• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়

10 months ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

1 hour ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

2 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

4 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

5 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

6 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

7 hours ago
মে মাহত বাম্পাৰ লাভ ৩ৰাশিৰ, শুক্ৰৰ গোচৰ জীৱনলৈ আহিব লাক্সাৰি

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়

editor by editor
June 13, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহমেদাবাদ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি টুইট কৰাৰ পাছতে হাৰ্ট এটেকত নিহত কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয়

১২ জুন তাৰিখ কালি গুজৰাটৰ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাই দেশৰ লগতে সমগ্ৰ বিশ্বকে শোকবিহ্বল কৰি তোলে। দেশৰ বহু লোকেই এই ঘটনাত শোক প্ৰকাশ কৰে। বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰেও এই ঘটনাত শোক প্ৰকাশ কৰে।

কিন্তু দুখৰ বিষয়, এক্স হেণ্ডেলত সেই পোষ্ট কৰাৰ কিছু সময় পাছে হাৰ্ট এটেকত মৃত্যু হয় সঞ্জয় কাপুৰৰ। দেশৰ সুপৰিচিত ব্যৱসায়ী তথা অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ কালি মৃত্যু হয়।

বৃহস্পতিবাৰে সন্ধিয়া সঞ্জয় কাপুৰ ইংলেণ্ডৰ গাৰ্ডছ প’লো ক্লাবত প’ল’ খেলিবলৈ গৈছিল। তাতেই হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে সঞ্জয় কাপুৰে। মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে সঞ্জয় কাপুৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনা গোচৰত ২৪১ জন লোকৰ মৃত্যুক লৈ শোক প্ৰকাশ কৰিছিল।

উল্লেখ্য যে সঞ্জয় কাপুৰ দেশৰ এজন পৰিচিত ব্যৱসায়ী আগতে অটোমোবাইলৰ ব্যৱসায়ী। সোনা কমষ্টাৰ নামৰ অটোমোবাইল কোম্পানী এটাৰ অকাৰ্যবাহী অধ্যক্ষও আছিল সঞ্জয়। দেশৰ বৃহৎ উদ্যোগপতি ড০ সুৰিন্দৰ কাপুৰৰ পুত্ৰ সঞ্জয়ে বিশ্বব্যাপী কোম্পানীটোৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সঞ্জয় ভাৰতীয় অটোমোটিভ কম্পোনেণ্ট মেনুফেকচাৰ্ছ এছ’চিয়েশ্যন (এচিএমএ)ৰ সভাপতিও আছিল। সেই সঞ্জয়ৰ লগতে ২০০৩ চনত বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা। বিবাহৰ ২ টা বছৰৰ পাছত ২০০৫ চনত জন্ম পাইছিল কৰিশ্মাৰ প্ৰথম সন্তান সমাইৰা। পাছত ২০১১ চনত জন্ম পাইছিল কৰিশ্মা-সঞ্জয়ৰ দ্বিতীয়টো সন্তান পুত্ৰ কিয়ানৰ।

কিন্তু পাছত ২০১৪ চনত কৰিশ্মা -সঞ্জয়ৰ মাজত মনোমালিন্য হোৱাৰ পাৰস্পৰিক সন্মতিৰে বিচ্ছেদৰ বাবে আবেদন জনাই, যি ২০১৬ চনত চূড়ান্ত হয়। হৈছিল।

কৰিশ্মাৰ সৈতে বিচ্ছেদৰ পাছত প্ৰিয়া সচদেৱৰ সৈতে তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল সঞ্জয়। মৃত্যুৰ সময়লৈকে প্ৰিয়াৰ সৈতেই সংসাৰত আছিল সঞ্জয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kashmia Kapoor Former HusbandSanjay KapoorSanjay Kapoor Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও
ক্ৰীড়া

Next Post
এইবাৰৰ ৰাখী বন্ধন অতিকে বিশেষ, একেলগে সৌভাগ্য আৰু শুভন যোগ, ৩ ৰাশিৰ মংগলময় দিন

১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন