীৱনশৈলী

থালাপতি বিজয়ৰ বাহন চালকৰ পুত্ৰইয়ো পালে ৰাজনেতা হোৱাৰ সোৱাদ, থালাপতি বিজয়ৰ চালকৰ পুত্ৰ ছাব্ৰিনাথন কিমান শিক্ষিত?

May 5, 2026
মহিলা ভোটাৰ আছে, নাই মহিলা নেতৃত্বহে, ১২৬ সমষ্টিৰ পৰা মাত্ৰ ৭গৰাকী মহিলা আহিল বিধানসভালৈ, অসম বিধানসভাত কিয় কমিছে মহিলাৰ সংখ্যা?
অসম

Next Post
নবীৰ জন্মস্থানতে বেইজ্জতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি

ইজৰাইলৰ প্ৰধানমন্ত্ৰীক মৃত্যুৰ ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন