• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

4 years ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

6 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

2 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

3 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

4 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

13 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

15 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

16 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?

editor by editor
June 7, 2022
in অপৰাধ, ভাৰত
0
তিনি ভাতৃলৈ তিনি ভগ্নীৰ বিবাহ, তাৰ পিছত তিনিও ভগ্নীৰ আত্মহনন! কিন্তু কিয়?
0
SHARES
396
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক ৰহস্যজনক তথা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ এটা কুঁৱাৰ পৰা তিনিগৰাকী ভগ্নী আৰু তেওঁলোকৰ সন্তানৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ৰাজস্থানত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে৷

কালু, কমলেশ আৰু মমতা মীনা নামৰ তিনিওগৰাকী ভগ্নীয়ে আত্মহত্যাৰ পূৰ্বে স্বামীগৃহক দোষাৰূপ কৰি এটা টোকা লিখি থৈ গৈছে৷

তেওঁলোকে দাবী কৰা মতে স্বামীগৃহৰ পৰা বৃহৎ পৰিমাণৰ যৌতক বিচাৰি তেওঁলোকক অকথ্য নিৰ্যাতন চলোৱা হৈছিল৷

লগতে পঢ়ক  আপুনিও বিচাৰে নেকি সাক্ষাৎ? একেলগে দিল্লীতে পাব মিয়া খলিফা আৰু ছানী লিয়নৰ সাক্ষাৎ!

শোকত ভাগি পৰা তিনি ভগ্নীৰ আত্মীয়ই জনোৱা মতে, ভগ্নী তিনিওগৰাকী একেখন ঘৰৰে তিনি ভাতৃলৈ বিয়া হৈছিল আৰু স্বামীগৃহত তিনিওগৰাকী ভগ্নীক যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহা হৈছিল৷

উল্লেখ্য যে যোৱা মাহত জয়পুৰৰ উপকণ্ঠ অঞ্চলৰ এখন গাঁৱৰ স্বামী গৃহৰ সমীপৰ এটা কুঁৱাত তিনিওৰে লগতে কালু নামৰ মহিলাগৰাকীৰ সন্তানক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ আনহাতে মৃত দুই ভগ্নী কমলেশ আৰু মমতা দুয়োগৰাকীয়ে গৰ্ভৱতী আছিল।

‘‘আমি মৰিব নিবিচাৰো, কিন্তু তেওঁলোকৰ নিৰ্যাতনতকৈ মৃত্যুৱেই ভাল।’-এগৰাকী ভগ্নীয়ে নিৰুদ্দেশ হোৱাৰ পিছত পোৱা এটা হোৱাটছএপত এটা মেছেজত এইদৰে লিখা আছিল।

লগতে পঢ়ক ক্লাছত হিজাব পৰিধানৰ দাবী, পুনৰ ২৩ ছাত্ৰীক কলেজৰ পৰা নিলম্বন

‘‘আমাৰ মৃত্যুৰ আঁৰৰ কাৰণ আমাৰ শহুৰ। আমি একেলগে মৰিছো কাৰণ প্ৰতিদিনে মৃত্যু হোৱাতকৈ এয়াই ভাল।’’ মেচেজটোত আৰু এইদৰে কোৱা হৈছে৷

ইফালে মহিলাকেইগৰাকীৰ পিতৃ পৰিয়ালে দাবী কৰিছে যে ইতিমধ্যে স্বামীগৃহক ৫ লাখ টকা দিয়াৰ উপৰিও যৌতুকৰ নামত বিচনা, ফ্ৰীজ, টিভিকে আদি কৰি বহু সম্পত্তিও প্ৰদান কৰিছিল৷

আনহাতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো আত্মহত্যাই বুলি সন্দেহ ব্যক্ত কৰিলেও যৌতুক দাবী আৰু শাৰীৰিক অত্যাচাৰ তথা নিৰ্যাতন কৰাৰ অভিযোগত ইতিমধ্যে তিনিওগৰাকী মহিলাৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ
বিনোদন

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

July 16, 2026
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি
প্ৰযুক্তি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
Next Post
হজৰত মহম্মদক অপমান! দেশৰ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণ কৰিব আল-কায়দাই!

হজৰত মহম্মদক অপমান! দেশৰ চাৰি ৰাজ্যত আত্মঘাতী আক্ৰমণ কৰিব আল-কায়দাই!

জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

জনতাৰ কঁকালত মাধমাৰ RBIৰ! ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি, ঋণ হ’ব অধিক ব্যয়বহুল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.