• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড

১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড

1 year ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

আজি আদালতত গৰিমা গাৰ্গৰ মুখামুখি হ’ব অমৃতপ্ৰভা

14 minutes ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

37 minutes ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

2 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

3 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

4 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

12 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

12 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

13 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

14 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

14 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

15 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড

editor by editor
June 13, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯ টা ৬, ৫১ বলত ১৫১ ৰান, ফিন এলেনৰ বিশ্ব ৰেকৰ্ড

আৰম্ভ হৈছে মেজৰ লীগ ক্ৰিকেট ২০২৫। প্ৰথমখন মেচ অনুষ্ঠিত হৈছে ছান ফ্ৰান্সিস্কো ইউনিকৰ্ণছ আৰু ৱাশ্বিংটন ফ্ৰিডমৰ মাজত। এই খেলখনতে ছান ফ্ৰান্সিস্কো ইউনিকৰ্ণছৰ বেটছমেন ফিন এলেনে শতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰিছে।

প্ৰথমখন মেচতে বিস্ফোৰক বেটিং কৰি ফিন এলেনে এক উজ্জ্বল শতক অৰ্জন কৰে। মাত্ৰ ৩৪টা বলত ফিনে নিজৰ শতক সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে ফিন এলেন মেজৰ লীগ ক্ৰিকেটৰ ইতিহাসত শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হৈছে।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ২০২৩ চনত ৪০টা বলত শতক অৰ্জন কৰা নিকোলাছ পুৰানৰ নামত। কেৱল শতক অৰ্জনেই নহয়, ৫১ টা বলত ১৫১ ৰান কৰে ফিনে।

মেচখনত বিস্ফোৰক বেটিং কৰি ফিন এলেনে মাত্ৰ ৫১টা বলত ১৫১ ৰান সংগ্ৰহ কৰে। এই ইনিংছত ফিনে ১৯টা ছয় আৰু ৫টা চাৰি কোবাই।

এই ইনিংছত ফিনৰ ষ্ট্ৰাইক ৰেট আছিল ২৯৬.০৮। ইয়াৰ লগে লগে ফিন এলেন টি-২০ৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰা নিউজিলেণ্ডৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ মাৰ্টিন গুপটিলে ৩৫টা বলত শতক অৰ্জন কৰা টি-২০ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket Worldworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
Next Post
অভিশপ্ত বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিতৰ মন্তব্য- মই জঁপিয়াই দিয়া নাছিলো, আসনৰ সৈতে চিটিকি আহিছিলো

অভিশপ্ত বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিতৰ মন্তব্য- মই জঁপিয়াই দিয়া নাছিলো, আসনৰ সৈতে চিটিকি আহিছিলো

বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !

বিমানৰ কি আসন সকলোতকৈ সুৰক্ষিত, কি কয় বিমান প্ৰতিষ্ঠানে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.