• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!

আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!

4 years ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

1 minute ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

9 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

1 hour ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

5 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

13 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

13 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!

editor by editor
June 7, 2022
in খাদ্য, বিবিধ
0
আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!
0
SHARES
442
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি মিয়া খালিফা অথবা ছানী লিয়নক সাক্ষাৎ বিচাৰিছে নেকি? চিন্তা নকৰিব দিল্লীলৈ গ’লেই মিয়া আৰু ছানীৰ সাক্ষাৎ লাভ কৰিব পাৰে আপুনি! কিন্তু কেনেকৈ? ইয়াৰ বাবে কিছু জোৰণিৰ প্ৰয়োজন হ’ব৷

শেহতীয়াকৈ বলিউদৰ অভিনেত্ৰী কৰীণা কাপুৰে সুজয় ঘোষৰ ৱেব ছিৰিজ দ্য ডিভ’চন অৱ ছাস্পেক্ট এক্সৰ শ্বুটিঙৰ বাবে দাৰ্জিলিঙলৈ গৈছিল৷ শ্বুটিঙৰ বাবে দাৰ্জিলিঙলৈ যোৱাৰ সময়ত কৰীণা কাপুৰে নিজা ইনষ্টাগ্ৰামত টিৰামিছু খাই কৈছিল যে তেওঁ বিশ্বৰ শ্ৰেষ্ঠ টিৰামিছু খাইছে৷ লগে লগে ‘নিনাজ কিটচেন’ নামৰ ৰেষ্টুৰেণ্টখন বিখ্যাত হৈ পৰিল৷

ইয়াৰ পিছতে ইয়াৰ মালিকে টিৰামিছুৰ নাম দিলে ‘কৰীণা টিৰামিছু’! তেতিয়াৰে পৰা ইয়াৰ বিক্ৰী দুগুণ বৃদ্ধি পাবলৈ ধৰিলে৷

লগতে পঢ়ক অখিল গগৈৰ পুত্ৰ নচিকেতা প্ৰথম বিভাগত উত্তীৰ্ণ, পুত্ৰৰ সাফল্যত কি ক’লে পিতৃয়ে?

এবাৰ টেক্সাছৰ এখন ৰেষ্টুৰেণ্টে দীপিকা পাডুকণৰ নামত ডোছা বিক্ৰী কৰিছিল৷ দীপিকাৰ নামত বিক্ৰী কৰা এই ডোছাও অতি জনপ্ৰিয় হৈ পৰিছিল৷ আনকি দীপিকাৰ স্বামীক ৰণবীৰ সিঙে নিজেই অনুৰাগীসকলৰ সৈতে ইনষ্টাগ্ৰামত এই বিষয়ে শ্বেয়াৰ কৰি লিখিছিল, ‘‘মই সেই ডোছা খাম!’’

আনহাতে মুম্বাইৰ ‘নুৰ মহম্মদী হোটেল’ত বলিউদৰ অভিনেতা সঞ্জয় দত্তৰ নামেৰে চিকেন ৰেচিপিও পোৱা যায়৷ জানিব পৰা মতে সঞ্জয় দত্তই নিজেই এই বিশেষ ৰেচিপিটোৰ আইডিয়া হোটেলখনৰ মালিক দিছিল৷ সেয়ে মালিকে ইয়াৰ নাম সঞ্জয় দত্তৰ নামেৰে ৰাখিছে৷ হোটেলখনত ‘সঞ্জু বাবা কা চিকেন’ খাবলৈ সঞ্জয় দত্তৰ অনুৰাগীয়ে শাৰী পাতে৷

লগতে পঢ়ক কমল হাছানৰ ‘বিক্ৰম’ৰ ৫ মিনিটৰ দৃশ্যত সূৰ্য্যই কিমান পাৰিশ্ৰমিক লৈছে? আপুনি জানি স্তম্ভিত হ’ব

শুনি আচৰিত হ’ব যে দিল্লীৰ ডিফেন্স কলনীৰ ‘ভিৰজী মলাই চাপাৱালে’ নামৰ ৰেষ্টুৰেণ্ট এখনে ছানী লিয়ন আৰু মিঞা খলিফাৰ নামত চেম্পিয়ন বিক্ৰী কৰে। অৱশ্যে এই ৰেষ্টুৰেণ্টখনত নিৰামিষহে পোৱা যায়! নামটো শুনি আমিষ বুলি ভুল নকৰিব৷ দিল্লীলৈ গ’লে আপুনি ডিফেন্স কলনীৰ এই ৰেষ্টুৰেণ্টখনলৈ গ’লেই মিয়া খলিফা আৰু ছানী লিয়ন সাক্ষাৎ লাভ কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamkareena kapoorMIA KHALIFAsanjay duttasunny leone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
Next Post
স্বাস্থ্যজনিত সমস্যা! EDৰ চমনক উপেক্ষা কৰিব নেকি ছোনিয়া গান্ধীয়ে?

স্বাস্থ্যজনিত সমস্যা! EDৰ চমনক উপেক্ষা কৰিব নেকি ছোনিয়া গান্ধীয়ে?

তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.